• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্মচঞ্চল আদিত্য এল১! গন্তব্য স্থান পোৱাৰ আগতেই তথ্য সংগ্ৰহ কৰাত লাগিছে ইছৰোৰ সৌৰযান আদিত্য এল-১

কৰ্মচঞ্চল আদিত্য এল১! গন্তব্য স্থান পোৱাৰ আগতেই তথ্য সংগ্ৰহ কৰাত লাগিছে ইছৰোৰ সৌৰযান আদিত্য এল-১

3 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

6 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

7 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

8 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

8 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

9 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

9 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

10 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

10 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

11 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

12 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

কৰ্মচঞ্চল আদিত্য এল১! গন্তব্য স্থান পোৱাৰ আগতেই তথ্য সংগ্ৰহ কৰাত লাগিছে ইছৰোৰ সৌৰযান আদিত্য এল-১

editor by editor
September 18, 2023
in প্ৰযুক্তি, বিজ্ঞান, ভাৰত
0
কৰ্মচঞ্চল আদিত্য এল১! গন্তব্য স্থান পোৱাৰ আগতেই তথ্য সংগ্ৰহ কৰাত লাগিছে ইছৰোৰ সৌৰযান আদিত্য এল-১
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সূৰ্যৰ পথত ধাপে ধাপে আগুৱাইছে সৌৰযান আদিত্য এল-১৷ ইতিমধ্যেই পৃথিৱীৰ চতুৰ্থ কক্ষপথত ভৰি থৈছে আদিত্য এল-১য়ে৷ গন্তব্যৰ দিশে আগুৱাই যাওঁতে নিজৰ লক্ষ্যত অবিচল আদিত্য এল-১৷ ইতিমধ্যে পৰীক্ষা-নিৰীক্ষাৰ কাম আৰম্ভ কৰিছে ইছৰোৰ এই সূৰ্য অভিমুখে যাত্ৰা কৰা মহাকাশযানখনে৷ সোমবাৰে ইছৰোৰ এক্স হেণ্ডেলত ঘোষণা কৰা অনুসৰি বৈজ্ঞানিক তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰিছে আদিত্য এল-১৷ STEPS যন্ত্ৰৰ সহায়ত চেঞ্চৰসমূহে পৃথিৱীৰ পৰা ৫০,০০০ কিঃমিঃ বেছি দূৰত্বত ছুপাৰ থাৰ্মেল আৰু শক্তিশালী আয়ন ইলেক্ট্ৰনৰ পৰিমাপ লোৱা আৰম্ভ কৰিছে৷

পৃথিৱীৰ চাৰিওফালৰ কণাৰ আচৰণ বিশ্লেষণত বিজ্ঞানীসকলক সহায় কৰিছে এই তথ্যই৷ ইছৰোৰ তৰফৰ পৰা পূৰ্বে জনোৱা অনুসৰি মৰিশা, বাংগালুৰু আৰু পৰ্ট ব্লেয়াৰত ইছৰোৰ গ্ৰাউণ্ড ষ্টেছনৰ পৰা আদিত্য এল-১ক পৰ্যবেক্ষণ কৰিছে বিজ্ঞানীয়ে৷ ইয়াৰোপৰি শেহতীয়াকৈ আৰু এটা কক্ষপথ সলনি কৰিছে সূৰ্যযান আদিত্য এল-১য়ে৷ বৰ্তমান পৃথিৱীৰ কক্ষপথতেই আছে যানখন৷

৩, ৫ আৰু ১০ ছেপ্টেম্বৰত কক্ষপথ সলনি কৰিছে যানখনে৷ কক্ষপথ পৰিবৰ্তনৰ পৰবৰ্তি প্ৰক্ৰিয়া অহা ১৮ ছেপ্টেম্বৰত নিশা ২ বজাত কক্ষপথ সলনি কৰিব যানখনে৷ আদিত্য এল-১ মিছনৰ এল১ পয়েণ্ট হৈছে লেগৰেঞ্জ পয়েণ্ট৷ পৃথিৱী আৰু সূৰ্যৰ মাজত এই পয়েণ্ট৷ এই পয়েণ্টত পৃথিৱী আৰু সূৰ্যৰ মধ্যাকৰ্ষণ শক্তিৰ ভাৰসাম্য থাকে৷ এই অৱস্থানত যানখন স্থিৰ হৈ থাকিব৷ এই পয়েণ্টটোত ৰৈ নিৰৱচ্ছিন্নভাৱে সূৰ্যক চাই থকাটো সম্ভৱ৷ এই লেগৰেঞ্জ পয়েণ্টত পৃথিৱীৰ মধ্যাকৰ্ষণ আৰু সূৰ্যৰ আকৰ্ষণ শক্তিয়ে সমানেই ক্ৰিয়া কৰি থাকে৷ ফলত যানখন সূৰ্যৰ ফালে আগুৱাই যাবও নোৱাৰে আৰু পৃথিৱীৰ দিশে পিছুৱাইয়ো আহিব নোৱাৰে৷ সূৰ্যৰ পৰা নিৰ্গত অগ্নিশিখাসমূহেও যানখনৰ ক্ষতি কৰিব নোৱাৰে৷ সেই স্থানৰ পৰা সূৰ্যৰ ছবিও তুলিব পাৰিব যানখনে৷ সূৰ্যৰ কৰোনাৰ খবৰ তাৰ পৰাই পৃথিৱীক পঠিয়াই থাকিব যানখনে৷ আদিত্য এল-১ত মুঠ ৭টা পোলেড আছে৷ এইসমূহৰ বিশেষ কামেই হৈছে সূৰ্যৰ বিভিন্ন স্তৰ পৰ্যবেক্ষণ কৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

April 9, 2026
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
প্ৰযুক্তি

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
Next Post
৪লাখ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ উভতাই দিলে মহম্মদ ছিৰাজে, কিন্তু কিয়?

৪লাখ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ উভতাই দিলে মহম্মদ ছিৰাজে, কিন্তু কিয়?

গণেশৰ কৃপাত ভাগ্যোদয় হ’ব ৪ৰাশিৰ, সকলো বাধা আঁতৰাৰ ওপৰিও হাতলৈ আহিব ধন

গণেশৰ কৃপাত ভাগ্যোদয় হ’ব ৪ৰাশিৰ, সকলো বাধা আঁতৰাৰ ওপৰিও হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.