• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ACA-এ ক’লে, ‘সাপ ওলোৱা দৃশ্যটোতো Discovery, National geography-ত দেখুৱাব পৰা এটা দৃশ্য’…

ACA-এ ক’লে, ‘সাপ ওলোৱা দৃশ্যটোতো Discovery, National geography-ত দেখুৱাব পৰা এটা দৃশ্য’…

4 years ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

4 minutes ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

2 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

3 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

4 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

4 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

5 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

6 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

6 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

7 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ACA-এ ক’লে, ‘সাপ ওলোৱা দৃশ্যটোতো Discovery, National geography-ত দেখুৱাব পৰা এটা দৃশ্য’…

editor by editor
October 3, 2022
in অসম, ক্ৰীড়া, গুৱাহাটী
0
ACA-এ ক’লে, ‘সাপ ওলোৱা দৃশ্যটোতো Discovery, National geography-ত দেখুৱাব পৰা এটা দৃশ্য’…
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘ইমান ডাঙৰ এলেকাত সাপ ওলোৱাটো ডাঙৰ কথা নহয়৷ লাইট অফ হোৱাটো স্বাভাৱিক কথা৷ MCB Down হোৱাৰ বাবে কিছু সময়ৰ বাবে লাইট বন্ধ হৈছিল৷’ বৰ্ষাপাৰাত অসম ক্ৰিকেট সন্থাই সম্বোধন কৰা সংবাদমেলত কৰিছে এই মন্তব্য৷

সংবাদমেলত অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াই কয়, ‘MCB Down হোৱা বাবে কিছু সময়ৰ বাবে লাইট বন্ধ হৈছিল৷ লাইটটো পুনৰ জ্বলিবৰ বাবে ১৫ মিনিট সময়ৰ প্ৰয়োজন হয় সেইবাবে কিছু দেৰি হৈছিল। Metal helight technology-য়ে ১০ বছৰ ধৰি আছিল৷ এতিয়া সেইবোৰ সলনি কৰি পুনৰ LED ৰ চিষ্টেম আমি সংযোজন কৰিম। সদায় লাইট on আৰু off কৰিলে কিছু লাইট বন্ধও হৈ যায়৷’ ইয়াৰোপৰি লাইটৰ প্ৰসংগত ACA-য়ে সংবাদমেলত কয় যে ১৫ টা generator-ৰ সহায়ত দেওবাৰে খেলখন চলোৱা হৈছে৷’

ইপিনে ষ্টেডিয়ামত সাপ ওলোৱাৰ প্ৰসংগত অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াই কয় যে এইয়া কোনো ডাঙৰ কথা নহয়৷ সাপ ওলোৱাৰ বাবে খেলৰ মাজতেই দৰ্শকে অন্য একধৰণৰ আমোদহে পালে৷ পূৰ্বে ৪-৫ খন খেলপথাৰত এনেকৈ সাপ ওলাইছে৷ ইমান বিশালকায় এলেকাত সাপ ওলোৱাটো একো ডাঙৰ কথা নহয় বুলি উল্লেখ কৰাৰ লগতে সাপ ওলোৱাৰ এই দৃশ্য আচলতে Discovery বা National geography-ত দেখুৱাবলগীয়া এটা দৃশ্য বুলি মন্তব্য কৰে৷

উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত খেলখনত ষ্টেডিয়ামত পানী বটলত MRP-তকৈ অধিক ধন লোৱাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ কথাও সংবাদমেল যোগে ঘোষণা কৰিছে ACA-এ৷ আনহাতে IPL-ক লৈও চিন্তা-চৰ্চা অব্যাহত ৰখা ACA-এ হৰ্ষ ভোগলেৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘হৰ্ষ ভোগলে মানুহ দেখা নাপালে, কুকুৰ দেখা নাপালে, সাপহে দেখা পালে৷ সাপ ওলোৱা দৃশ্যটোতো Discovery, National geography-ত দেখুৱাব পৰা এটা দৃশ্য৷ ইফালে সাপডাল নমৰাকৈ গ্ৰাউণ্ডৰ পৰা উলিয়াই অনাৰ বাবে দিগম্বৰ বড়ো ধন্যবাদৰ পাত্ৰ৷ আমি দিগম্বৰ বড়োক এই কাৰ্যৰ বাবে পুৰস্কৃত কৰিম৷’
সংবাদমেলত ACA-এ বৰ্ষাপাৰা ষ্টেডিয়ামৰ Ground technician-ৰ দায়িত্বত থকা দিগম্বৰ বড়োৰ সাহসী পদক্ষেপৰো শলাগ লয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
Next Post
ইন্ধনেই বাধা দিলে… অন্যথা সফল ভাৰতৰ মঙ্গল অভিযান

ইন্ধনেই বাধা দিলে... অন্যথা সফল ভাৰতৰ মঙ্গল অভিযান

কুমাৰী পূজাৰ আৰম্ভণি কেতিয়া হৈছিল? মহাষ্টমী উপলক্ষে বাংলাদেশত কুমাৰী পূজাৰ বিশেষ আয়োজন…

কুমাৰী পূজাৰ আৰম্ভণি কেতিয়া হৈছিল? মহাষ্টমী উপলক্ষে বাংলাদেশত কুমাৰী পূজাৰ বিশেষ আয়োজন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.