• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুকুৰৰ দ্বাৰা ৰিপ্লেছ কৰা হৈছিল এই গৰাকী অভিনেত্ৰীক, বিয়া হৈ দ্বিতীয় পত্নী হিচাপেহে জনপ্ৰিয়

কুকুৰৰ দ্বাৰা ৰিপ্লেছ কৰা হৈছিল এই গৰাকী অভিনেত্ৰীক, বিয়া হৈ দ্বিতীয় পত্নী হিচাপেহে জনপ্ৰিয়

7 months ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

18 minutes ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

58 minutes ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

16 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

16 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

17 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

18 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

19 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

20 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

20 hours ago
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

21 hours ago
শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

22 hours ago
বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুকুৰৰ দ্বাৰা ৰিপ্লেছ কৰা হৈছিল এই গৰাকী অভিনেত্ৰীক, বিয়া হৈ দ্বিতীয় পত্নী হিচাপেহে জনপ্ৰিয়

editor by editor
July 23, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কুকুৰৰ দ্বাৰা ৰিপ্লেছ কৰা হৈছিল এই গৰাকী অভিনেত্ৰীক, বিয়া হৈ দ্বিতীয় পত্নী হিচাপেহে জনপ্ৰিয়
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কুকুৰৰ দ্বাৰা ৰিপ্লেছ কৰা হৈছিল এই গৰাকী অভিনেত্ৰীক, বিয়া হৈ দ্বিতীয় পত্নী হিচাপেহে জনপ্ৰিয়

বলীউডত নাম গঢ়িবলৈ বহু কষ্ট কৰিবলগা হয়। ষ্ট্ৰাগল অবিহনে কাম পোৱাটো বহু টান। বহু লোকেই কষ্ট কৰিব নোৱাৰি ত্যাগেই কৰি বলীউডৰ সপোন। তাৰে মাজৰে কিছুৱে কষ্টৰ মাজেৰে সাৰ্থক কৰে সপোন। তেনেই এগৰাকী অভিনেত্ৰী যিয়ে অভিনয়ৰ নামত অন্য অভিনেত্ৰী নহয়, বৰঞ্চ এটা কুকুৰৰ পৰা দ্বাৰা ৰিপ্লেছ হৈছে।

কিন্তু তাতোকৈ চাঞ্চল্যৰ কথা। কেইবাখনো চিনেমাত কাম কৰাৰ পাছতো পাছে অভিনৰ দ্বাৰা পৰিচিত হোৱা নাছিল। পৰিচয় লাভ কৰে তথা চৰ্চালৈ আহে বিবাহৰ পাছত হে। তাকো দ্বিতীয় পত্নী হিচাপে বিবাহ পাশত আৱদ্ধ হৈ বহু লোকৰ মাজত চৰ্চাৰ বিষয় হোৱাৰ লগতে সমালোচনাৰো সন্মুখিন হয়।

সেই অভিনেত্ৰীগৰাকী হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ নাগাৰ্জুনৰ বোৱাৰি নাগা চৈতন্যৰ দ্বিতীয় পত্নী শোভিতা ধুলিপালা। যিয়ে অভিনয় জগতত কাম পোৱাৰ বাবদ বহু ষ্ট্ৰাগলৰ সন্মুখিন হৈছিল। এবাৰ এখন চবিৰ শ্বুটিঙৰ বাবে নিৰ্বাচিত হৈ গোৱাত উপস্থিত হৈছিল, কিন্তু ছবিৰ ক্লাইন্টৰ শোভিতা পছন্দ নোহোৱাত সেই চৰিত্ৰ উটাই দি এটা কুকুৰক ছবিখনত স্থান দিয়া হৈছিল।

সেই শোভিতাই পাছলৈ ‘মাংকী মেন’, ‘পোন্নিয়িন সেলবেন ১’, ‘পোন্নিয়িন সেলবেন২’, দা নাইট মেনেজাৰ আদিৰ দৰে জনপ্ৰিয় ছবিত কাম কৰিছে।

কিন্তু চৰ্চা লাভ কৰে ২০২৪ চনত নাগা চৈতন্যৰ সৈতে হোৱা বিবাহৰ পাছতহে। বৰ্তমানে শোভিতা প্ৰায় ১৬৩ কোটি টকাৰ মালিক। অভিনয়ৰ লগতে সামাজিক মাধ্যমতো এক্টিভ শোভিতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodMovie IndustryShobhita Dhulipala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?
জীৱনশৈলী

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

February 5, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?
জীৱনশৈলী

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

February 4, 2026
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত
জীৱনশৈলী

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

February 4, 2026
Next Post
কন্যাৰ কোষ্ঠীত কি যোগ থাকিলে মনে বিচৰা স্বামীৰ লগতে ৰাণীৰ দৰে জীৱন পায়

কন্যাৰ কোষ্ঠীত কি যোগ থাকিলে মনে বিচৰা স্বামীৰ লগতে ৰাণীৰ দৰে জীৱন পায়

কিমান চিন্তাজনক ঋষভ পণ্টৰ আঘাত? পুনৰ খেলিব পাৰিবনে! BCCIয়ে কৰিলে সদৰি

কিমান চিন্তাজনক ঋষভ পণ্টৰ আঘাত? পুনৰ খেলিব পাৰিবনে! BCCIয়ে কৰিলে সদৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.