• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খুৰীয়েকৰ সৈতে ১৪ বছৰীয়া কিশোৰৰ অবৈধ সম্পৰ্ক, সাক্ষী ১০ বছৰীয়া শিশুক হত্যা

খুৰীয়েকৰ সৈতে ১৪ বছৰীয়া কিশোৰৰ অবৈধ সম্পৰ্ক, সাক্ষী ১০ বছৰীয়া শিশুক হত্যা

4 years ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

2 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

3 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

4 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

4 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

5 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

5 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

7 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

8 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

8 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

9 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

10 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

খুৰীয়েকৰ সৈতে ১৪ বছৰীয়া কিশোৰৰ অবৈধ সম্পৰ্ক, সাক্ষী ১০ বছৰীয়া শিশুক হত্যা

editor by editor
February 18, 2022
in অপৰাধ, ভাৰত
0
খুৰীয়েকৰ সৈতে ১৪ বছৰীয়া কিশোৰৰ অবৈধ সম্পৰ্ক, সাক্ষী ১০ বছৰীয়া শিশুক হত্যা
0
SHARES
601
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্য এক অবিশ্বাস্য আৰু জঘন্য ঘটনা পোহৰলৈ আহিছে৷ খুৰীয়েকে নিজৰ অবৈধ সম্পৰ্ক লুকুৱাই ৰাখিবলৈ হৰিশ নামৰ নিজৰ ১০ বছৰীয়া ভতিজাক কিশোৰ প্ৰেমিকৰ দ্বাৰা হত্যা কৰোৱায়৷

এই জঘন্য ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ জেলমোৰ জিলাৰ ঝিনঝিনয়ালী গাঁৱত৷ আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি মীনা নামৰ ২৪ বছৰীয়া বিবাহিতা মহিলা গৰাকীয়ে নিজৰ অবৈধ তথা পৰকীয়া প্ৰেমৰ সম্পৰ্ক লুকুৱাই ৰাখিবলৈ ১০ বছৰীয়া হৰিশক হত্যা কৰোৱায়৷

উল্লেখ্য যে যোৱা ১০ ফেব্ৰুৱাৰিত হৰিশ সন্ধাহীন হৈ থকাত পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰ চাপে৷ আৰক্ষীয়ে সন্ধানহীন হৰিশৰ সন্ধানত অভিযান চলাওতে স্থানীয় বিদ্যালয়ৰ পিছফালে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ইয়াৰ পিছতে পৰিয়ালৰ লোকে হৰিশৰ হত্যাৰ সন্দেহত আৰক্ষী থানাত অভিযোগ দাখিল কৰে৷ আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰাৰ পিছতে পোহৰলৈ আহে অন্য এক জঘন্য কাণ্ড৷

আৰক্ষীৰ তদন্তত এইটো স্পষ্ট হয় যে হৰিশে ১৪ বছৰীয়া কিশোৰ ভতিজাৰ সৈতে খুৰীয়েকৰ অবৈধ সম্পৰ্কৰ বিষয়ে অৱগত হৈছিল৷ এই অবৈধ সম্পৰ্ক কথা লুকুৱাই ৰাখিবলৈকে ১০ বছৰীয়া হৰিশক হত্যা কৰা হয়৷

আৰক্ষীৰ আগত অভিযুক্তই প্ৰকাশ কৰা অনুসৰি হৰিশে যোৱা ৯ ফেব্ৰুৱাৰিৰ সন্ধিয়া ১৪ বছৰীয়া ভজিতাকৰ সৈতে খুৰীয়েক মীনাক যৌন কাৰ্যত লিপ্ত থকা প্ৰত্যক্ষ কৰে৷ হৰিশে এই কথা পৰিয়ালৰ লোকৰ আগত প্ৰকাশ কৰিব বুলি আশংকা কৰি অভিযুক্ত মিনাই হৰিশক হত্যা কৰিবলৈ কিশোৰ প্ৰেমিকক উচতাই৷

১৪ বছৰীয়া প্ৰেমিক কিশোৰে প্ৰেমিকা খুৰীয়েকৰ কথা মতেই ৰাতি হৰিশক বিদ্যালয়ৰ পিছফালে নি ৰুমালেৰে মুখত সোপা দি হত্যা কৰে৷

ইফালে কিশোৰ প্ৰেমিকে খুৰীয়েকৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ কথা আৰু সম্পৰ্কীয় ভাতৃ হৰিশক হত্যা কৰাৰ সমস্ত ঘটনা স্বীকাৰ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalillegal physical relation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

June 17, 2026
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা
বিনোদন

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

June 17, 2026
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী
বাণিজ্য

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

June 17, 2026
Next Post
মদ্যপান কৰি ড্ৰাইভিং : আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী

মদ্যপান কৰি ড্ৰাইভিং : আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী

‘এটোপ দুটোপ কৰি ডাৱৰৰ…’  জমা কৰি থোৱা খুচৰা পইচাৰে স্কুটি ক্ৰয় অসমৰ যুৱকৰ

‘এটোপ দুটোপ কৰি ডাৱৰৰ...’ জমা কৰি থোৱা খুচৰা পইচাৰে স্কুটি ক্ৰয় অসমৰ যুৱকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.