• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫ বছৰ পাছত ভাৰতলৈ উভতিছে এইগৰাকী ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী, পুনৰ দেখা যাব নেকি চিনেমাত

২৫ বছৰ পাছত ভাৰতলৈ উভতিছে এইগৰাকী ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী, পুনৰ দেখা যাব নেকি চিনেমাত

1 year ago
৫ দিন ভুলতো নকৰিব এইবোৰ কাম, ৰোগ-ব্যাধিত যাব জীৱন!

৫ দিন ভুলতো নকৰিব এইবোৰ কাম, ৰোগ-ব্যাধিত যাব জীৱন!

31 minutes ago
শীঘ্ৰে কৰক বেংকৰ কাম, অহা সপ্তাহত বন্ধ থাকিব বহুকেইটা বেংক!

শীঘ্ৰে কৰক বেংকৰ কাম, অহা সপ্তাহত বন্ধ থাকিব বহুকেইটা বেংক!

1 hour ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

2 hours ago
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

3 hours ago
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

3 hours ago
ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

4 hours ago
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

5 hours ago
টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

17 hours ago
ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

17 hours ago
গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

18 hours ago
ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

18 hours ago
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

২৫ বছৰ পাছত ভাৰতলৈ উভতিছে এইগৰাকী ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী, পুনৰ দেখা যাব নেকি চিনেমাত

editor by editor
December 6, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
২৫ বছৰ পাছত ভাৰতলৈ উভতিছে এইগৰাকী ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী, পুনৰ দেখা যাব নেকি চিনেমাত
0
SHARES
418
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৫ বছৰ পাছত ভাৰতলৈ উভতিছে এইগৰাকী ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী, পুনৰ দেখা যাব নেকি চিনেমাত

৯০ দশকৰ ভাৰতীয় চিনেমাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। আমিৰ খান- ছলমান খান- শ্বাহৰুখ খান- ছেইফ আলী খান- অক্ষয় কুমাৰ আদিৰ সৈতে কাম কৰি জনপ্ৰিয় হৈছিল। কিন্তু জনপ্ৰিয়তাৰ শীৰ্ষত থকাৰ সময়তে ভাৰত এৰি অভিনয় এৰি গুচি যায় সেই অভিনেত্ৰী।

এতিয়া ২৫ বছৰৰ পাছত পুনৰ ভাৰতলৈ উভতি আহিছে সেই জনপ্ৰিয় অভিনেত্ৰী মমতা কুলকাৰ্নী। অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যম ইনষ্টাগ্ৰাম যোগে সদৰি কৰিছে ভাৰতলৈ উভতি অহাৰ কথা।

অভিনেত্ৰী গৰাকী পুনৰ ভাৰতলৈ অহাৰ কথা সদৰি হোৱাৰ পাছতে চৰ্চালৈ আহিছে, পুনৰ বলীউডত কাম কৰিব নেকি মমতাই। পাছে সেই কথা স্পষ্ট কৰি দিছে মমতাই। অভিনয়ৰ বাবে নহয়, বহু বছৰৰ পাছত কুম্ভ মেলালৈ বুলিহে আহিব মমতা কুলকাৰ্নী।

তেখেতে কয়- বিগত ২৫ বছৰে ধৰি ভাৰতৰ পৰা আঁতৰত আছিল। এতিয়া কুম্ভ মেলা আৰম্ভ হবলৈ গৈ আছে। সেই মেলালৈ বুলি আহিছো। কিন্তু মই দুনাই চিনেমা ক্ষেত্ৰলৈ উভতি নাযাও। মই মোৰ জীৱনটো লৈ বহুত সুখী। মেলাত অংশ গ্ৰহণৰ পাছত পুনৰ উভতি যাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywood Actresses'Indian ActressKumbha MelaMamata Kulkarni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ দিন ভুলতো নকৰিব এইবোৰ কাম, ৰোগ-ব্যাধিত যাব জীৱন!
জীৱনশৈলী

৫ দিন ভুলতো নকৰিব এইবোৰ কাম, ৰোগ-ব্যাধিত যাব জীৱন!

May 10, 2026
শীঘ্ৰে কৰক বেংকৰ কাম, অহা সপ্তাহত বন্ধ থাকিব বহুকেইটা বেংক!
বাণিজ্য

শীঘ্ৰে কৰক বেংকৰ কাম, অহা সপ্তাহত বন্ধ থাকিব বহুকেইটা বেংক!

May 10, 2026
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং
জীৱনশৈলী

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

May 10, 2026
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক
জীৱনশৈলী

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

May 10, 2026
Next Post
কাইলৈ শনিবাৰৰ পৰা আৰম্ভ হ’ব মৃত্যু পঞ্চক, ভুলতো নকৰিব কেইটামান কাম

কাইলৈ শনিবাৰৰ পৰা আৰম্ভ হ'ব মৃত্যু পঞ্চক, ভুলতো নকৰিব কেইটামান কাম

ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথত যাত্ৰীভৰ্তি বাছ বাগৰি ৮ নিহত, ৪০ আহত

ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথত যাত্ৰীভৰ্তি বাছ বাগৰি ৮ নিহত, ৪০ আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.