• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ পাছত অষ্ট্ৰেলিয়াৰ হাতত মহিলাৰো পৰাজয়, একেদিনাই দুখন খেলত পৰাস্ত ভাৰত

পুৰুষৰ পাছত অষ্ট্ৰেলিয়াৰ হাতত মহিলাৰো পৰাজয়, একেদিনাই দুখন খেলত পৰাস্ত ভাৰত

2 years ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

24 minutes ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

1 hour ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

2 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

3 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

4 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

13 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

13 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

14 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

14 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

15 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পুৰুষৰ পাছত অষ্ট্ৰেলিয়াৰ হাতত মহিলাৰো পৰাজয়, একেদিনাই দুখন খেলত পৰাস্ত ভাৰত

editor by editor
December 8, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
পুৰুষৰ পাছত অষ্ট্ৰেলিয়াৰ হাতত মহিলাৰো পৰাজয়, একেদিনাই দুখন খেলত পৰাস্ত ভাৰত
0
SHARES
74
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৰুষৰ পাছত অষ্ট্ৰেলিয়াৰ হাতত মহিলাৰো পৰাজয়, একেদিনাই দুখন খেলত পৰাস্ত ভাৰত

এডিলেইডত দ্বিতীয়খন টেষ্টত আজি পুৰুষ ভাৰতীয় ক্ৰিকেটদলটো পৰাজয়ৰ পাছত একেটাদিনত মহিলা ভাৰতীয় ক্ৰিকেট দলটোৰো পৰাজয়। ব্রিজবেনত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়া মেচত অষ্ট্ৰেলিয়ান দলৰ হাতত ভাৰতীয় মহিলা দল পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে৷

ভাৰতীয় মহিলা দলটোক ৩৭২ ৰানৰ বিশাল লক্ষ্য দিছিল অষ্ট্ৰেলিয়াই, যি লক্ষ্য ভেদ কৰিবলৈ আগবাঢ়িছিল ভাৰতীয় দলটো, পাছে আৰম্ভণিতে ছন্দৰ পটন। দলটোৱে প্ৰথম ৪টা উইকেট দ্রুতগতিত হেৰুৱাই শলঠেকত পৰে। তাৰ পাছত অষ্ট্রেলিয়াই ভাৰতক মেচখনত প্রত্যাৱর্তন ঘটাবলৈ সুযোগ নিদিয়ে৷

উল্লেখ্য যে, বৰ্তমানে অষ্ট্ৰেলিয়াৰ মাটিত এফালে পুৰুষৰ টেষ্ট মেচ, আনফালে মহিলাৰ তিনিখনীয়া এদিনিয়া শৃংখলা। পুৰুষৰ টেষ্ট মেছত বৰ্তমানে ১-১ৰ সমতা হৈছে, আনহাতে মহিলাৰ ক্ৰিকেটত ২-০ত পিছ পৰি ৰৈছে ভাৰত।

ব্রিজবেনত অনুষ্ঠিত হোৱা মহিলাৰ দ্বিতীয় খন এদিনীয়া শৃংখলাৰ এই মেচত প্ৰথমে বেটিং কৰা অষ্ট্ৰেলিয়াৰ দলটোৱে ৮টা উইকেট হেৰুৱাই ৩৭১ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ জৰ্জিয়া উল আৰু এলিছ পেৰীয়ে উজ্জ্বল শতক অৰ্জন কৰি নিজৰ দলটোক শক্তিশালী স্থানত ৰাখে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে কেউটা উইকেট হেৰুাৱই ২৪৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। যাৰ ফলত শৃংখলা হেৰুৱাব লগা হয় ভাৰতীয় মহিলা দলটো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndia Vs AustraliaIndian CricketIndian Cricket Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়
জীৱনশৈলী

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

July 25, 2026
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ
অপৰাধ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

July 25, 2026
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?
ভাৰত

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

July 25, 2026
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী
বিবিধ

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

July 25, 2026
Next Post
ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো

ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো

সামাজিক মাধ্যম খলকনি ধাৰ্মিক চোৰৰ, চোৰ কৰাৰ পূৰ্বে পূজা, ভাইৰেল ভিডিঅ’

সামাজিক মাধ্যম খলকনি ধাৰ্মিক চোৰৰ, চোৰ কৰাৰ পূৰ্বে পূজা, ভাইৰেল ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.