• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান চিন্তাজনক ঋষভ পণ্টৰ আঘাত? পুনৰ খেলিব পাৰিবনে! BCCIয়ে কৰিলে সদৰি

কিমান চিন্তাজনক ঋষভ পণ্টৰ আঘাত? পুনৰ খেলিব পাৰিবনে! BCCIয়ে কৰিলে সদৰি

1 year ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

21 minutes ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

1 hour ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

19 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

20 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

20 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

21 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

22 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

22 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

23 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

24 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

1 day ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কিমান চিন্তাজনক ঋষভ পণ্টৰ আঘাত? পুনৰ খেলিব পাৰিবনে! BCCIয়ে কৰিলে সদৰি

editor by editor
July 24, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কিমান চিন্তাজনক ঋষভ পণ্টৰ আঘাত? পুনৰ খেলিব পাৰিবনে! BCCIয়ে কৰিলে সদৰি
0
SHARES
611
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিমান চিন্তাজনক ঋষভ পণ্টৰ আঘাত? পুনৰ খেলিব পাৰিবনে! BCCIয়ে কৰিলে সদৰি

মানচেষ্টাৰত চলি থকা চতুৰ্থ টেষ্ট মেচৰ প্ৰথম দিনাই আঘাতপ্ৰাপ্ত হয় ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পণ্ট ৷ ঋষভৰ আঘাত ইমানেই গুৰুতৰ আছিল যে পণ্টে লগে লগেই ত্যাগ কৰে খেলপথাৰ ৷

আঘাতৰ বাবে ভাৰতীয় দলৰ সংগ এৰিবলৈ বাধ্য হয় পণ্ট। ততাতৈয়াকৈ এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ এতিয়া ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে পণ্টৰ আঘাত সন্দৰ্ভত এটা ডাঙৰ আপডেট দিছে । বি চি চি আইৰ চিকিৎসা দলে পণ্টৰ অহৰহ নিৰীক্ষণ কৰি আছে।

মানচেষ্টাৰ টেষ্ট মেচত টছত হাৰি প্ৰথমে বেটিং কৰি আছে ভাৰতীয় দলটোৱে । ৪ উইকেট পতনৰ অন্তত ভাৰতীয় ইনিংছৰ ৬৮ নং অভাৰৰ সময়ত ঋষভ পণ্টে ক্ৰীছ ৱ’কেছৰ বলত ৰিভাৰ্ছ ছুইপ শ্বট খেলিবলৈ চেষ্টা কৰে । কিন্তু বল বেটত নালাগি পোনেই পণ্টৰ ভৰিত আঘাত কৰে।

প্ৰচণ্ড জোৰে পণ্টৰ ভৰিত আঘাত কৰাত কিছু সময় কেকাই থাকি পাছত জোতা খুলি দেখে আঘাত গুৰুতৰ। ঠিয় হৈ থাকিব নোৱাৰা অৱস্থা হৈ পৰে পণ্টৰ। লগে লগে উপস্থিত হয় চিকিৎসকৰ দল ৷

আঘাত লগে লগে ফুলি তেজ ওলোৱাৰ ফলত আঘাত লৈয়ে ‘ৰিটায়াৰ্ড হাৰ্ট’ হৈ ষ্টেডিয়ামৰ পৰা ওলাই হে।

https://x.com/mufaddal_vohra/status/1948065245592993979

বৰ্তমানে বিচিচিআইয়ে পণ্টৰ আঘাতৰ ওপৰত এটা আপডেট দিছে ৷ ব’ৰ্ডে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত লিখিছে যে মানচেষ্টাৰ টেষ্টৰ প্ৰথম দিনাই বেটিং কৰি থকাৰ সময়তে ঋষভ পণ্টৰ সোঁ ভৰিত আঘাত লাগে ৷ ষ্টেডিয়ামৰ পৰা তেওঁক স্কেনৰ বাবে লৈ যোৱা হৈছে। বিচিচিআইৰ চিকিৎসা দলে পণ্টৰ নিৰিক্ষণ কৰি আছে।

উল্লেখ্য যে, ‘ৰিটায়াৰ্ড হাৰ্ট’ হোৱাৰ পূৰ্বলৈকে পণ্টে ৪৮ টা বলত ৩৭ ৰান সংগ্ৰহ কৰি দলত অৰিহণা যোগাইছিল। এই ইনিংছত পণ্টে দুটা ৪ৰ লগতে এটা ৬ কোবাইছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketindian teamInjured Retired HurtRishav Pant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?
ভাৰত

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

August 15, 2026
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?
ভাৰত

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

August 15, 2026
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা
ৰাজনীতি

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

August 14, 2026
Next Post
আজি শাওনৰ অমাৱস্যাত ৫ ৰাশিৰ উদয় হ’ব ভাগ্য

আজি শাওনৰ অমাৱস্যাত ৫ ৰাশিৰ উদয় হ'ব ভাগ্য

৬.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি, দুদিন পূৰ্বেও আহিছিল ৫.৫ ৰিখটাৰৰ ভূমিকম্প

৬.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি, দুদিন পূৰ্বেও আহিছিল ৫.৫ ৰিখটাৰৰ ভূমিকম্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.