• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

8 months ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

9 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

9 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

10 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

10 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

11 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

11 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

12 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

12 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

14 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

15 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

15 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

editor by editor
January 29, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বুধবাৰে পুৱা ঘটিছিল ভয়ংকৰ দুৰ্ঘটনাটো৷ মহাৰাষ্ট্ৰৰ বাৰামতী বিমানবন্দৰত জৰুৰী অৱতৰণৰ সময়ত ভয়াৱহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী তথা এন চিৰি প্ৰধান অজিত পাৱাৰে৷ দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ ২৪ ঘণ্টাৰ পাছত উদ্ধাৰ হৈছে ভাঙি পৰা বিমানৰ ব্লেকবক্স৷ যিকোনো বিমানৰ ব্লেকবক্সতেই বিমানৰ গতিবিধি সংক্ৰান্তিয় সমস্ত খবৰ আৰু ককপিটৰ ভিতৰৰ কথোপকথনৰ ৰেকৰ্ড থাকে৷ ফলত ব্লেকবক্সৰ তথ্য চাই জনা যাব যে অজিত পাৱাৰৰ বিমান ভাঙি পৰাৰ আগে আগে কি কি ঘটিছিল ককপিটত?
মহাৰাষ্ট্ৰৰ বাৰামতীত যি প্লেন দুৰ্ঘটনাত পৰিছিল সেই প্লেনৰ ককপিটত ক্ৰুৰ দুজনকে দুৰ্ঘটনাৰ ঠিক পূৰ্বে অহ ছৰি… কোৱাও শুনা গৈছিল৷ তাৰপিছতেই ঘটিছিল এই ভয়ংকৰ দুৰ্ঘটনা৷ বিমানত থকা ৫ জনৰ মাজত ৬৬ বছৰ বয়সীয়া অজিত পাৱাৰ, তেওঁৰ পাৰ্ছনেল ছিকিউৰিটি অফিচাৰ আৰু এটেনডেণ্ট, দুই ককপিট ক্ৰুৰ, পাইলট ইন কমাণ্ড সুমিত কাপুৰ আৰু ফাৰ্ষ্ট অফিচাৰ সম্ভাৱি পাঠক৷ দিল্লী-ভিত্তিক VSR Ventures Pvt Ltd পৰিচালিত এক Learjet 45 বিমান বাৰামতী টেবিল-টপ এয়াৰষ্ট্ৰিপত পুৱা ৮ বাজি ৪৫ মিনিটত দ্বিতীয়বাৰ লেণ্ড কৰাৰ সময়ত দুৰ্ঘটনাত পৰে৷
বুধবাৰে পুৱাই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত সন্ধিয়া বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৰ এক বিশেষ দলে দুৰ্ঘটনাস্থল পৰিদৰ্শন কৰিছে৷ আৰম্ভ হৈছে ফৰেনছিক তদন্ত৷ সূত্ৰৰ খবৰ, বৃহস্পতিবাৰে পুৱা ভাঙি পৰা লিয়াৰজেট-৪৫ মডেলৰ বিমানখনৰ ব্লেকবক্স উদ্ধাৰ কৰিছিল তদন্তকাৰীয়ে৷ তাৰমাজত থকা তথ্য বিশ্লেষণৰ বাবে পঠোৱা হৈছে৷
পূৰ্ণাঙ্গ ৰিপৰ্ট আহিলে সকলো তথ্য স্পষ্ট হ’ব৷ দুৰ্ঘটনাৰ পূৰ্বৰ মুহূৰ্তত কি ঘটিছিল ককপিটৰ আভ্যন্তৰত সেই কথাও জানিব পৰা যাব৷ বিমান নিয়ন্ত্ৰক সংস্থা ডিজিচিএৰ এক ঊৰ্ধ্বতন কৰ্তাই জনাইছে যে দুৰ্ঘটনাৰ পূৰ্বৰ মুহূৰ্তত দুই বিমানকৰ্মীৰ মাজত কোনো এজনে চিৎকাৰ কৰি কৈ উঠিছিল , ‘অহ ছিট…!’ প্ৰাথমিকভাৱে অজিতৰ বিমানৰ উৰানত কোনো যান্ত্ৰিক খেলিমেলি লাভ কৰিব পৰা হোৱা নাই৷ সকলোবোৰ জানিবলৈ বিস্তাৰিত তদন্তৰ প্ৰয়োজন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.