• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ দৃষ্টি, সোণৰ দৰে চমকিব কন্যাসহ এইকেইটা ৰাশিৰ ভাগ্য

১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ দৃষ্টি, সোণৰ দৰে চমকিব কন্যাসহ এইকেইটা ৰাশিৰ ভাগ্য

8 months ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

27 minutes ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

1 hour ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

2 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

3 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

4 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

17 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

17 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

17 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

18 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

19 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

19 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ দৃষ্টি, সোণৰ দৰে চমকিব কন্যাসহ এইকেইটা ৰাশিৰ ভাগ্য

১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ দৃষ্টি, সোণৰ দৰে চমকিব কন্যাসহ এইকেইটা ৰাশিৰ ভাগ্য

editor by editor
October 22, 2025
in জীৱনশৈলী
0
১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ দৃষ্টি, সোণৰ দৰে চমকিব কন্যাসহ এইকেইটা ৰাশিৰ ভাগ্য
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০০ বছৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ নজৰ পৰিছে৷ জ্যোতিষ অনুসৰি ইয়াৰ ফলত দুৰ্দান্ত শুভ যোগ গঠিত হৈছে৷ এই শুভ যোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ জাতকে প্ৰচুৰ সাফল্য আৰু সৌভাগ্য লাভ কৰিব৷ বৈদিক জ্যোতিষ অনুসৰি বৃহস্পতি আৰু শনি অত্যন্ত ক্ষমতাশালী দুটা গ্ৰহ৷ এই দুই গ্ৰহৰ প্ৰভাৱত জাতকৰ জীৱনত বহু সালসলনি আহিব পাৰে৷ বিগত ১৮ অক্টোবৰত বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে৷ তাৰ পাছতেই বৰ্তমান মীন ৰাশিত থকা শনিৰ ওপৰত বৃহস্পতিৰো দৈৱ দৃষ্টি পৰিছে৷ এই বিৰল যোগৰ প্ৰভাৱত চাৰি ৰাশিৰ জাতকে বিপুল উন্নতি কৰিব৷

মিথুন ৰাশি

জীৱনত উন্নতি কৰাৰ নতুন সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত সুখ থাকিব৷ এই সময়ত নতুন প্ৰকল্পত হাত দিলে সেয়া লাভজনক হব৷ কৰ্মসূত্ৰে বিদেশ যাত্ৰা কৰিব পাৰে৷ উপাৰ্জন আৰু সামাজিক প্ৰতিপত্তি বাঢ়িব৷

কৰ্কট ৰাশি

বৃহস্পতিৰ নজৰৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত নজৰকাঢ়া উন্নতি কৰিব কৰ্কট ৰাশিৰ জাতকে৷ ব্যৱসায়ত ডাঙৰ সাফল্য পাব৷ পূৰ্বে পৰা বিনিয়োগৰ পৰা লাভ হব৷ সকলো কাম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ একাদশ ঘৰত বৃহস্পতি আৰু সপ্তম ঘৰত অৱস্থান কৰিছে শনিয়ে৷ ১০০ বছৰৰ পাছত বৃহস্পতিত শনিৰ নজৰৰ প্ৰভাৱত উপাৰ্জনত ডাঙৰ উন্নতি হব পাৰে৷ আপোনাৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হব পাৰে৷ নতুন সম্পত্তি কিনাৰ বাবে এই সময় উপযুক্ত৷

মকৰ ৰাশি

শনিৰ বৃহস্পতিৰ দৃষ্টি পৰাত দুৰ্দান্ত লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ মকৰ ৰাশিৰ তৃতীয় ঘৰত অৱস্থান কৰিছে শনি আৰু সপ্তম ঘৰত অৱস্থান কৰিছে বৃহস্পতিয়ে৷ এই সময়ত পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব৷ কৰ্মক্ষেত্ৰত যাৱতীয় সমস্যা দূৰ হব৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ
জীৱনশৈলী

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

June 14, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

June 14, 2026
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!
জীৱনশৈলী

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

June 13, 2026
Next Post
চতুৰ্গ্ৰহী যোগত বুধবাৰে সিদ্ধাদাতাৰ কৃপা আছে ৫ ৰাশিত, আপুনি আছেনে তালিকাত?

চতুৰ্গ্ৰহী যোগত বুধবাৰে সিদ্ধাদাতাৰ কৃপা আছে ৫ ৰাশিত, আপুনি আছেনে তালিকাত?

ছটপূজাৰ পৰা সলনি হৈ যাব জীৱন, প্ৰচুৰ লাভৰ যোগ ৫ ৰাশিৰ ভাগ্যত

ছটপূজাৰ পৰা সলনি হৈ যাব জীৱন, প্ৰচুৰ লাভৰ যোগ ৫ ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.