• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহু বছৰৰ পাছত প্ৰকাশ গোপন কথা, ঐশ্বৰ্য ৰায় ছলমান খানৰ ভগ্নী হ’বলৈ ওলাইছিল এখন চিনেমাত, পাছে…

2 years ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

46 minutes ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

59 minutes ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

1 hour ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

2 hours ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

3 hours ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

12 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

13 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

14 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বহু বছৰৰ পাছত প্ৰকাশ গোপন কথা, ঐশ্বৰ্য ৰায় ছলমান খানৰ ভগ্নী হ’বলৈ ওলাইছিল এখন চিনেমাত, পাছে…

editor by editor
August 18, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বহু বছৰৰ পাছত প্ৰকাশ গোপন কথা, ঐশ্বৰ্য ৰায় ছলমান খানৰ ভগ্নী হ’বলৈ ওলাইছিল এখন চিনেমাত, পাছে…
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু বছৰৰ পাছত প্ৰকাশ গোপন কথা, ঐশ্বৰ্য ৰায় ছলমান খানৰ ভগ্নী হ’বলৈ ওলাইছিল এখন চিনেমাত, পাছে…

ছলমান খান আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ যুটিয়ে ১৯৯৯ চনত সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘হম দিল দে চুকে সনাম’ত আলোড়নৰ সৃষ্টি কৰিছিল। এই ছবিখনৰ পৰাই ঐশ্বৰ্যৰ প্ৰেমত পৰিছিল ছলমান। চিনেমাখনেও ছলমান-ঐশ্বৰ্যৰ যুটি খুবেই পচন্দ কৰিছিল।। কিন্তু জানেনে এই ছবিখনৰ পিছত ঐশ্বৰ্যই ২০০০ চনত এখন ছবিত ছলমান খানৰ ভগ্নীৰ চৰিত্ৰতো অভিনয় কৰিবলৈ ওলাইছিল।

১৯৯৯ চনৰ পিছত ছলমান খান আৰু ঐশ্বৰ্য ৰায়ক বলীউডৰ শ্ৰেষ্ঠ যুটি বুলি অভিহিত কৰিবলৈ আৰম্ভ কৰিছিল অনুৰাগীসকলে। কিন্তু ২০০০ চনত দুয়োকে এখন ছবিত ভাই-ভনীৰ চৰিত্ৰত অভিনয় কৰিবলৈ অফাৰ দিয়া হৈছিল। পাছে ছলমানে পোনেই নাকচ কৰিছিল সেই অফাৰ। যি পাছত ছলমানৰ সলনি শ্বাহৰুখে কৰিছিল সেই চৰিত্ৰ।

২০০০ চনত অহা সেই ছবিখন হৈছে ‘জোছ’। এই ছবিখনত ঐশ্বৰ্যই শ্বাহৰুখ খানৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। চন্দ্ৰচুৰন সিঙকো চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল। কিন্তু শ্বাহৰুখৰ আগতে আমিৰ আৰু ছলমানক ছবিখনত অভিনয় কৰিবলৈ অফাৰ দিয়া হৈছিল।

কিন্তু ছলমানে ঐশ্বৰ্যৰ ককায়েক হবলৈ মান্তি হোৱা নাছিল। আনহাতে আমিৰৰ হাতত নাছিল সময়। যাৰ বাবে শ্বাহৰুখৰ হাতলৈ গৈছিল সেই ছবি। শ্বাহৰুখে কোনো আপত্তি নকৰাকৈ কৰিছিল সেই চৰিত্ৰ।

ঐশ্বৰ্যই নিজেই সাক্ষাৎকাৰত কৈছিল যে এই ছবিখনত শ্বাহৰুখৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰাত তেওঁৰ কোনো সমস্যা নাই। তেওঁ কৈছিল যে মই ভাবিছিলো এইটো নতুন হ’ব, এইটো বেলেগ হ’ব। এই ভূমিকাত তেওঁ বিশেষ কিবা এটা দেখিছিল আৰু যি দৰ্শকেও আঁকোৱালি লৈছিল। সেই সাক্ষাততেই কৈছিল ছলমান আৰু আমিৰৰ কথা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aishwariya Rai BachanBollywoodIndian MovieSalman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?
খাদ্য

March 28, 2026
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?
জীৱনশৈলী

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

March 28, 2026
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?
জীৱনশৈলী

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

March 28, 2026
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
বাণিজ্য

Next Post
Psychological Test কি? যিয়ে কলকাতাত সংঘটিত হোৱা ৩৫ মিনিটৰ বৰ্বৰতাৰ ৰহস্য উদঙাই দিব

দৈনিক ৰাশিফল- আজি ভাদ মাহৰ প্ৰথমটো সোমবাৰ, ভাগ্য জিলিকি উঠিব কেইবাটাও ৰাশিৰ, অশ্লেষ-মাঘা নক্ষত্ৰৰ বাবে ধন আহিব জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন