• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইন্ধনেই বাধা দিলে… অন্যথা সফল ভাৰতৰ মঙ্গল অভিযান

ইন্ধনেই বাধা দিলে… অন্যথা সফল ভাৰতৰ মঙ্গল অভিযান

4 years ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

40 minutes ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

53 minutes ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

4 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

4 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

5 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

6 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

6 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

7 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

8 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

ইন্ধনেই বাধা দিলে… অন্যথা সফল ভাৰতৰ মঙ্গল অভিযান

editor by editor
October 3, 2022
in বিজ্ঞান, বিবিধ, ভাৰত
0
ইন্ধনেই বাধা দিলে… অন্যথা সফল ভাৰতৰ মঙ্গল অভিযান
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৮ বছৰৰ পাছত মহাকাশৰ পৰা বিদায় ল’ব ভাৰতৰ মঙলযানে৷ ভাৰতৰ মঙলযানৰ ইন্ধন ইতিমধ্যে শেষ হৈছে আৰু ইয়াৰ বেটাৰীও সমাপ্ত হৈছে।

২০১৩ চনৰ ৫ নবেম্বৰত ৪৫০ কোটি টকা ব্যয়সাপেক্ষে ‘মাৰ্চ অৰ্বিটৰ মিছন’ (এমঅ’এম) পিএছএলবি–চি ২৫ উৎক্ষেপণ কৰা হৈছিল৷ বৈজ্ঞানিকসকলে এই মহাকাশযাখনক ২৪ ছেপ্তেম্বৰ ২০১৪-ত সফলতাৰে মঙল গ্ৰহৰ কক্ষত স্থাপিত কৰিছিল।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ এক সূত্ৰই দেশৰ সংবাদ সংস্থা পিটিআইক কয়, ‘ উপগ্ৰহৰ সকলো বেটাৰী ইতিমধ্যে শেষ হৈছে৷ সেয়ে উপগ্ৰহৰ সৈতে ইয়াৰ সম্পৰ্ক নোহোৱা হৈছে।’ অৱশ্যে, এই সন্দৰ্ভত ইছৰোৰ পৰা আনুষ্ঠানিক কোনো ঘোষণা কৰা হোৱা নাই।’

আনহাতে, অন্য এগৰাকী বিষয়াই কয়,‘উপগ্ৰহটোৰ বেটাৰী মাত্ৰ ১ ঘণ্টা আৰু ৪০ মিনিটৰ ম্যাদৰ বাবেহে ডিজাইন কৰা হৈছিল, ইমান দীঘলীয়া সময় ধৰি চলি থকাৰ বাবে বেটাৰী প্ৰায় শেষ হৈছে।’ ইছৰোৰ বিষয়াজনে কয় যে, মাৰ্চ অৰ্বিটত যানখনে প্ৰায় ৮ বছৰলৈকে কাম কৰিলে৷ যি মাথো ছমাহৰ ক্ষমতাৰে নিৰ্মাণ কৰা হৈছিল। উপগ্ৰহটোৱে ইয়াৰ কাম ভালদৰে কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক
জীৱনশৈলী

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

October 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

October 18, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
Next Post
কুমাৰী পূজাৰ আৰম্ভণি কেতিয়া হৈছিল? মহাষ্টমী উপলক্ষে বাংলাদেশত কুমাৰী পূজাৰ বিশেষ আয়োজন…

কুমাৰী পূজাৰ আৰম্ভণি কেতিয়া হৈছিল? মহাষ্টমী উপলক্ষে বাংলাদেশত কুমাৰী পূজাৰ বিশেষ আয়োজন...

মহানগৰীত আকৌ অঘটন! উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

মহানগৰীত আকৌ অঘটন! উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.