• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চয়াবিন খাই ভাল পাই নেকি, সাৱধান হওঁক পুৰুষ সকল …

চয়াবিন খাই ভাল পাই নেকি, সাৱধান হওঁক পুৰুষ সকল …

2 years ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

28 minutes ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

1 hour ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

3 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

4 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

18 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চয়াবিন খাই ভাল পাই নেকি, সাৱধান হওঁক পুৰুষ সকল …

editor by editor
May 1, 2024
in জীৱনশৈলী, স্বাস্থ্য
0
চয়াবিন খাই ভাল পাই নেকি, সাৱধান হওঁক পুৰুষ সকল …
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চয়াবিন খাই ভাল পাই নেকি, সাৱধান হওঁক পুৰুষ সকল …

চয়াবিনত বহু প্ৰকাৰৰ শৰীৰৰ বাবে উপকাৰী গুণ পোৱা যায়। ভাল সুগঢ়ি স্বাস্থ্যৰ বাবেও পুৰুষক সাধাৰণতে চয়াববিন খাবলৈ কোৱা হয় প্ৰটিনৰ বাবে। কিয়নো চয়াবিনত প্ৰচুৰ পৰিমানে প্ৰটিন পোৱা যায়। তাৰোপৰি চয়াবিনৰ গুণৰ বিষয়ে কবলৈ গলে এক দীঘলিয়া তালিকা হৈ পৰিব।

পাছে পুৰুষ সকল সাৱধান হওক চয়াবিন খোৱাৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ওপৰত যিদৰে চয়বিনে ভাল কৰে, তেনেদৰে বেয়াও কৰে। নিতৌ চয়াবিন খালে বা জোখতকৈ অধিক চয়াবিন খালে পুৰুষৰ বন্ধ্যাত্ব পৰ্যন্ত হব পাৰে।

কেৱল সেয়াই নহয়, চয়াবিন অধিক পৰিমানে খালে পুৰুষৰ ক্ষেত্ৰত কৰ্কট ৰোগৰো সম্ভৱনা বৃদ্ধি পায়।

চয়াবিনত যিহেতু এষ্ট্ৰোজেন-নকল কৰা যৌগ আছে, পুৰুষে কেতিয়াবা উচ্চ পৰিমাণৰ চয়াবিন বা চয়া গাখীৰ সেৱন কৰিলে হৰমনৰ ভাৰসাম্যহীনতা বিকশিত হ’ব পাৰে। পুৰুষৰ ক্ষেত্ৰত বন্ধ্যাত্ব, যৌন বিকাৰ, শুক্ৰাণুৰ সংখ্যা হ্ৰাস হ’ব পাৰে।

তাৰোপৰি পুৰুষ মহিলা উভয়ৰে থাইৰইড সমস্যা থকা লোকে পৰিহাৰ কৰি চলিব চয়াবিন. কেৱল চয়াবিনেই নহয়, চয়া গাখীৰ, চয়াবিন ৰিফাইণ্ড অইল আদিৰ পৰাও দূৰত থাকিব থাইৰইড থকা লোকে।

চয়াবিনৰ ফলত কিছুলোকৰ মৃদু পেট চলা আৰু অন্ত্ৰৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে যেনে কোষ্ঠকাঠিন্য, পেট ফুলা, আৰু ওকালি অহা আদি। ইয়াৰ ফলত কিছুমান লোকৰ চোকোৰা, খজুৱতি, আৰু উশাহ-নিশাহৰ সমস্যা অন্তৰ্ভুক্ত থকা এলাৰ্জিক প্ৰতিক্ৰিয়াও হ’ব পাৰে।

সেয়ে কোনো ধৰণৰ ৰোগ হলে চিকিৎসকৰ পৰামৰ্শ লৈহে চয়াবিন খাব। অন্যথা বহু পুষ্টিকৰ চয়াবিনে হিতে বিপৰীত কৰিব আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Side EffectsSoyabeam Side efectSoyabean Health BenefitSoybean
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
Next Post
ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনা কৰা দুৰ্বৃত্তৰ আ**ত্যা, আনহাতে সিদ্ধু মুছেৱালা ঘটনাৰ মাষ্টাৰ মাইণ্ড নিহত

ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনা কৰা দুৰ্বৃত্তৰ আ**ত্যা, আনহাতে সিদ্ধু মুছেৱালা ঘটনাৰ মাষ্টাৰ মাইণ্ড নিহত

জানেনে ৰাৱণৰ কেইগৰাকী পত্নী আছিল, এগৰাকীক নিজে হাতে *ত্যা কৰিছিল

জানেনে ৰাৱণৰ কেইগৰাকী পত্নী আছিল, এগৰাকীক নিজে হাতে *ত্যা কৰিছিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.