• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আধাৰ কাৰ্ডত কিমান বাৰ সলনি কৰিব পাৰে নাম, নম্বৰ, ঠিকনা ?

আধাৰ কাৰ্ডত কিমান বাৰ সলনি কৰিব পাৰে নাম, নম্বৰ, ঠিকনা ?

2 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

7 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

7 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

8 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

8 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

9 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

10 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

10 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

11 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

12 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

13 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

13 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আধাৰ কাৰ্ডত কিমান বাৰ সলনি কৰিব পাৰে নাম, নম্বৰ, ঠিকনা ?

editor by editor
February 24, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আধাৰ কাৰ্ডত কিমান বাৰ সলনি কৰিব পাৰে নাম, নম্বৰ, ঠিকনা ?
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধাৰ কাৰ্ডত কিমান বাৰ সলনি কৰিব পাৰে নাম, নম্বৰ, ঠিকনা ?

আধাৰ কাৰ্ড আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ নথি, সেয়েহে ইয়াক আপডেট কৰি ৰখাটো অতি প্ৰয়োজনীয়। স্কুল বা কলেজত নামভৰ্তি লোৱাই হওক বা চৰকাৰী যিকোনো প্ৰ-পত্ৰ পূৰণ কৰাই হওক, বৰ্তমান সময়ত আধাৰ কাৰ্ড এখন গুৰুত্বপূৰ্ণ নথি।

কিন্তু কেতিয়াবা আধাৰ কাৰ্ডত কিছু পৰিৱৰ্তন কৰিবলগীয়া হয়, বিশেষকৈ যেতিয়া আপোনাৰ ঠিকনা সলনি হয় নাইবা কোনো ডাঙৰ আপডেট কৰিব লগীয়া হয়। এনে পৰিস্থিতিত ইউআইডিএআইয়ে ইয়াৰ ব্যৱহাৰকাৰীসকলক তেনে কৰাৰ সুবিধা আৰু অনুমতি দিয়ে, কিন্তু সকলো আপডেটতে সীমাহীন বিকল্প নাথাকে।

UIDAI এ আধাৰ আপডেট কৰাটো সহজ আৰু সুবিধাজনক কৰি তুলিছে। কিছুমান তথ্য যেনে মোবাইল নম্বৰ আৰু ঠিকনা সীমাহীন বাৰ আপডেট কৰিব পাৰি, আনহাতে নাম আৰু জন্ম তাৰিখ সলনি কৰাৰ সীমা আছে।

আধাৰত নম্বৰ সীমাহীন সময়ৰ বাবে মোবাইল নম্বৰ সলনি কৰিব পাৰি।
নাম ২ বাৰ সলনি কৰাৰ সুবিধা থাকে। ইয়াজৰ বাবে প্ৰয়োজন হয় পেন কাৰ্ড,পাছপ’ৰ্ট, বিবাহৰ প্ৰমাণ পত্ৰ ইত্যাদি।
জন্ম তাৰিখ মাত্ৰ ১ বাৰ সলনি কৰাৰ সুবিধা থাকে। ইয়াৰ বাবে প্ৰয়োজন হয় জন্মৰ প্ৰমাণ পত্ৰ নাইবা বিদ্যালয়ৰ প্ৰমাণ পত্ৰ।
ঠিকনা সলনি কৰাৰ বাবে সীমাহীন সময় থাকে। ইয়াৰ বাবে প্ৰয়োজন হয় বিদ্যুতৰ বিল, বেংক ষ্টেটমেণ্ট ইত্যাদি।

পাছে কেনেকৈ আপডেট কৰিব আপোনাৰ প্ৰয়োজনীয় খিনি! আপুনি UIDAI ৱেবছাইট আৰু অফলাইনত আধাৰ সেৱা কেন্দ্ৰত গৈ অনলাইনত নাম, জন্ম তাৰিখ, ঠিকনা, লিংগ আপডেট কৰিব পাৰিব। কিন্তু কিছুমান বিশেষ আপডেট আছে যাৰ বাবে আপুনি আধাৰ সেৱা কেন্দ্ৰলৈ যাব লাগিব, য’ত বায়’মেট্ৰিক বিৱৰণ (ফিংগাৰপ্ৰিণ্ট, আইৰিছ স্কেন) আৰু মোবাইল নম্বৰ আপডেট আদি অন্তৰ্ভুক্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Adhar CardAdhar Card UpdateImportant Document
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
Next Post
দুখন খেলত জয়ৰ পিছতো ছেমি ফাইনেলত স্থান নিশ্চিত নহয় ভাৰতৰ, আনহাতে আয়োজক দেশ টুৰ্নামেণ্টৰ পৰা বাহিৰ

দুখন খেলত জয়ৰ পিছতো ছেমি ফাইনেলত স্থান নিশ্চিত নহয় ভাৰতৰ, আনহাতে আয়োজক দেশ টুৰ্নামেণ্টৰ পৰা বাহিৰ

বুধ-মংগল গ্ৰহই সৃষ্টি কৰিছে নৱপঞ্চম যোগ, ৩টা ৰাশিৰ ভাগ্য সুপ্ৰসন্ন

বুধ-মংগল গ্ৰহই সৃষ্টি কৰিছে নৱপঞ্চম যোগ, ৩টা ৰাশিৰ ভাগ্য সুপ্ৰসন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.