• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ অন্ত পৰাৰ দিশে, কোন কোন তাৰকাৰ বিবাহে এই বছৰটোত দৃষ্টি কাঢ়িলে সকলোৰে

২০২৪ অন্ত পৰাৰ দিশে, কোন কোন তাৰকাৰ বিবাহে এই বছৰটোত দৃষ্টি কাঢ়িলে সকলোৰে

2 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

4 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

5 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

5 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

6 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

7 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

7 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

8 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

8 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

9 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

10 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

10 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৪ অন্ত পৰাৰ দিশে, কোন কোন তাৰকাৰ বিবাহে এই বছৰটোত দৃষ্টি কাঢ়িলে সকলোৰে

editor by editor
December 6, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
২০২৪ অন্ত পৰাৰ দিশে, কোন কোন তাৰকাৰ বিবাহে এই বছৰটোত দৃষ্টি কাঢ়িলে সকলোৰে
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ অন্ত পৰাৰ দিশে, কোন কোন তাৰকাৰ বিবাহে এই বছৰটোত দৃষ্টি কাঢ়িলে সকলোৰে

মাথো কেইটামান দিনৰ পাছতে আহি আছে ২০২৫ চন। বিদায় দিয়াৰ বেলা আহি পৰিল ২০২৪ চন। কি কি ঘটিল এই বছৰটোত। কি কি ঘটনাই দৃষ্টি কাঢ়িলে বহুজনৰ। বহু ঘটনা-পৰিঘটানই মনত থাকিব লোকৰ। পাছে তাৰেই মাজৰ ভাৰতবৰ্ষৰ তাৰকা খচিত কেইখনমান বিবাহে দৃষ্টি কাঢ়িলে বহুজনৰ।

অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্ট- ১২ জুলাই

পোন প্ৰথমেই নাম আহে এই ক্ষেত্ৰত আম্বানী পৰিয়ালৰ। আম্বানী পৰিয়ালৰ কনিষ্ট পুত্ৰ অনন্ত আম্বানীৰ বিয়া আছিল ২০২৪ বৰ্ষৰ সকলোতকৈ আকৰ্ষণীয়। যি বিবাহে কেৱল ভাৰতৰেই নহয় বিশ্বৰ ভিতৰতে এখন বিশেশ বিবাহ। ১২ জুলাই তাৰিখে বিবাহ পাশত আৱদ্ধ হয় অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে।

অদিতি ৰাও হাইদৰী-সিদ্ধাৰ্থ – ১৬ ছেপ্টেম্বৰ

বলীউডৰ তাৰকা অদিতি ৰাও হাইদৰী আৰু সিদ্ধাৰ্থৰ বিবাহ এই বছৰৰ অন্যতম আকৰ্ষণ আছিল। বহু দিনৰ প্ৰেমৰ অন্তত চলিত বৰ্ষৰ ১৬ ছেপ্টেম্বৰ তাৰিখে একেবাৰে সাধাৰণ ভাৱে মন্দিৰত কেৱল পৰিয়াল আৰু বন্ধু বৰ্গৰ উপস্থিতিত বিবাহ পাশত আৱদ্ধ হয় এই অভিনেতা-অভিনেত্ৰীহালে।

ৰাকুলপ্ৰীত-জেকী ভাগনানী -২১ ফেব্ৰুৱাৰী

বছৰটোৰ আৰম্ভণীতে বিশেষ বিয়া হিচাপে সকলোৰে দৃষ্টি কাঢ়ে বলীউডৰ অভিনেত্ৰী ৰাকুলপ্ৰীত আৰু অভিনেতা জেকী ভাগনানীৰ বিবাহে। ২১ ফেব্ৰুৱাৰী তাৰিখে গোৱাত বিবাহ পাশত আৱদ্ধ হয় দুই তাৰকা।

পুলকিত সম্ৰাট-কৃতি খাৰবান্দা – ১৫ মাৰ্চ

চলিত বছৰৰ ১৫ মাৰ্চ তাৰিখে পুলকিত সম্ৰাটে দ্বিতীয় বাৰৰ বাবে বিবাহ কৰায়। বহুদিনীয়া প্ৰেমীকা তথা বহুকেইখন চিনেমাৰ সহঅভিনেত্ৰী কৃতি খাৰবান্দাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় পুলকিত।

নাগা চৈতন্য-শোভিতা ধুলিপালা- ৪ ডিচেম্বৰ

বছৰটোৰ শেষৰখন তাৰকাখচিত বিবাহ পৰিগণিত হয় দক্ষিণৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্যৰ বিবাহ। ছামান্থা ৰুথ প্ৰভুৰ সৈতে বিচ্ছেদ হোৱাৰ পাছত পুনৰ প্ৰেমত পৰা অভিনেত্ৰী তথা মডেল শোভিতাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় দক্ষিণৰ ছুপাৰষ্টাৰ নাগাৰ্জুনৰ অভিনেতা পুত্ৰ নাগা চৈতন্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024 end2024 ending2024 wedding2025 new year2025 year
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
Next Post
২৫ বছৰ পাছত ভাৰতলৈ উভতিছে এইগৰাকী ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী, পুনৰ দেখা যাব নেকি চিনেমাত

২৫ বছৰ পাছত ভাৰতলৈ উভতিছে এইগৰাকী ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী, পুনৰ দেখা যাব নেকি চিনেমাত

কাইলৈ শনিবাৰৰ পৰা আৰম্ভ হ’ব মৃত্যু পঞ্চক, ভুলতো নকৰিব কেইটামান কাম

কাইলৈ শনিবাৰৰ পৰা আৰম্ভ হ'ব মৃত্যু পঞ্চক, ভুলতো নকৰিব কেইটামান কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.