• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসা বিজ্ঞানত ন’বেল বিজয়ী স্বান্তে পাব’ৰ বিষয়ে জানেনে? বিগত ১০ বছৰত কোনে কোনে লাভ কৰিছে এই বঁটা

চিকিৎসা বিজ্ঞানত ন’বেল বিজয়ী স্বান্তে পাব’ৰ বিষয়ে জানেনে? বিগত ১০ বছৰত কোনে কোনে লাভ কৰিছে এই বঁটা

4 years ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

1 hour ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

1 hour ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

4 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

5 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

5 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

5 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

7 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

7 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

8 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

8 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

চিকিৎসা বিজ্ঞানত ন’বেল বিজয়ী স্বান্তে পাব’ৰ বিষয়ে জানেনে? বিগত ১০ বছৰত কোনে কোনে লাভ কৰিছে এই বঁটা

editor by editor
October 3, 2022
in বিজ্ঞান, বিশ্ব, শিক্ষা
0
চিকিৎসা বিজ্ঞানত ন’বেল বিজয়ী স্বান্তে পাব’ৰ বিষয়ে জানেনে? বিগত ১০ বছৰত কোনে কোনে লাভ কৰিছে এই বঁটা
0
SHARES
988
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঘোষণা হ’ল ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানত ন’বেল বিজয়ী চিকিৎসকৰ নাম। মেডিচিন আৰু ফিজিঅ’লজী বিভাগত ২০২২ বৰ্ষত ন’বেল বঁটা লাভ কৰিছে ছুইডেনৰ চিকিৎসা বিজ্ঞানী স্বান্তে পাব’-এ। সোমবাৰে ছুইডেনৰ কাৰোলিনস্কা ইনষ্টিটিউটৰ ন’বেল এছেম্বলীত ঘোষণা কৰা হৈছে এই বঁটা।

বিলুপ্ত হিউমেন জিন অৰ্থাৎ মানৱজাতিৰ বিৱৰ্তনৰ ওপৰত গৱেষণা কৰাৰ বাবেই এই বঁটা লাভ কৰিছে পাব’ৰে। এই বঁটাৰ সৈতে চিকিৎসক পাব’য়ে লাভ কৰিছে ১ কোটি ছুইডিছ ক্ৰাউনচ। ভাৰতীয় মুদ্ৰাৰ হিচাপত এই ধনৰ পৰিমান হ’ব ৩৬ লাখ ৫৩ হাজাৰ ৭০৫ টকা।

ন’বেল লাভ কৰাৰ পিছতেই চিকিৎসক এছ ভাণ্টে পাব’ৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠিছে বহুজন। ন’বেল বিজয়ী পাবোৰ জন্ম ছুইডেনত। ‘নিয়াণ্ডাৰথাল’ বৰ্তমানৰ মানৱ প্ৰজাতিৰ বিলুপ্ত পূৰ্বপুৰুষ আছিল। সেই ‘নিয়াণ্ডাৰথালৰ’ জিন পৰীক্ষা কৰিছে পাবোয়ে। বৰ্তমান মানৱ প্ৰজাতিৰ আন এক পূৰ্বপুৰুষ ‘হোমিনিন’ৰো পৰীক্ষা কৰিছে ন’বেল বিজয়ী পাবোয়ে। গৱেষণাৰ অন্তত পাবোয়ে প্ৰকাশ কৰা অনুসৰি জিনবোৰ সেই বিলুপ্ত প্ৰজাতিৰ পৰা বৰ্তমানৰ মানৱ প্ৰজাতিৰ শৰীৰলৈ স্থানান্তৰিত হয়।

বিগত ১০ বছৰত কোন কোন চিকিৎসকে ন’বেল পাবলৈ সক্ষম হৈছিল? ২০২১ বৰ্ষত চিকিৎসাবিজ্ঞানৰ শ্ৰেষ্ঠ সন্মান ন’বেল বঁটা লাভ কৰিছিল ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানে। দুয়ো আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসক। দুয়োয়ে যুটিয়াভাৱে এই বঁটা লাভ কৰিছিল উষ্ণতা আৰু স্পৰ্শৰ ৰিচেপ্টৰৰ আৱিষ্কাৰৰ বাবে। ২০২০ বৰ্ষত চিকিৎসা বিজ্ঞানত তিনিগৰাকী বিজ্ঞানীয়ে ন’বেল বঁটা লাভ কৰিছিল। তিনি বিজ্ঞানী ক্ৰমে হাৰ্ভে অলটাৰ আৰু চাৰ্লচ ৰাইচে আৰু মাইকেল হুটন। এই বঁটা বিজয়ী হাৰ্ভে আৰু চাৰ্লছ দুয়ো আমেৰিকা যুক্তৰাষ্ট্ৰৰ। আনহাতে মাইকেল হুটন, ইউকেৰ চিকিৎসক। হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ লগতে এই বেমাৰ ধৰা পেলোৱাৰ বাবে তেজ পৰীক্ষা আৰু এণ্টিভাইৰেল ঔষধ বিকশিত কৰাৰ বাবে তিনিও চিকিৎসকে লাভ কৰিছিল ন’বেল।

২০১৯ বৰ্ষত এই বঁটা লাভ কৰিছিল উইলিয়াম কেলিন, গ্ৰেগ চেমেনজা আৰু পিটাৰ ৰাটক্লিফে। ২০১৮ বৰ্ষত চিকিৎসা বিজ্ঞানৰ এই শ্ৰেষ্ঠ সন্মান লাভ কৰিছিল আমেৰিকাৰ জেমছ এলিচন আৰু জাপানৰ তাচুকু হোঞ্জোয়ে। ২০১৭ বৰ্ষত ন’বেল বঁটা লাভ কৰিছিল জেফ্ৰী হল, মাইকেল ৰ’ছবাছ, মাইকেল য়ং।
২০১৬ ত এই বঁটা লাভ কৰিছিল জাপানৰ ইয়োশিনোৰি ওহচুমিয়ে। ২০১৫-ত এই বঁটা পাইছিল আমেৰিকাৰ উইলিয়াম কেম্পবেল, জাপানৰ সাতোশী ওমুৰা চীনৰ টু য়ু-এ। ২০১৪-ত এই বঁটা লাভ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসক জন অ’কিফ, নৰৱেৰ এডভাৰ্ড আই মোজাৰ আৰু মে-ব্ৰিট মোজাৰে। আনহাতে ২০১৩-ত এই বঁটা লাভ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ থমাছ চি চুধফ, জেমছ ই ৰথমেন আৰু ৰেণ্ডি ডব্লিউ শ্বেকমেনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

October 17, 2026
Next Post
সপোনত শিৱই আহি দিলে এই নিৰ্দেশ! দিল্লীত ৬-বছৰীয়া শিশুক বলি দুই যুৱকৰ

সপোনত শিৱই আহি দিলে এই নিৰ্দেশ! দিল্লীত ৬-বছৰীয়া শিশুক বলি দুই যুৱকৰ

দশমীক কিয় বিজয়া দশমী বুলি কোৱা হয়? বৌদ্ধ ধৰ্মালম্বীসকলেও কিয় পালন কৰে দশমী?

দশমীক কিয় বিজয়া দশমী বুলি কোৱা হয়? বৌদ্ধ ধৰ্মালম্বীসকলেও কিয় পালন কৰে দশমী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.