• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ দুৰ্ঘটনা, অস্থি উটুৱাবলৈ গৈ প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৫ লোকসহ ৬ গৰাকীয়ে

শোকাৱহ দুৰ্ঘটনা, অস্থি উটুৱাবলৈ গৈ প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৫ লোকসহ ৬ গৰাকীয়ে

2 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

6 minutes ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

8 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

8 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

9 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

10 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

10 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

11 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

12 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

13 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

13 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

14 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শোকাৱহ দুৰ্ঘটনা, অস্থি উটুৱাবলৈ গৈ প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৫ লোকসহ ৬ গৰাকীয়ে

editor by editor
December 6, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
শোকাৱহ দুৰ্ঘটনা, অস্থি উটুৱাবলৈ গৈ প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৫ লোকসহ ৬ গৰাকীয়ে
0
SHARES
514
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকাৱহ দুৰ্ঘটনা, অস্থি উটুৱাবলৈ গৈ প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৫ লোকসহ ৬ গৰাকীয়ে

এক ভয়ংকৰ তথা শোকাৱহ দু্ৰ্ঘটনাৰ খবৰ। যি খবৰে কঁপাই তুলিছে উত্তৰ প্ৰদেশ। একে পৰিয়ালৰে ৫ লোক সহ ৬ গৰাকীৰ মৃত্যু। এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ চিত্ৰকুটত।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বলেৰ’ বাহনখনত থকা পৰিয়ালটোৱে অস্থি উটুৱাবলৈ বুলি প্ৰয়াগৰাজলৈ গৈ আছিল। এখন বলেৰ’ বাহনৰতযাত্ৰা কৰি আছিল পৰিয়ালটো। সেই বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন ট্ৰাকৰ।

সেই ভয়ংকৰ মুখামুখি সংঘৰ্ষতেই প্ৰাণ হেৰুৱাই একে পৰিয়ালৰে ৫ লোকে। লগতে প্ৰাণ হেৰুৱায় বাহন খনৰ চালকে। ইয়াৰ উপৰিও আন ৫ লোক গুৰুতৰ ভাৱে আহত।

দুৰ্ঘটনাৰ সময়ত বলেৰ’ বাহন খন অতি তীব্ৰ গতিত আছিল। যাৰ ফলতেই বিপৰীত দিশৰ পৰা অহা ট্ৰাক এখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। বলেৰ’ বাহনখন দুৰ্ঘটনাটোৰ ফলত একেবাৰে ভাঙি চুৰমাৰ হৈ পৰে।

লগতে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ৬ গৰাকীয়ে। ইয়াৰ উপৰিও আন ৫ গৰাকী লোক আহত হয়। ইয়াৰে ২ গৰাকীৰ অৱস্থা সংকট জনক। উন্নত চিকিৎসাৰ বাবে দুয়োগৰাকীকে হায়াৰ চেণ্টাৰ প্ৰয়াগৰাজলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে ৩ গৰাকীৰ জিলা হাস্পতালতে চিকিৎসা চলি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentPrayagrajroad accidentuttar pradesh road accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি
জীৱনশৈলী

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

July 27, 2026
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’
বিনোদন

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

July 27, 2026
Next Post
২০২৪ অন্ত পৰাৰ দিশে, কোন কোন তাৰকাৰ বিবাহে এই বছৰটোত দৃষ্টি কাঢ়িলে সকলোৰে

২০২৪ অন্ত পৰাৰ দিশে, কোন কোন তাৰকাৰ বিবাহে এই বছৰটোত দৃষ্টি কাঢ়িলে সকলোৰে

২৫ বছৰ পাছত ভাৰতলৈ উভতিছে এইগৰাকী ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী, পুনৰ দেখা যাব নেকি চিনেমাত

২৫ বছৰ পাছত ভাৰতলৈ উভতিছে এইগৰাকী ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী, পুনৰ দেখা যাব নেকি চিনেমাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.