মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ। গৰুগাড়ী লৈ ডিব্ৰুগড়ত প্ৰতিবাদী ৰেলী আছুৰ। চৰাইদেউৰ লাকুৱাতো সদৌ অসম ছাত্ৰ সন্থাৰ পদযাত্ৰা। চৰকাৰবিৰোধী শ্ল’গানেৰে উত্তাল লাকুৱা।