• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক ৰহস্যময় হত্যাকাণ্ড আৰু ১ কোটি মোবাইলৰ ডাটা

এক ৰহস্যময় হত্যাকাণ্ড আৰু ১ কোটি মোবাইলৰ ডাটা

2 years ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

9 minutes ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

32 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

47 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

1 hour ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

4 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

6 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এক ৰহস্যময় হত্যাকাণ্ড আৰু ১ কোটি মোবাইলৰ ডাটা

editor by editor
March 14, 2024
in ভাৰত
0
এক ৰহস্যময় হত্যাকাণ্ড আৰু ১ কোটি মোবাইলৰ ডাটা

Group of people holding their smartphone and testing a mobile app.

0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক ৰহস্যময় হত্যাকাণ্ড আৰু ১ কোটি মোবাইলৰ ডাটা

২০১৫ চনৰ এক হত্যাকাণ্ড, যি হত্যাকাণ্ডৰ ৰহস্য ফাদিলৰ নামত হোৱা তদন্তই কৰিছিল একপ্ৰকাৰৰ অভিলেখ। বহু চৰ্চিত সেই হত্যাকাণ্ডত ৰহস্য ফাদিলৰ নামত ১ কোটি মোবাইলক ট্ৰেক কৰা হৈছিল লগতে সেই সমূহৰ ডাটা বোৰো যুগুত কৰা হৈছিল। পাছে কিয় ইমান বছৰৰ মূৰত পুনৰ চৰ্চালৈ আহিছে সেই হত্যাকাণ্ড। উচ্চ ন্যায়ালয়ৰ এক সিদ্ধান্তৰ বাবে পুনৰ চৰ্চালৈ আহিছে সেই হত্যাকাণ্ড।

বহু চৰ্চিত সেই হত্যাকাণ্ড সংঘটিত হৈছিল চত্তীশগড়ত। অভিষেক মিশ্ৰা নামৰ এগৰাকী যুৱকৰ হত্যাকাণ্ড আছিল সেয়া। চত্তীশগড়ৰ অন্যতম ইঞ্জিনিয়াৰিং কলেজ শংকৰাচাৰ্যৰ চেয়াৰমেন আই পি মিশ্ৰাৰ একমাত্ৰ পুত্ৰ আছিল অভিষেক।

প্ৰথমে অপহৰণ পাছত হত্যা কৰি এক পৰিত্যক্ত ঘৰৰ চৌহদতে পুতি থৈছিল অভিষেকৰ মৃতদেহ। সেই হত্যাকাণ্ডৰে ৰহস্য ফাদিলৰ নামত চত্তীশগড় আৰক্ষীয়ে ১ কোটি মোবাইলৰ ডাটা সংগ্ৰহ কৰাৰ লগতে সেই মোবাইল সমূহক ট্ৰেকো কৰিছিল।

যি দৰে আৰক্ষীয়ে হত্যাকাণ্ডটোৰ ৰহস্য ফাদিলৰ নামত তদন্ত কৰিছিল সেই তদন্ত আছিল একপ্ৰকাৰৰ অভিলেখ স্বৰূপ। কিয়নো দেশত তেনে ধৰণৰ ঘটনা পূৰ্বে হোৱা নাছিল। আৰক্ষীয়ে কৰা সেই ১ কোটি মোবাইলৰ ট্ৰেকিঙৰ জৰিয়তেই শেষত তিনি হত্যাকাৰীৰো সম্ভেদ লাভ কৰিবলৈ সক্ষম হৈছিল।

বহু জেৰা আৰু উচ্চ ন্যায়লয়ৰ শুনানীৰ শেষত অভিশেষকৰ ঘৰৰ সমীপৰে দুই হত্যাকাৰীৰ আজীৱন কাৰাবাসো হৈছিল। আদালতত নিজে ভাষ্য প্ৰদান কৰিছিল ৰোডেৰে কোবাই হত্যা কৰি পুতি থৈছিল অভিষেকৰ মৃতদেহ। লগতে মৃতদেহৰ পৰা যাতে দুৰ্গন্ধ বিয়পি নপৰে তাৰ বাবে ১০০ কেজিৰো অধিক নিমখো সেই মৃতদেহৰ সৈতে পেলাই দিছিল। তাৰোপৰি পুতি থোৱাৰ পাছত সেই স্থানত কবি খেতিয়ো কৰিছিল হত্যাকাৰীয়ে।

প্ৰেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সেই সময়ত প্ৰকাশ পাইছিল। হত্যাকাণ্ডৰ সৈতে জড়িত আছিল এগৰাকী বিবাহিত মহিলা লগতে মহিলাৰ স্বামী আৰু স্বামীৰ খুৰাক। হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত মহিলাগৰাকী আছিল সদ্যোজন্মজাত শিশুৰ মাতৃয়ো।

পাছে পুনৰ সেই ঘটনা চৰ্চিত হোৱাৰ কাৰণ ঘটনা উচ্চ ন্যায়ালৰ পৰা উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰ। লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাত কোনো আঘাতৰ চিন ধৰা নপৰা। সেয়ে ন্যায়ালয়ে কোনো সঠিক প্ৰমাণ নোহোৱাৰ বাবে অভিযুক্তই আৰক্ষীৰ কঠোৰ জেৰাতে মনে সজা ভাষ্য প্ৰদান কৰা বুলি দোষমুক্ত ঘোষণা কৰি তিনিও অভিযুক্তকে ৰেহাই দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Abhishek Mishra Murderindiamurder caseOne side love
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
Next Post
১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ'ব সৌভাগ্যৰ দুৱাৰ

অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ

অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.