অসম লাইভ২৪ঃ হঠাৎ নাইকিয়া হ’ল আদানীৰ আচ্ছে দিন
এটা দিনত আদানীয়ে হেৰুৱাইছে ৩.৪ লাখ কোটি
আদানীৰ প্ৰতিটো কোম্পানীতেই ব্যাপক ঘাটি
শ্বেয়াৰ মাৰ্কেটত হোৰাহোৰে নামিছে আদানীৰ শ্বেয়াৰ
ধনী ব্যক্তিৰ তালিকাত চতুৰ্থ স্থানলৈ এদিনতেই নামি আহিল আদানী
আদানী গ্ৰুপত বিনিয়োগ কৰা সকলো লোকে মূৰে কঁপালে হাত দিছে
ধাৰত ডুব যাব নেকি আদানী গ্ৰুপ
নীৰৱ মোদী, বিজয় মালিয়াৰ দৰে অৱস্থা হ’ব নেকি আদানীৰ?
কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়েও ইয়াক লৈ দিছিল সতৰ্কবাণী
ৰঘুৰাম ৰাজনৰ সৈতে হোৱা আলোচনাৰ এই প্ৰশ্ন কৰিছিল ৰাহুল গান্ধীয়ে
বিগত দুটা দিনত আদানী এণ্টাৰপ্ৰাইজৰ ৬৩ হাজাৰ কোটি লোকচান
আদানী পৰ্টৰ ৪১ হাজাৰ কোটিৰ লোকচান
আদানী টুটেলৰ ১ কোটি ৬ হাজাৰ কোটিৰ লোকচান
আদানী উইলমাৰৰ ৭ হাজাৰ কোটিৰ লোকচান
আদানী পাৱাৰৰ ১০ হাজাৰ ৩০০ কোটিৰ লোকচান
অম্বুজা চিমেণ্টৰ ৩১ হাজাৰ কোটিৰ লোকচান
এচিচিত ১১ হাজাৰ ২০০ কোটিৰ লোকচান
আদানী ট্ৰান্সমিছনৰ ৮৩ হাজাৰ কোটিৰ লোকচান
আদানী গ্ৰীণত ৬৮ হাজাৰ কোটিৰ লোকচান
এন ডি টিভিত ১৮০০ কোটিৰ লোকচান
আদানী গ্ৰুপক লৈ আমেৰিকান প্ৰতিষ্ঠান হিনডেন বাৰ্গে প্ৰকাশ কৰিছিল প্ৰতিবেদন
অসৎ আৰু ভূৱা উপায়েৰে আদানী গ্ৰুপে শ্বেয়াৰৰ মূল্য অধিক দেখুওৱাৰ অভিযোগ উঠিছিল
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















