• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়স ৩০ পাৰ হ’ল? মহিলাসকলে খাদ্যতালিকাত কিমান প্ৰটিন ৰখাটো প্ৰয়োজন?

বয়স ৩০ পাৰ হ’ল? মহিলাসকলে খাদ্যতালিকাত কিমান প্ৰটিন ৰখাটো প্ৰয়োজন?

10 months ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

13 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

28 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

1 hour ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বয়স ৩০ পাৰ হ’ল? মহিলাসকলে খাদ্যতালিকাত কিমান প্ৰটিন ৰখাটো প্ৰয়োজন?

বয়স ৩০ পাৰ হ’ল? মহিলাসকলে খাদ্যতালিকাত কিমান প্ৰটিন ৰখাটো প্ৰয়োজন?

editor by editor
June 3, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বয়স ৩০ পাৰ হ’ল? মহিলাসকলে খাদ্যতালিকাত কিমান প্ৰটিন ৰখাটো প্ৰয়োজন?
0
SHARES
353
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এফালে সংসাৰৰ গুৰুদায়িত্ব আৰু অন্যফালে কাৰ্যালয়ৰ বোজা৷ সকলোমিলি এগৰাকী মহিলাই নিজক সময় দিবলৈ সুযোগেই নাপায়৷ ভোকৰ বাবে কেৱল পেটত খাদ্য পেলাই যায় সেয়া সুষম আহাৰ হওক বা নহওক সেই বিষয়ে জানিবলৈকো সময় নাথাকে বহু মহিলাৰ৷ বয়সে ৩০ পাৰ কৰিলেই নানান শাৰীৰিক সমস্যাত জৰ্জৰিত হৈ পৰে বহু নাৰী৷ চিকিৎসকৰ মতে, বয়স ৩০ পাৰ হওঁতেই খাদ্যতালিকাত বিশেষ নজৰ দিয়া প্ৰয়োজন৷ প্ৰটিন আছেনে নাই, শৰীৰে কিমান পৰিমাণে প্ৰটিন লাভ কৰিছে সেই দিশত নজৰ দিয়া খুবেই প্ৰয়োজন৷

সমীক্ষাই কৈছে, পুৰুষৰ তুলনাত কমপক্ষেও দিনত ১৩শতাংশ কম প্ৰটিনজাত খাদ্য খায়৷ তাৰ ফলত আমাৰ দেশৰ ৭০-৮০শতাংশ মহিলাই প্ৰটিনৰ অভাৱত ভোগে৷ স্বাভাৱিকভাৱেই পুৰুষৰ তুলনাত প্ৰটিনৰ ঘাটিত শাৰীৰিক সমস্যাও বেছি হয় মহিলাসকলৰ৷ কাৰণ প্ৰটিনেই আমাৰ শৰীৰৰ পেশীশক্তি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত অত্যন্ত গুৰুত্বপূৰ্ণ৷ চিকিৎসকৰ মতে ৩০ৰ পৰা ৪০ বছৰ বয়সীয়া মহিলাই বেছি পৰিমাণে প্ৰটিনজাত খাদ্য খোৱাটো প্ৰয়োজন৷

কিয় এই বয়সত মহিলাই বেছি প্ৰটিনজাত খাদ্য খোৱাটো প্ৰয়োজন?

চিকিৎসকৰ মতে ৩০ৰ পৰা ৪০ বছৰ বয়সীয়া মহিলাৰ শৰীৰত নানান পৰিবৰ্তন আহে৷ ধীৰে ধীৰে মেনোপজৰ দিশত আগুৱাই তেওঁলোক৷ তাৰ ফলত শৰীৰত হৰমনৰ তাৰতম্য ঘটিবলৈ আৰম্ভ কৰে৷ মুড ছুইংয়ৰ দৰে সমস্যাও বাঢ়ি থাকে৷ কাৰণ কাৰোবাৰ তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়িও থাকে৷ কিছুমানৰ আকৌ ভিটামিন ডি, ভিটামিন বিৰ ঘাটিও থাকে শৰীৰত৷ প্ৰটিনে এই সকলোবোৰৰ তাৰতম্যৰ সম্ভালি থাকে৷ সেয়ে চিকিৎসকৰ মতে ৩০ৰ পৰা ৪০ বছৰ বয়সীয়া মহিলাসকলে সকলোতকৈ বেছি প্ৰটিনজাত খাদ্য খোৱাটো প্ৰয়োজন৷

প্ৰটিনৰ অভাৱত কি কি সমস্যাই দেখা দিয়ে মহিলাৰ শৰীৰত?

  • ওজন কমে৷
  • পেশীৰ দুৰ্বলতা৷
  • তেজত শৰ্কৰাৰ মাত্ৰা কমি যোৱা৷
  • মিঠা খাদ্য খোৱাৰ ইচ্ছা বৃদ্ধি৷
  • হৰমনৰ তাৰতম্য৷
  • মাহিলী সমস্যা৷

কিমান পৰিমাণৰ প্ৰটিন খাদ্যতালিকাত থকাটো প্ৰয়োজন?

এগৰাকী মহিলাৰ ওজনৰ ওপৰত প্ৰটিনৰ মাত্ৰা স্থিৰ হয়৷ যেনে কিঃগ্ৰাঃ প্ৰতি ০.৮-১.২ গ্ৰাম প্ৰটিন থকা প্ৰয়োজন৷ কোনো মহিলাৰ ওজন যদি ৬০ কেজি হয় তেন্তে তেওঁ প্ৰতিদিনে খাদ্যতালিকাত ৭২-৯৬গ্ৰাম প্ৰটিন লোৱাটো প্ৰয়োজন৷ অৱহেলা নহয় নিজৰ স্বাস্থ্যৰ প্ৰতি নিজেই যত্ন ৰাখক৷ খাদ্যতালিকা কেৱল পেট ভৰাবৰ বাবেই নহয় সুষম খাদ্য খাইছেনে সেই কথাতো গুৰুত্ব ৰাখক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

April 7, 2026
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

April 7, 2026
Next Post
প্ৰাক্তন প্ৰেয়সীৰ ওঁঠত ওঁঠ থৈ বিশেষ প’জ কাৰ্তিক আৰিয়ানৰ, আকৌ জোৰা লাগিছে নেকি ভঙা প্ৰেম? কৰণ জোহাৰে শ্বেয়াৰ কৰা ফটোখনৰ বিশেষত্ব জানেনে?

প্ৰাক্তন প্ৰেয়সীৰ ওঁঠত ওঁঠ থৈ বিশেষ প’জ কাৰ্তিক আৰিয়ানৰ, আকৌ জোৰা লাগিছে নেকি ভঙা প্ৰেম? কৰণ জোহাৰে শ্বেয়াৰ কৰা ফটোখনৰ বিশেষত্ব জানেনে?

সময় বান্ধি দিয়া হৈছে ছমাহ! নিৰ্দিষ্ট সময়ত নথিভুক্ত কৰিব লাগিব সকলো ৱাকফ সম্পত্তি, পৰ্টেল মুকলি মোদী চৰকাৰৰ, নথিভুক্ত নকৰা সম্পত্তিৰ কি হ’ব?

সময় বান্ধি দিয়া হৈছে ছমাহ! নিৰ্দিষ্ট সময়ত নথিভুক্ত কৰিব লাগিব সকলো ৱাকফ সম্পত্তি, পৰ্টেল মুকলি মোদী চৰকাৰৰ, নথিভুক্ত নকৰা সম্পত্তিৰ কি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.