• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যস্ততাই চেপিছে! একেলগে সময় কটাবলৈ আলিয়া-ৰণবীৰৰ নতুন প্লেন…

ব্যস্ততাই চেপিছে! একেলগে সময় কটাবলৈ আলিয়া-ৰণবীৰৰ নতুন প্লেন…

4 years ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

13 minutes ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

2 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

2 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

3 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

3 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

4 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

4 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

5 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

5 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

6 hours ago
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ব্যস্ততাই চেপিছে! একেলগে সময় কটাবলৈ আলিয়া-ৰণবীৰৰ নতুন প্লেন…

editor by editor
September 28, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
ব্যস্ততাই চেপিছে! একেলগে সময় কটাবলৈ আলিয়া-ৰণবীৰৰ নতুন প্লেন…
0
SHARES
490
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘হাতে হাত ধৰি আমি আগুৱাম…’ ব্ৰহ্মাস্ত্ৰৰ প্ৰচাৰ অভিযানৰ সময়ৰে পৰাই আলিয়া-ৰণবীৰক হাতে-হাত ধৰি দেখা গৈছে বিভিন্ন অনুষ্ঠানত। বিবাহৰ পিছতেই দুয়ো ব্যস্ত হৈ পৰিছিল ব্ৰহ্মাস্ত্ৰৰ প্ৰচাৰত। ছবিখনৰ সফলতাৰ সময়তেই এইবাৰ ৰণবীৰৰ ওপজা দিন বিশেষভাৱে পালনৰ বাবে সাঁজু হৈছে আলিয়া।

বিয়াৰ পিছত স্বামীৰ প্ৰথমটো ওপজা দিন। স্বামীৰ ওপজা দিনটোক এক্সট্ৰা স্পেছিয়েল কৰাত ব্যস্ত হৈছে আলিয়া। ৰণবীৰ কাপুৰৰ ৪০সংখ্যক ওপজা দিনৰ প্ৰাকক্ষণত পোহৰলৈ অহা কেইখনমান ছবিয়ে লাভ কৰিছে চৰ্চা। আকাশ আম্বানী, অয়ন মুখপাধ্যায়ৰ সৈতে বহু নামী দামী ব্যক্তি উপস্থিত থকা পাৰ্টীৰ কেইখনমান ছবি ভাইৰেল হোৱাৰ পিছতেই জন্মদিনৰ মূল পাৰ্টী কেনেকুৱা হ’ব সেইয়া চাবলৈ উদগ্ৰীৱ হৈ পৰিছে একাংশ নেটিজেন।

ইফালে আলিয়াৰ এগৰাকী ঘনিষ্ঠ ব্যক্তিয়ে প্ৰকাশ কৰা অনুযায়ী বিয়াৰ পিছত আলিয়াই ৰণবীৰৰ সৈতে অন্তৰংগ সময় অতিবাহিত কৰাৰ সুযোগ পোৱা নাছিল। কামৰ হেঁচাত দুয়োয়ে একেলগে সময় কটোৱাৰ বিশেষ সুযোগেই লাভ কৰা নাছিল সেয়ে RK-ৰ জন্মদিনৰ দিনাই একেলগে সময় অতিবাহিত কৰিবলৈ আলিয়াই সকলো আয়োজনেই ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে।

দিনটোৰ প্লেন অনুযায়ী আলিয়াই RK-ৰ প্ৰিয় ৰেষ্টোৰাত একেলগে খাদ্য গ্ৰহণৰ দিহা কৰিছে। একেলগে দিনটো কটাবৰ বাবেই পূৰ্বেই বাৰ্থডে পাৰ্টীৰ আয়োজন কৰিলে নেকি কাপুৰ পৰিয়ালে সেই বিষয়েও নেটিজেনে চৰ্চা কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!
বিনোদন

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

July 6, 2026
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

July 6, 2026
Next Post
শোৱাপাটিতেই পত্নীয়ে হত্যা কৰিলে নেকি বৰপথাৰৰ চম্পকক?

শোৱাপাটিতেই পত্নীয়ে হত্যা কৰিলে নেকি বৰপথাৰৰ চম্পকক?

অসম চৰকাৰৰ অধীনত চাকৰিৰ বাবে অসমীয়া ভাষা শিকক, ডিমাহাছাওতো  অসমীয়া ভাষাৰ চৰ্চা হওক!

অসম চৰকাৰৰ অধীনত চাকৰিৰ বাবে অসমীয়া ভাষা শিকক, ডিমাহাছাওতো অসমীয়া ভাষাৰ চৰ্চা হওক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.