অসম লাইভ ২৪ঃ শিৱসাগৰত গঠন হ’ল অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমিতি। শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত ৰাজনৈতিক অভিৱৰ্তনত ajpৰ সভাপতিৰ দায়িত্ব ল’লে লুৰিণজ্যোতি গগৈয়ে। কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি ক্ৰমে- অদীপ কুমাৰ ফুকন, ড০ শিখৰ কুমাৰ শৰ্মা, ৰাণা চাংমাই, ৰবীন্দ্ৰ কুমাৰ দত্ত, ইজৰাইল নন্দ, ইমদাদ হুছেইন, পলাশ ৰঞ্জন বৰুৱা, প্ৰদীপ ৰঞ্জন কৰ, হৰেন চুতীয়া, ডাঃ বীৰেণ বৰুৱা, প্ৰণিতা ডেকা। সম্পাদক ক্ৰমে- চিত্তৰঞ্জন বসুমতাৰী, বিশ্বজিৎ টিপমীয়া, ৰাজু ফুকন, জান বৰা, ৰাফেল কুজুৰ, ৰাজীৱ ভট্টাচাৰ্য, সঞ্জয় দেৱ, দীপক হাজৰিকা, আব্দুল হাচিব, অমল ডেকা, বাণী দাস। যুটীয়া সম্পাদক ক্ৰমে- প্ৰিন্স ফাইজুল হক, ড০ গোপাল ফুকন, মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, চন্দ্ৰপ্ৰকাশ শৰ্মা খাণ্ডেলৱাল, কমলেশ ডেকা, সুবিৰ মেচ, লুচি নেওগ, ইমদাদ হুছেইন, লাকীমণি বৰুৱা, দুলদুল বৰকটকী, পাৰ্থপ্ৰতিম বেজবৰুৱা। সাংগঠনিক সম্পাদক ক্ৰমে- চন্দন সন্দিকৈ, ৰূপজ্যোতি ৰাজবংশী, অচ্যুত শইকীয়া, ৱাহেদুৰ খণ্ডকাৰ, গোবিন গায়ন, টংকেশ্বৰ কোঁৱৰ, মহেশ শৰ্মা, ফকৰুল ইছলাম মজুমদাৰ, ৰাণা বৰদলৈ, পৱন শইকীয়া, ৰঞ্জন কোঁৱৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ