• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মদ্যপান কৰি ড্ৰাইভিং : আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী

মদ্যপান কৰি ড্ৰাইভিং : আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী

4 years ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

17 hours ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

18 hours ago
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

18 hours ago
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

19 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

20 hours ago
২০২৬ চন শুভ হ’ব এই ৩ৰাশিৰ বাবে, শনিৰ কৃপাত জীৱনত উন্নতি কৰিব এইকেইটা ৰাশিয়ে

২০২৬ চন শুভ হ’ব এই ৩ৰাশিৰ বাবে, শনিৰ কৃপাত জীৱনত উন্নতি কৰিব এইকেইটা ৰাশিয়ে

21 hours ago
দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

22 hours ago
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

2 days ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

2 days ago
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

2 days ago
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

2 days ago
Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 8, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মদ্যপান কৰি ড্ৰাইভিং : আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী

editor by editor
February 18, 2022
in অপৰাধ, ভাৰত
0
মদ্যপান কৰি ড্ৰাইভিং : আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী
0
SHARES
217
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মদ্যপান কৰি গাড়ী চলায় আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হৈছে দক্ষিণৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কাব্যা থাপাৰ৷

 

শুকুৰবাৰে মুম্বাউই মহানগৰীৰ জুহুত ৰখায় থোৱা এখন বাহনত অভিনেত্ৰী গৰাকীয়ে মদ্যপান কৰি চলায় যোৱা বাহনখনে খুন্দা মাৰে৷

 

ইয়াৰ পিছতে নিচাসক্ত অৱস্থাত থকা অভিনেত্ৰী গৰাকীয়ে কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে হতাহতিটো লিপ্ত হয়৷ আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিনেত্ৰী কাব্য থাপাৰক আদালতত হাজিৰ কৰোৱায়৷

 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে আদালতে ২৬ বছৰীয়া দক্ষিণৰ অভিনেত্ৰী গৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷

 

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অভিনেত্ৰী গৰাকীয়ে মদ্যপান কৰি সুৰামত্ত অৱস্থাত নিজৰ এছ ইউ ভি বিলাসী বাহনখক নিয়ন্ত্ৰণহীন অৱস্থাত চলায় গৈছিল৷  এই অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে কোনো লোকে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি খবৰ দিয়ে আৰু আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক পিছ লয়৷

 

নিয়ন্ত্ৰণহীন অৱস্থাত গাড়ী চলায় অভিনেত্ৰী কাব্যাই পথত ৰখাই থোৱা এখন বাহনত খুন্দা মাৰে৷ বাহনত খুন্দা মৰাৰ লগে লগে কাব্যক আৰক্ষীয়ে আটক কৰে যদিও তেওঁ আৰক্ষীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে হতাহতিটো লিপ্ত হয়৷

 

ইয়াৰ পিছতে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে আদালতত হজিৰ কৰোৱায় আৰু আদালতে কাব্য থাপাক জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ ইফালে ঘনটাটোক মুম্বাই আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰি তদন্ত আৰম্ভ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assaam live 24axom live 24axom live 24 digitalkavya thapar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই
জীৱনশৈলী

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

November 7, 2025
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে
জীৱনশৈলী

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

November 7, 2025
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি
জীৱনশৈলী

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

November 7, 2025
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?
জীৱনশৈলী

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

November 7, 2025
Next Post
‘এটোপ দুটোপ কৰি ডাৱৰৰ…’  জমা কৰি থোৱা খুচৰা পইচাৰে স্কুটি ক্ৰয় অসমৰ যুৱকৰ

‘এটোপ দুটোপ কৰি ডাৱৰৰ...’ জমা কৰি থোৱা খুচৰা পইচাৰে স্কুটি ক্ৰয় অসমৰ যুৱকৰ

অন্ত পৰা নাই কোভিড মহামাৰীৰ! বিশ্বজুৰি প্ৰতিসপ্তাহে ৭০ হাজাৰ কোভিড ৰোগীৰ মৃত্যু

অন্ত পৰা নাই কোভিড মহামাৰীৰ! বিশ্বজুৰি প্ৰতিসপ্তাহে ৭০ হাজাৰ কোভিড ৰোগীৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.