• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাস্পতালত ৫ মিনিটৰ বাবে বন্ধ হৈছিল অক্সিজেন সেৱা,  অনুজ্ঞাপত্ৰ বাতিল কৰিলে প্ৰশাসনে

হাস্পতালত ৫ মিনিটৰ বাবে বন্ধ হৈছিল অক্সিজেন সেৱা, অনুজ্ঞাপত্ৰ বাতিল কৰিলে প্ৰশাসনে

5 years ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

3 minutes ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

35 minutes ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

52 minutes ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

3 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

5 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

6 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

7 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

8 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

9 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

হাস্পতালত ৫ মিনিটৰ বাবে বন্ধ হৈছিল অক্সিজেন সেৱা, অনুজ্ঞাপত্ৰ বাতিল কৰিলে প্ৰশাসনে

editor by editor
June 9, 2021
in ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
হাস্পতালত ৫ মিনিটৰ বাবে বন্ধ হৈছিল অক্সিজেন সেৱা,  অনুজ্ঞাপত্ৰ বাতিল কৰিলে প্ৰশাসনে
0
SHARES
914
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আগ্ৰাৰ ব্যক্তিগত চিকিৎসালয়ত কোভিড ৰোগীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ২জনীয়া তদন্ত কমিটি গঠন কৰিছে আগ্ৰা প্ৰশাসনে। তদন্ত কমিটিক দুদিনৰ ভিতৰত তথ্য জমা দিয়াৰো নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে। আগ্ৰাৰ পৰশ হাস্পতালত বিগত ২৭ এপ্ৰিলত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। অক্সিজেনৰ অভাৱত মৃত্যু হৈছিল ২২গৰাকীকৈ কোভিড ৰোগীৰ। হাস্পতালখনত ৫ মিনিটৰ বাবে বন্ধ কৰি দিয়া হৈছিল অক্সিজেন যোগান। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই পোহৰলৈ আহিছে সমগ্ৰ ঘটনাৰ চাঞ্চল্যকৰ তথ্য। ঘটনা সন্দৰ্ভত হাস্পতালখনৰ স্বত্বাধিকাৰীয়ে স্বীকাৰ কৰিছে সকলো কথা। স্বত্বাধিকাৰীৰ ভাষ্য অনুসৰি, এক ‘mock drill’ অনুষ্ঠিত কৰাৰ পৰিপ্ৰেক্ষিতত ৫ মিনিটৰ বাবে চিকিৎয়ালয়খনত কোভিড ৰোগীসকলৰ অক্সিজেন যোগান বন্ধ কৰি দিয়া হৈছিল। যাৰ বাবে মৃত্যু হৈছিল ২২ গৰাকীকৈ কোভিড ৰোগীৰ। ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। পৰশ হাস্পতালৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে হাস্পতালৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে প্ৰশাসনে। চিকিৎসাধীন অন্য ৫০ গৰাকী ৰোগীক অন্য হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ কথা ব্যক্তি কৰিছে আগ্ৰা প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: agra incidentasom live 24assam live 24axom live 24uttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট
জীৱনশৈলী

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

April 6, 2026
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা
ভাৰত

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

April 6, 2026
Next Post
আৰক্ষীয়ে জব্দ কৰা চোৰাং গৰুৰ কি দশা হয়?

আৰক্ষীয়ে জব্দ কৰা চোৰাং গৰুৰ কি দশা হয়?

কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIত কি হৈছে?

কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIত কি হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.