ৰাষ্ট্ৰপতি শাসন দিয়ক, নহ’লে ৰাজপথত মৃতদেহে শাৰী পাতিব। আম আদমি পার্টীৰ বিধায়কৰ মন্তব্যক লৈ তোলপাৰ দেশ।