• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পদৰ দেৱতা কুবেৰে খং কৰিলে আপোনাৰ জীৱনত ঘটিব এই ৫ঘটনা, জানক সবিশেষ

সম্পদৰ দেৱতা কুবেৰে খং কৰিলে আপোনাৰ জীৱনত ঘটিব এই ৫ঘটনা, জানক সবিশেষ

2 years ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

16 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

53 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

2 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

3 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

4 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

4 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

5 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

6 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

7 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সম্পদৰ দেৱতা কুবেৰে খং কৰিলে আপোনাৰ জীৱনত ঘটিব এই ৫ঘটনা, জানক সবিশেষ

সম্পদৰ দেৱতা কুবেৰে খং কৰিলে আপোনাৰ জীৱনত ঘটিব এই ৫ঘটনা, জানক সবিশেষ

editor by editor
July 31, 2024
in জীৱনশৈলী
0
সম্পদৰ দেৱতা কুবেৰে খং কৰিলে আপোনাৰ জীৱনত ঘটিব এই ৫ঘটনা, জানক সবিশেষ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সনাতন ধৰ্ম অনুসৰি কুবেৰ হৈছে স্বৰ্গৰ দেৱতাসকলৰ কোষাধ্যক্ষ৷ তেওঁৰ ওচৰতেই আছে বিশ্বব্ৰহ্মাণ্ডৰ সকলো সম্পদৰ ভাৰ৷ সেয়ে কুবেৰে যেতিয়া কাৰোবাক আশীৰ্বাদ কৰে তেতিয়া দাৰিদ্ৰতা দূৰ হয়, প্ৰচুৰ ধন সম্পদ অৰ্জন কৰিব পাৰে সেই ব্যক্তিয়ে৷ কুবেৰৰ আশীৰ্বাদে যেনেকৈ পথৰ ভিক্ষাৰীক ধৰি কৰিব পাৰে তেনেকৈ কুবেৰৰ ৰোষত পৰিলে ৰজাও ফকিৰ হৈ যাব পাৰে৷ বাস্তুশাস্ত্ৰ অনুসৰি কুবেৰ ৰুষ্ট হ’লে আপোনাৰ জীৱনত কেইবাটাও ঘটনা ঘটিব পাৰে৷ জানি থওক কোনবোৰ ঘটনা দেখিলে বুজিব যে কুবেৰৰ ৰোষত আপুনিও পৰিছে৷

ঘৰত মকৰাজাল হোৱা

বাস্তুশাস্ত্ৰ অনুসৰি যদি আপোনাৰ ঘৰৰ দেৱাল বা কোণত মকৰাজাল হৈ থাকে তেন্তে সেয়া ধন কুবেৰৰ ৰোষত পৰাৰ লক্ষণ এয়া৷ ঘৰত মকৰাজাল হ’লে লগে লগে আঁতৰাবলৈ যত্ন কৰক৷

হঠাৎ আৰ্থিক ক্ষতি

আপুনি যদি হঠাৎ আৰ্থিক ক্ষতিৰ মুখত পৰে বা খৰচ বাঢ়ি যায় তেতিয়া আপুনি আৰ্থিক সংকটৰ মুখত পৰে৷ এইদৰে হঠাৎ খৰচ বাঢ়ি যোৱাটো কুবেৰৰ ৰোষত পৰাৰেই লক্ষণ৷ কুবেৰৰ ৰোষত পৰিলে প্ৰচুৰ পৰিশ্ৰম কৰিও অৰ্থ উপাৰ্জন কৰিব নোৱাৰিব আপুনি৷

ভঙা কাঁচ

বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত ভঙা কাঁচ ৰখাটো অত্যন্ত অশুভ লক্ষণ৷ ঘৰত যদি বাৰে বাৰে কাঁচ আৰু আয়না ভাঙে তেন্তে সেই ঘৰত কুবেৰৰ কুপদৃষ্টি পৰিছে৷

প্ৰদীপ নুমাই যোৱা

পুজাৰ সময়ত হঠাৎ প্ৰদীপ নুমাই যোৱাটো অত্যন্ত অশুভ বুলি কোৱা হয়৷ ইয়াৰ অৰ্থ দেৱতা আপোনাৰ ওপৰত ৰুষ্ট হৈছে৷ আপোনাৰ পুজা তেওঁ গ্ৰহণ কৰা নাই৷

মেকুৰীয়ে কন্দা

বহু সময়ত নিশাৰ ভাগত ঘৰত মেকুৰীয়ে কান্দে৷ মেকুৰীয়ে কন্দা অশুভ লক্ষণ বুলি পৰিচিত৷ এই ঘটনা ঘৰত ঘটিলে কুবেৰৰ ৰোষত পৰিছে আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
Next Post
বিয়া কৰোৱা নাই, ১০০ ৰো অধিক সন্তানৰ বায়লজিকেল পিতৃ টেলিগ্ৰামৰ CEO

বিয়া কৰোৱা নাই, ১০০ ৰো অধিক সন্তানৰ বায়লজিকেল পিতৃ টেলিগ্ৰামৰ CEO

৫-০ত নৰৱেক পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেললৈ লাভলীনা বৰগোঁহাই

৫-০ত নৰৱেক পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেললৈ লাভলীনা বৰগোঁহাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.