• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আয়তকৈ ৪১৬% অধিক সম্পত্তিৰ গৰাকী কেনেকৈ হ’ল নূপুৰ বৰা? পোহৰলৈ আহিছে নুপূৰৰ সম্পত্তিৰ তালিকা, চাওক ৬বছৰত কিমান ধনী হৈছে ACS বিষয়া নুপূৰ বৰা?

আয়তকৈ ৪১৬% অধিক সম্পত্তিৰ গৰাকী কেনেকৈ হ’ল নূপুৰ বৰা? পোহৰলৈ আহিছে নুপূৰৰ সম্পত্তিৰ তালিকা, চাওক ৬বছৰত কিমান ধনী হৈছে ACS বিষয়া নুপূৰ বৰা?

5 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

আয়তকৈ ৪১৬% অধিক সম্পত্তিৰ গৰাকী কেনেকৈ হ’ল নূপুৰ বৰা? পোহৰলৈ আহিছে নুপূৰৰ সম্পত্তিৰ তালিকা, চাওক ৬বছৰত কিমান ধনী হৈছে ACS বিষয়া নুপূৰ বৰা?

আয়তকৈ ৪১৬% অধিক সম্পত্তিৰ গৰাকী কেনেকৈ হ’ল নূপুৰ বৰা? পোহৰলৈ আহিছে নুপূৰৰ সম্পত্তিৰ আন এখন তালিকা, চাওক ৬বছৰত কিমান ধনী হৈছে ACS বিষয়া নুপূৰ বৰা?

editor by editor
September 16, 2025
in অপৰাধ, অসম, জীৱনশৈলী
0
আয়তকৈ ৪১৬% অধিক সম্পত্তিৰ গৰাকী কেনেকৈ হ’ল নূপুৰ বৰা? পোহৰলৈ আহিছে নুপূৰৰ সম্পত্তিৰ তালিকা, চাওক ৬বছৰত কিমান ধনী হৈছে ACS বিষয়া নুপূৰ বৰা?
0
SHARES
364
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিমান ধনী ACS বিষয়া নুপূৰ বৰা? ৬বছৰতে কেনেকৈ কোটিপতি হ’ল ACS বিষয়া নূপুৰ বৰা? পোহৰলৈ আহিছে নুপূৰৰ সম্পত্তিৰ এখনৰ পাছত আনখন তালিকা৷ আয়তকৈ ৪১৬% বৰ্হিভূত সম্পত্তিৰ গৰাকী হৈছিল নূপুৰ বৰা৷ সচেতন নাগৰিকে নূপুৰৰ সম্পত্তিৰ তালিকা দেখি প্ৰশ্ন কৰিছে, কেৱল টকা খাবলৈহে ACS হৈছিল নেকি নুপূৰ বৰা?

নূপুৰৰ ঘৰৰ পৰা উদ্ধাৰ সৈতে নগদ ধন আৰু সোণৰ গহনা মিলি প্ৰায় ২ কোটি টকাতকৈয়ো অধিক সম্পত্তি৷ গ্ৰেপ্তাৰ হোৱাৰ সময়লৈকে তেওঁ কামৰূপৰ চাৰ্কল অফিচাৰ হিচাপে কৰ্মৰত৷ সোমবাৰে তেওঁৰ ঘৰত দিনজুৰি তালাচি চলাইছে চি এম ভিজিলেন্স দফতৰে৷ সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছে নূপুৰক৷ ঘটনাচক্ৰত সোমবাৰেই তেওঁৰ কৰ্মজীৱনৰ ছবছৰ পূৰ্ণ হৈছে৷

১৯৮৯ চনৰ ৩১ মাৰ্চত গোলাঘাটত জন্ম নূপুৰৰ৷ ইংৰাজি সাহিত্যত তেওঁ স্নাতক তেওঁ৷ কটন কলেজৰ পৰা পঢ়াশুনা কৰিছে৷ ছিভিল চাৰ্ভিছত যোগ দিয়াৰ পূৰ্বে ডিছট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেছনেল ট্ৰেনিঙত লেকচাৰাৰ হিচাপে কৰ্মৰত আছিল৷ ২০১৯ চনত অসম ছিভিল চাৰ্ভিছ পৰীক্ষা পাছ কৰে৷ নূপুৰৰ প্ৰশাসনিক কেৰিয়াৰ আৰম্ভ হৈছিল কাৰ্বি আংলঙৰ এছিচটেণ্ট কমিছনাৰ হিচাপে৷ ২০১৯-২০২৩ চন পৰ্যন্ত সেই পদত কৰ্মৰত আছিল নূপুৰ৷

আৰক্ষীয়ে জনাইছে যে ২০২৩ চনৰ জুনত বৰপেটাত ছাৰ্কল অফিচাৰ হিচাপে যোগ দিয়ে৷ তাৰপিছতেই কামৰূপলৈ বদলি হয়৷ নূপুৰৰ সামাজিকমাধ্যম প্ৰফাইলেই কয় তেওঁ ফুৰি ভালপায়৷ চৌখিন নূপুৰৰ বিলাসবহুল জীৱনৰ কথা তদন্তৰ পাছতেই পোহৰলৈ আহিছে৷ গুৱাহাটীৰ গোটানগৰত ফ্লেট আছে তেওঁৰ৷ ইয়াৰোপৰি আৰু ৪ স্থানত সম্পত্তিৰ সন্ধান পাইছে ভিজিলেন্স দলে৷ আৰক্ষী ছুপাৰিণ্টেণ্ডেণ্ট  ৰজি কলিতাই কয়, ‘নূপুৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে৷ তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আছে৷ আমি প্ৰায় ৯০ লাখ নগদ টকা তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছো৷’
জনতাৰ সেৱাৰ নামত ধন লৈছিল খকুৱা নুপূৰ বৰাই৷ কোটি কোটি টকা উদ্ধাৰৰ পিছত পুনৰ অভিযান আৰম্ভ হয় নূপুৰৰ বিৰুদ্ধে৷ বহু দামী-দামী ব্ৰেণ্ডেদ সাজপাৰ উদ্ধাৰ হৈছে নূপুৰৰ ঘৰৰ পৰা৷ বিভিন্ন বেংকৰ প্ৰায় ৯ টা একাউন্ট জব্দ হৈছে নূপুৰৰ৷ বৰপেটাত দুটাকৈ ল’কাৰ থকাৰ তথ্য লাভ কৰিছে ভিজিলেন্স দলে৷ বেলতলা আৰু জালুকবাৰীৰ দুটাকৈ স্থানত আছে নুপূৰৰ মাটি৷ জালুকবাৰীত আছে দুটাকৈ ফ্লেট৷ গোটানগৰতো আৰু এটা ফ্লেট আছে নুপূৰৰ৷
পৰিয়ালৰ লোকৰ নামতো সম্পত্তি গোটাইছিল নুপূৰে৷ চাকৰি জীৱনৰ আজিৰ দিনটোলৈ নূপুৰ বৰাৰ মুঠ দৰমহা ৪৫ লাখ টকা৷ বৰপেটা সত্ৰৰ বহু ভূমি সন্দেহজনক লোকক নামজাৰী কৰি দিছিল৷ লাট মণ্ডল সুৰজিত ডেকাই নতুনকৈ এটা তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰিছিল৷ সুৰজিতৰ পৰা এখন থাৰ বাহন জব্দ কৰিছে ভিজিলেন্স দলে৷ কিন্তু সুৰজিতৰ পৰা নগদ ধন লাভ কৰা নাই তদাৰকী কোষে৷ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ সৰ্ববৃহৎ অভিযান আছিল এইটো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ

সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ

শ্ৰীকৃষ্ণৰ দ্বাৰকাৰ পৰা ৰাৱণৰ লংকা, আৰু কি কি নিৰ্মাণ কৰিছিল বিশ্বকৰ্মাই?

শ্ৰীকৃষ্ণৰ দ্বাৰকাৰ পৰা ৰাৱণৰ লংকা, আৰু কি কি নিৰ্মাণ কৰিছিল বিশ্বকৰ্মাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.