• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুমাৰী পূজাৰ আৰম্ভণি কেতিয়া হৈছিল? মহাষ্টমী উপলক্ষে বাংলাদেশত কুমাৰী পূজাৰ বিশেষ আয়োজন…

কুমাৰী পূজাৰ আৰম্ভণি কেতিয়া হৈছিল? মহাষ্টমী উপলক্ষে বাংলাদেশত কুমাৰী পূজাৰ বিশেষ আয়োজন…

4 years ago
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

31 minutes ago
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

44 minutes ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

2 hours ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

11 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

11 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

12 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

12 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

13 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

13 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

14 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

15 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কুমাৰী পূজাৰ আৰম্ভণি কেতিয়া হৈছিল? মহাষ্টমী উপলক্ষে বাংলাদেশত কুমাৰী পূজাৰ বিশেষ আয়োজন…

editor by editor
October 3, 2022
in Uncategorized, বিবিধ, বিশ্ব
0
কুমাৰী পূজাৰ আৰম্ভণি কেতিয়া হৈছিল? মহাষ্টমী উপলক্ষে বাংলাদেশত কুমাৰী পূজাৰ বিশেষ আয়োজন…
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাংলাদেশৰ সনাতন ধৰ্মালম্বী লোকৰ অন্যতম প্ৰধান ধৰ্মীয় উৎসৱেই হৈছে শাৰদীৰ দুৰ্গোৎসৱ। আজি মহাষ্টমী। মহাষ্টমী মানেই কুমাৰী পূজা। সোমবাৰে পুৱাৰে পৰাই বাংলাদেশৰ বিভিন্ন পূজা মণ্ডপত দেখা গৈছে কুমাৰী পূজাৰ আয়োজন। পুৱা ১১ বজাৰ পৰাই ঢাকাৰ ৰামকৃষ্ণ মিছনতো অনুষ্টিত হৈছে কুমাৰী পূজা।

১৬ টা উপকৰণেৰে এই পূজাৰ আনুষ্ঠানিকতা আৰম্ভ হয়। ইয়াৰ পিছতেই অগ্নি, জল, বস্ত্ৰ, ফুল আদিকে ধৰি ১৬ টা উপকৰণ এই পূজাৰ বাবে অতিকৈ প্ৰয়োজনীয়। অৰ্ঘ্য প্ৰদানৰ পিছতেই দেৱীক ডিঙিত ফুলৰ মালা পিন্ধোৱা হয়। ঢাকাৰ ৰামকৃষ্ণ মিছনৰ কুমাৰী পূজাৰ অন্তত ৪০ ৰ পৰা ৫০ হাজাৰ ভক্তই পুষ্পাঞ্জলী অৰ্পণ কৰিছে। কুমাৰী পূজাৰ পিছতেই সোমবাৰে ঢাকেশ্বৰী মন্দিৰত ভক্তসকলৰ মাজত প্ৰসাদো বিতৰণ কৰা হৈছে। ঢাকাৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীসকলৰ মাজতো আয়োজক সন্থাই প্ৰসাদ বিতৰণ কৰে।

উল্লেখ্য যে, নাৰী ভগবতীৰ এটা ৰূপ। শুদ্ধিকৰণ কৰা কুমাৰীৰ আত্মাত ভগৱতীয়ে অৱস্থান কৰে। কুমাৰী পূজাৰ যোগেদি নাৰী পবিত্ৰ হোৱাৰ লগতে মাতৃভাৱাপন্ন হৈ উঠে বুলিও এক লোকবিশ্বাস যুগে যুগে চলি আহিছে। ১৯০১ চনত ধৰ্মপ্ৰচাৰক স্বামী বিবেকানন্দই পশ্চিমবংগৰ বেলুৰ মঠত প্ৰথম কুমাৰী পূজাৰ আয়োজন কৰিছিল। তেতিয়াৰে পৰাই প্ৰত্যেকবছৰেই দুৰ্গা পূজাৰ অষ্টমী তিথিত কুমাৰী পূজা কৰা হয়।

এই পূজাৰ বিশেষত্ব এয়ে যে পূজা আগবঢ়োৱাৰ আগমুহূৰ্তলৈকে কুমাৰীৰ পৰিচয় গোপনে ৰখা হয়। এই পূজাৰ বাবে নিৰ্বাচন কৰা কুমাৰীগৰাকীয়ে পিছত স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে। শাস্ত্ৰত উল্লেখ থকা মতে ১ৰ পৰা ১৬ বছৰলৈকে এগৰাকী কন্যা কুমাৰী পূজাৰ বাবে উপযুক্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

September 28, 2026
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?
বাণিজ্য

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

September 28, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

September 28, 2026
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
Next Post
মহানগৰীত আকৌ অঘটন! উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

মহানগৰীত আকৌ অঘটন! উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

চিকিৎসা বিজ্ঞানত ন’বেল বিজয়ী স্বান্তে পাব’ৰ বিষয়ে জানেনে? বিগত ১০ বছৰত কোনে কোনে লাভ কৰিছে এই বঁটা

চিকিৎসা বিজ্ঞানত ন’বেল বিজয়ী স্বান্তে পাব’ৰ বিষয়ে জানেনে? বিগত ১০ বছৰত কোনে কোনে লাভ কৰিছে এই বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.