• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬মহীয়া অন্তঃসত্ত্বা, আৰ্চাৰীত প্ৰতিদ্বন্দীক হৰুৱাই আগুৱাইছে সাহসী ৰামাজানোভা, কোন দেশক প্ৰতিনিধিত্ব কৰিছে এই সাহসী নাৰীয়ে?

৬মহীয়া অন্তঃসত্ত্বা, আৰ্চাৰীত প্ৰতিদ্বন্দীক হৰুৱাই আগুৱাইছে সাহসী ৰামাজানোভা, কোন দেশক প্ৰতিনিধিত্ব কৰিছে এই সাহসী নাৰীয়ে?

2 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

2 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

2 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

3 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

3 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

4 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

5 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

6 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

7 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

8 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

9 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬মহীয়া অন্তঃসত্ত্বা, আৰ্চাৰীত প্ৰতিদ্বন্দীক হৰুৱাই আগুৱাইছে সাহসী ৰামাজানোভা, কোন দেশক প্ৰতিনিধিত্ব কৰিছে এই সাহসী নাৰীয়ে?

৬মহীয়া অন্তঃসত্ত্বা, আৰ্চাৰীত প্ৰতিদ্বন্দীক হৰুৱাই আগুৱাইছে সাহসী ৰামাজানোভা, কোন দেশক প্ৰতিনিধিত্ব কৰিছে এই সাহসী নাৰীয়ে?

editor by editor
July 31, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
৬মহীয়া অন্তঃসত্ত্বা, আৰ্চাৰীত প্ৰতিদ্বন্দীক হৰুৱাই আগুৱাইছে সাহসী ৰামাজানোভা, কোন দেশক প্ৰতিনিধিত্ব কৰিছে এই সাহসী নাৰীয়ে?
0
SHARES
292
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মনত জোৰ থাকিলে বিশ্ব জয় কৰা কোনো ডাঙৰ কথা নহয়৷ আজাৰবাইজানৰ ইয়ালাগুল ৰামাজানোভাই প্ৰমাণ কৰিলে সেই কথা৷ পেৰিছ অলিম্পিক্সতেতিয়া তেওঁ তীৰ-ধনু হাতত তুলি লৈছিল তেতিয়া তেওঁৰ গৰ্ভত সন্তানেও এঙামুৰি দি আছিল৷ অৰ্থাৎ অলিম্পিকত পদকৰ দৌৰত নমা ৰামাজানোভা ৬মহীয়া অন্তঃসত্ত্বা৷ অন্তঃসত্ত্বা অৱস্থাতেই তেওঁ দেশৰ হৈ খেলিবলৈ আহিছে৷

মহিলা শাখাৰ আৰ্চাৰীত নামিছিল ৰামাজানোভা৷ ৰেংকিং পৰ্ব শেষ হৈছিল ৩৯তম স্থানত৷ মঙলবাৰৰ পৰা মহিলাসকলৰ আৰ্চাৰীৰ এক ব্যক্তিগত ইভেণ্ট আৰম্ভ হৈছিল৷ প্ৰথম ৰাউণ্ডত চীনৰ কিজুয়ান আনক হৰুৱাই ৰামজানোভাই৷ তেওঁ এই জয়ৰ পাছতেই কয়, ‘ইমান দূৰ আগুৱাই আহি মই গৰ্বিত৷ মোৰ গৰ্ভত থকা সন্তানেও জন্মৰ পাছতেই মোৰ এই যুঁজৰ কথা জানিব পাৰিব৷ সন্তানেও মোক লৈ গৰ্ববোধ কৰিব৷’

৩৪বছৰীয়া ৰামাজানোভাই প্ৰথম ৰাউণ্ড জয়ী হয় ৬-৫ স্কোৰত৷ প্ৰথম চিৰিজত হাৰি গৈছিল আৰাৰবাইজানৰ খেলুৱৈ ৰামাজানোভা৷ দ্বিতীয় ৰাউণ্ডত তেওঁ আকৌ ভাল পাৰ্ফৰমেন্স দেখুৱাই৷ ৰেংকিঙত আগুৱাই থকা চীনা খেলুৱৈক হৰুৱাই তেওঁ আগবাঢ়ে৷ প্ৰথম চাৰিটা চিৰিজৰ পাছত তেওঁলোক দুয়োৰে সমান পয়েণ্ট আছিল৷ পঞ্চম চিৰিজো ড্ৰ হয়৷ তাৰপাছতেই আৰম্ভ হয় টইব্ৰেকাৰ৷ সেই মেচত জয়ী হয় ৰামাজানোভা৷

সকলোকে আচৰিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰে ছমাহৰ অন্তঃসত্ত্বা ৰামাজানোভাই৷ কিন্তু প্ৰি কোৱাৰ্টাৰ ফাইনেলত তেওঁ জাৰ্মানীৰ মিশেল ক্ৰোপ্পনৰ বিৰুদ্ধে পৰাস্ত হয়৷ সেই মেচত প্ৰথম চিৰিজত হৰাৰ পাছতেই তেওঁ দ্বিতীয় চিৰিজ খেলিছিল৷ সেই চিৰিজত তেওঁ জয়ী হৈছিল যদিও পাছৰ দুটা চিৰিজত হাৰি বিদায় লয় ৰামাজানোভাই৷ এইবাৰৰ অলিম্পিকত ৰামাজানোভাই নহয়. আৰু এগৰাকী অন্তঃসত্ত্বা নামিছে খেলত৷ মিছৰৰ নাদা হাফেজো ৭মহীয়া অন্তঃসত্ত্বা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
তালিবানীৰ বাবে এৰিছিল কাবুলিৱালাৰ দেশ, নিঠৰুৱা মানিজাক বিচাৰি উলিয়ালে পেৰিছ অলিম্পিকে, অলিম্পিকত কোন দেশৰ হৈ কি খেল খেলিব মানিজাই?

তালিবানীৰ বাবে এৰিছিল কাবুলিৱালাৰ দেশ, নিঠৰুৱা মানিজাক বিচাৰি উলিয়ালে পেৰিছ অলিম্পিকে, অলিম্পিকত কোন দেশৰ হৈ কি খেল খেলিব মানিজাই?

সম্পদৰ দেৱতা কুবেৰে খং কৰিলে আপোনাৰ জীৱনত ঘটিব এই ৫ঘটনা, জানক সবিশেষ

সম্পদৰ দেৱতা কুবেৰে খং কৰিলে আপোনাৰ জীৱনত ঘটিব এই ৫ঘটনা, জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.