• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BMWত নুঠি মাৰুতি ৮০০ত উঠি ভালপাইছিল, মাজনিশাৰ এটা ফোনতেই এক্সিডেণ্টেল ফাইনেন্স মিনিষ্টাৰ, জানক মনমোহন সিঙৰ অজানা কথা

1 year ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

3 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

4 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

5 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

6 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

7 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

8 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

BMWত নুঠি মাৰুতি ৮০০ত উঠি ভালপাইছিল, মাজনিশাৰ এটা ফোনতেই এক্সিডেণ্টেল ফাইনেন্স মিনিষ্টাৰ, জানক মনমোহন সিঙৰ অজানা কথা

BMWত নুঠি মাৰুতি ৮০০ত উঠি ভালপাইছিল, মাজনিশাৰ এটা ফোনতেই এক্সিডেণ্টেল ফাইনেন্স মিনিষ্টাৰ, জানক মনমোহন সিঙৰ অজানা কথা

editor by editor
December 28, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
BMWত নুঠি মাৰুতি ৮০০ত উঠি ভালপাইছিল, মাজনিশাৰ এটা ফোনতেই এক্সিডেণ্টেল ফাইনেন্স মিনিষ্টাৰ, জানক মনমোহন সিঙৰ অজানা কথা
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চন ১৯৯১৷ প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল পি ভি নৰসীমা ৰাও৷ ভাৰতে তেতিয়া অৰ্থনৈতিক সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰি আছিল৷ বিশ্ব সাক্ষী হৈছিল ছোভিয়েট ইউনিয়নৰ পতনৰ৷ ঠিক সেই সন্ধিক্ষণত মাজনিশা এটা ফোন আহিছিল ইউ জি চিৰ তৎকালীন চেয়াৰমেন মনমোহন সিং৷ ফোনটো আছিল নৰসীমা ৰাওৰ মুখ্য সচিব পি চি আলেকজেণ্ডাৰৰ৷ মনমোহনক জনোৱা হৈছিল, তেওঁ দেশৰ পৰবৰ্তী অৰ্থমন্ত্ৰী৷ ১৯৯১ চনৰ ২১ জুনত এক্সিডেণ্টেল ফাইনেন্স মিনিষ্টাৰ হিচাপে শপত লয় মনমোহন সিঙে৷

তেঁৱেই প্ৰথম শিখ ৰাজনীতিবিদ যি দেশৰ প্ৰধানমন্ত্ৰীও হৈছিল৷ মনমোহন সিঙে কৈছিল, ‘শিখ হিচাপে গৰ্বিত৷ মই এই হেৰিটেজেই মোক আৰু বেছি ভাৰতীয় কৰি তোলে৷’ ২০০৯ চনত দিল্লীৰ এইমছত ১০ ঘণ্টাজোৰা বাইপাছ ছাৰ্জাৰি হৈছিল ড• মনমোহন সিঙৰ৷ তেওঁৰ চিকিৎসক ৰমাকান্ত পাণ্ডাই স্মৃতিচাৰণত কৈছে, ‘ দীৰ্ঘ ১০-১১ ঘণ্টাৰ অস্ত্ৰোপছাৰৰ পাছত অটি ৰ পৰা তেওঁক বাহিৰলৈ ওলোৱাৰ পাছতেই তেওঁ পোনতে নিজৰ পৰিয়াল বা নিজৰ বিষয়ে কোনো প্ৰশ্ন কৰা নাছিল৷ তেওঁ কেৱল সুধিছিল, ‘মোৰ দেশ কেনে আছে? কাশ্মীৰ কেনে আছে?’

সদায়ে নীলা পাগুৰি পৰিধান কৰিছিল মনমোহন সিঙে৷ তেওঁ জনাইছি, নীলা ৰং ভীষণ প্ৰিয় তেওঁৰ৷ সেয়ে সংসদৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক প্ৰচাৰ কিংবা বিদেশ যাত্ৰা সকলোতে নীলা পাগুৰিয়েই পৰিধান কৰিছিল ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে৷ মনমোহন সিঙে কৈছিল, ‘আমিষ বনাম নিৰামিষ খাদ্যৰ দ্বন্দ্ব কৰাব খোজা নাই৷ চিকিৎসকেও জানে মাংসতকৈ নিৰামিষ আহাৰ ভাল ডায়েট৷’

মনমোহন সিঙৰ বডিগাৰ্ড আছিল অসীম অৰুণ৷ স্মৃতিচাৰণত তেওঁ জনাইছে, প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখতেই এখন ক’লা BMW বাহনৰ পিছফালে ঠিয় হৈ থাকে মাৰুতি ৮০০এখন৷ সেইখনেই তেওঁৰ একমাত্ৰ বাহন৷ সেই বাহনতেই সদায়ে উঠিছিল তেওঁ৷ কৈছিল BMWত উঠি তেওঁৰ ভাল নালাগে৷ মাৰুতি ৮০০ তেই তেওঁ চলাফিৰা কৰি ভালপায়৷

২০২৩ চনত সংসদৰ শীতকালীন অধিবেশনত হুইলচেয়াৰত বহি উপস্থিত হৈছিল মনমোহন সিং৷ ৰাজ্যসভাৰ সাংসদ হিচাপে ভোটদানো কৰিছিল৷ অসুস্থ শৰীৰেৰে তেওঁ সংসদত অংশগ্ৰহণ কৰাক লৈ তেওঁক প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

March 31, 2026
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
জীৱনশৈলী

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

March 31, 2026
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?
জীৱনশৈলী

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

March 31, 2026
Next Post
কৃষ্ণা চতুৰ্দশীত বৃদ্ধি যোগৰ প্ৰভাৱ, কাইলৈ উজলি উঠিব ৫ৰাশিৰ ভাগ্য

মাত্ৰ ২৫ বছৰতেই পৃথিৱীয়ে আমুৱালে? লাখ লাখ অনুৰাগীক কন্দুৱাই গুচি গ’ল জনপ্ৰিয় ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন