• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

3 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

3 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

4 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

4 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

4 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

5 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

5 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

6 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

6 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

7 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

8 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

10 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

editor by editor
March 14, 2024
in জীৱনশৈলী, ভাৰত
0
১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
0
SHARES
331
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ । ১০০ বছৰৰ মূৰকত এইবাৰ হোলীত এই বিচিত্ৰ সংযোগ হ’বলৈ গৈ আছে। জ্যোতিষ গণনা অনুসৰি এই চন্দ্ৰগ্ৰহণ আৰু হোলীয়ে লগ লাগি কেইবাটাও ৰাশিৰ বাবে মুকলি কৰিব সৌভাগ্যৰ দুৱাৰ।

উল্লেখ্য যে, এইবাৰ ২৪ আৰু ২৫ মাৰ্চ তাৰিখে হোলী উৎসৱৰ দিন পৰিছে। তাৰে মাজতে আকৌ ২৫ তাৰিখে পুৱাই চন্দ্ৰ গ্ৰহণো লাগিব। পুৱা ১০ বাজি ২৪ মিনিটত আৰম্ভ হৈ ৩ বাজি ১ মিনিটলৈ থাকিব এই গ্ৰহণ। সম্পূৰ্ণ ৪ ঘণ্টা ৩৬ মিনিট থাকিব গ্ৰহণ। ১০০ বছৰৰ মূৰত হ’ব এনে ঘটনা। জ্যোতিষ গণনা অনুসাৰে ইয়াৰ পূৰ্বে ১৯২৪ চনত হোলীৰ সময়তে এইদৰে চন্দ্ৰগ্ৰহণ লাগিছিল।

পাছে এইবাৰৰ চন্দ্ৰগ্ৰহণ দিনৰ ভাগতে হোৱা বাবে ভাৰতবৰ্ষৰ কোনো ঠাইতে দেখা পোৱা নাযাব। লগতে এইবাৰ আংশিক গ্ৰহণ হে হ’ব। ইয়াৰ পূৰ্বৰ ১৯২৪ চনৰ গ্ৰহণ ভাৰতত দেখা পোৱাৰ লগতে সেইবাৰ পূৰ্ণ চন্দ্ৰ গ্ৰহণ আছিল।

জ্যোতিষশাস্ত্ৰই গণনা কৰি জানিবলৈ দিয়া অনুসাৰে এইবাৰৰ গ্ৰহণে ৫ ৰাশিৰ লোকৰ বাবে আনি আছে অতিকে সৌভাগ্যৰ দিন। হোলীৰ পাছৰে পৰা ৫ ৰাশিৰ লোকৰ জীৱনলৈ কেৰিয়াৰ , ব্যৱসায় আদিৰ ক্ষেত্ৰত সৌভাগ্য আনি আছে।

মেষ ৰাশিৰ লোকৰ বাবে ভাল দিনৰ আগমণ হ’ব। কেৰিয়াৰ গ্ৰাফ উন্নতি হোৱাৰ লগতে পাব লগা ধন হাতলৈ আহিব, যাৰ ফলত ব্যৱসায়ত উন্নতি হ’ব লগতে চাকৰিয়াল সকলৰ দৰমহা বৃদ্ধি পাব।

মিথুন ৰাশিৰ লোক সকলৰ বাবেও ধনৰ আগমণ হ’ব। ব্যৱসায়ৰ সৈতে জড়িত কাম কাজত উন্নতি হ’ব। সন্মান প্ৰাপ্তিৰ যোগ যথেষ্ট।

তুলা ৰাশিৰ লোকৰ বাবেও সকলো দিশ অনুকুল হৈ পৰিব। জীৱনলৈ বাহন ক্ৰয়ৰ সুবিধা আহিব পাৰে, নাইবা সম্পত্তিৰ দিশতো ভাল উন্নতি হোৱাৰ সম্ভাৱনা।

মকৰ ৰাশিৰ লোকৰ জীৱনতো সুখৰ প্ৰভাৱ বৃদ্ধি পাব। মনে বিচৰা ধৰণে ঠাইত কাম পোৱাৰ সম্ভাৱনা। লগতে হোলীৰ পাছতে বস্ত্ৰ অথবা আ-অলংকাৰ লাভ কৰিব পাৰে। বিদেশ ভ্ৰমণৰো যোগ দেখা যায়।

কুম্ভ ৰাশিৰ লোকৰ সন্মান বৃদ্ধিৰ যোগ। লগতে কৰ্ম ক্ষেত্ৰত উন্নতি। বিৰোধী সকলো হৈ পৰিব আপোনাৰ অনুগামী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chandra grahanHoliHoli 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!
জীৱনশৈলী

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

October 17, 2026
Next Post
অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ

অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ

দুই যাত্ৰীৰে সৈতে স্কুটী গৈ পালে ঘৰৰ চাদ, সকলোতে ভাইৰেল হৈ পৰিছে ভিডিঅ’

দুই যাত্ৰীৰে সৈতে স্কুটী গৈ পালে ঘৰৰ চাদ, সকলোতে ভাইৰেল হৈ পৰিছে ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.