• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰৰ মূৰকত অক্ষয় তৃতীয়াৰ দিনা সংযোগ ঘটিব বিশেষ যোগৰ, জিলিকি উঠিত এই তিনি ৰাশিৰ ভাগ্য

১০০ বছৰৰ মূৰকত অক্ষয় তৃতীয়াৰ দিনা সংযোগ ঘটিব বিশেষ যোগৰ, জিলিকি উঠিত এই তিনি ৰাশিৰ ভাগ্য

2 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

5 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

5 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

6 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

6 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

6 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

7 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

8 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

8 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

9 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

10 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

11 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰৰ মূৰকত অক্ষয় তৃতীয়াৰ দিনা সংযোগ ঘটিব বিশেষ যোগৰ, জিলিকি উঠিত এই তিনি ৰাশিৰ ভাগ্য

editor by editor
May 1, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
১০০ বছৰৰ মূৰকত অক্ষয় তৃতীয়াৰ দিনা সংযোগ ঘটিব বিশেষ যোগৰ, জিলিকি উঠিত এই তিনি ৰাশিৰ ভাগ্য
0
SHARES
400
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০০ বছৰৰ মূৰকত অক্ষয় তৃতীয়াৰ দিনা সংযোগ ঘটিব বিশেষ যোগৰ, জিলিকি উঠিত এই তিনি ৰাশিৰ ভাগ্য

অক্ষয় তৃতীয়াক বিবাহৰ বাবে অতিকে শুভ সময় বুলি গণ্য কৰা হয়। অক্ষয় তৃতীয়াক আখা তীজ বুলিও কোৱা হয়। বহাগ মাহৰ শুক্ল পক্ষৰ তৃতীয় তিথিত অক্ষয় তৃতীয়া উৎসৱ পালন কৰা হয়। কিয়নো এই দিনটোত কোনো শুভ সময় নোহোৱাকৈয়ে সকলো ধৰণৰ শুভ কাম যেনে- বিয়া, সোণ-ৰূপ কিনা, নতুন কাম কৰা ইত্যাদি কামবোৰ কৰিব পৰা যায়।

কিন্তু এইবাৰ অক্ষয় তৃতীয়াত শুক্ৰ অস্ত যোৱাৰ বাবে বিবাহ সম্ভৱ নহ’ব। এইবাৰ ১০ মে’ তাৰিখে অক্ষয় তৃতীয়া উদযাপন কৰা হ’ব। এইবাৰৰ এই অক্ষয় তৃতীয়া দিনটো বিশেষ হবলৈ গৈ আছে। কিয়নো এইবাৰ ১০০ বছৰৰ মূৰত বিৰল যোগৰ সংযোগ ঘটিছে।

এই দিনটোত গজকেশৰী যোগ আৰু শনিৰ শশ যোগ একলগ হৈছে। যাৰ ফলত কিছু ৰাশিৰ ওপৰত মা লক্ষ্মী আৰপ শনি দেৱৰ আশিৰ্বাদ থাকিব। আনহাতে, এই দিনটোত মেষ ৰাশিত সূৰ্য্য আৰু শুক্ৰৰ সংযোগ ঘটিব, যাৰ বাবে শুক্ৰদিত্য যোগৰ সৃষ্টি হৈয়ো শুভ হৈ পৰিব।

মেষ ৰাশি-
মেষ ৰাশিৰ লোকসকলৰ বাবে অক্ষয় তৃতীয়াৰ দিনটো অতি শুভ হ’বলৈ গৈ আছে। সেই দিনটোত মেষ ৰাশিৰ লোকে যি কাম হাতত ল’ব, তাতেই সফলতা লাভ কৰিব। দীৰ্ঘদিন ধৰি বাকী থকা আপোনাৰ কামো সম্পূৰ্ণ হ’ব। পৰিয়াল সম্পৰ্কীয় যিবোৰ সমস্যা চলি আছিল, সেইবোৰো শেষ হৈ যাব। লগতে সম্পত্তি ইত্যাদি ক্ৰয় কৰাৰ সম্ভাৱনাও আছে।

বৃষ ৰাশি-
বৃষ ৰাশিৰ লোকসকলৰ বাবেও অক্ষয় তৃতীয়াৰ দিনটো ফলপ্ৰসূ হ’ব। বৃষ ৰাশিৰ লোকৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনা আছে। এই ৰাশিৰ লোক দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাব আৰু প্ৰতিটো কামতে ভাগ্যই সহায় কৰিব। চাকৰিত পদোন্নতি পাব আৰু ডাঙৰ পদো লাভ কৰিব পাৰে। নিবনুৱা লোকৰ আয় বৃদ্ধি হ’ব পাৰে। যদি আপুনি পূৰ্বে বিনিয়োগ কৰিছিল তেন্তে ইয়াৰ সুবিধা আপুনি পাব।

মীন ৰাশি-
এই দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে সফলতাৰে ভৰপূৰ হ’ব। এই ৰাশিৰ লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব। কৰ্মক্ষেত্ৰত সকলো পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। আপুনি ইটোৰ পিছত সিটো সফলতা লাভ কৰিব। অফিচত থকা সহকৰ্মীসকলৰ লগতো আপোনাৰ ভাল সম্পৰ্ক থাকিব। আপুনি যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাতেই সফলতা লাভ কৰিব। ইয়াৰ উপৰিও আপোনাৰ ভাগ্যত হঠাতে আৰ্থিক লাভৰ সম্ভাৱনাও আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Akshay TritiyaAstroastrology
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
চয়াবিন খাই ভাল পাই নেকি, সাৱধান হওঁক পুৰুষ সকল …

চয়াবিন খাই ভাল পাই নেকি, সাৱধান হওঁক পুৰুষ সকল ...

ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনা কৰা দুৰ্বৃত্তৰ আ**ত্যা, আনহাতে সিদ্ধু মুছেৱালা ঘটনাৰ মাষ্টাৰ মাইণ্ড নিহত

ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনা কৰা দুৰ্বৃত্তৰ আ**ত্যা, আনহাতে সিদ্ধু মুছেৱালা ঘটনাৰ মাষ্টাৰ মাইণ্ড নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.