• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰুৱা চিলিণ্ডাৰৰ পাছত এইবাৰ দাম কমিল বাণিজ্যিক চিলিণ্ডাৰৰো! বাণিজ্যিক চিলিণ্ডাৰত কেইটকা হ্ৰাস কৰিলে মোদী চৰকাৰে?

3 years ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

18 minutes ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

44 minutes ago
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

1 hour ago
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

2 hours ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

3 hours ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

4 hours ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

5 hours ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ঘৰুৱা চিলিণ্ডাৰৰ পাছত এইবাৰ দাম কমিল বাণিজ্যিক চিলিণ্ডাৰৰো! বাণিজ্যিক চিলিণ্ডাৰত কেইটকা হ্ৰাস কৰিলে মোদী চৰকাৰে?

editor by editor
September 1, 2023
in বাণিজ্য, ভাৰত
0
ঘৰুৱা চিলিণ্ডাৰৰ পাছত এইবাৰ দাম কমিল বাণিজ্যিক চিলিণ্ডাৰৰো! বাণিজ্যিক চিলিণ্ডাৰত কেইটকা হ্ৰাস কৰিলে মোদী চৰকাৰে?
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেইদিনমান পূৰ্বে দাম কমিছিল ঘৰুৱা চিলিণ্ডাৰৰ। এইবাৰ বাণিজ্যিক গেছ(১৯ কিঃগ্ৰাঃ) চিলিণ্ডাৰৰ দাম কমাইছে মোদী চৰকাৰে। বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫৮ কৈ কমোৱাৰ সিদ্ধান্ত লৈছে মোদী শাসনাধীন চৰকাৰে। নতুন দাম কাৰ্যকৰী হ’লে দিল্লীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫২২ টকা। বিগত জুলাই মাহত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈ হৈছিলগৈ ১৭৮০ টকা। বহুতৰে দাবী যে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বাবেই এই পদক্ষেপ হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰলৈকে কিন্তু চৰকাৰে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই।

বিগত মঙলবাৰে ঘৰুৱা চিলিণ্ডাৰৰ দাম(১৪ কিঃগ্ৰাঃ)ৰ দাম কমোৱাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীসভাই। উজলা আঁচনিৰ অধীনৰ ৰন্ধন গেছৰ দাম ৪০০ টকা কমোৱা হৈছিল। তাৰ বিপৰীতে অইন ঘৰুৱা চিলিণ্ডাৰৰ দাম ২০০ টকাকৈ কমোৱা হৈছিল। মঙলবাৰে নিশা ১২ বজাৰ পৰা নতুন দাম ধ্যাৰ্য কৰা হৈছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এক্স(টুইটাৰ)ৰ মাধ্যমেৰে এই কথা সদৰি কৰিছিল। বিত্তমন্ত্ৰী নিৰ্মলাই টুইটত লিখিছিল, ‘ৰাখী আৰু ওনাম উপলক্ষে ৰন্ধন গেছৰ দাম ২০০টকাকৈ কমোৱাৰ সিদ্ধান্ত লৈছো। এই উৎসৱত মাতৃ-ভণ্টীসকলোকে ‘স্নেহ উপহাৰ’ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?
অসম

May 5, 2026
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

May 5, 2026
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?
বাণিজ্য

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট! কি কি সেৱাত পৰিব প্ৰভাৱ?

May 5, 2026
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!
জীৱনশৈলী

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

May 5, 2026
Next Post
চন্দ্ৰত ভূমিকম্প! বিক্ৰমে ধৰা পেলালে কম্পন, কিয় ভূমিকম্প হয় চন্দ্ৰত? সবিশেষ…

চন্দ্ৰত ভূমিকম্প! বিক্ৰমে ধৰা পেলালে কম্পন, কিয় ভূমিকম্প হয় চন্দ্ৰত? সবিশেষ...

ছেপ্টেম্বৰত প্ৰচুৰ লাভ, ধন লাভ কৰিব তুলা-বৃশ্চিকৰ জাতকে! অন্য ৰাশিৰ জীৱনলৈ কি কি পৰিবৰ্তন আহিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন