মিজোৰামৰ ৰাজধানী আইজলত গুৰুত্বপূৰ্ণ বৈঠক। অসম-মিজোৰাম চৰকাৰৰ মাজত বৈঠক অনুষ্ঠিত। উদ্দেশ্য অসম-মিজোৰাম সীমা সংঘাত দূৰীকৰণ। আইজলত উপস্থিত মন্ত্ৰী অতুল বৰা। আইজলত উপস্থিত মন্ত্ৰী অশোক সিংঘাল বৈঠকৰ পাছত প্ৰকাশ যুটীয়া বিবৃতি। সীমান্তৰ পৰা দুই ৰাজ্যই প্ৰত্যাহাৰ কৰিব বাহিনী। শান্তি-সম্প্ৰীতি ৰক্ষাৰ সকলো পদক্ষেপ গ্ৰহণ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ