• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতেই কিয় এনে সিদ্ধান্ত? মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদ দি গুজৰাট মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰ পদত্যাগ

হঠাতেই কিয় এনে সিদ্ধান্ত? মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদ দি গুজৰাট মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰ পদত্যাগ

5 months ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

3 minutes ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

26 minutes ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

47 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

2 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

3 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

3 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

4 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

5 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

5 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

6 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

7 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হঠাতেই কিয় এনে সিদ্ধান্ত? মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদ দি গুজৰাট মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰ পদত্যাগ

হঠাতেই কিয় এনে সিদ্ধান্ত? মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদ দি গুজৰাট মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰ পদত্যাগ

editor by editor
October 16, 2025
in জীৱনশৈলী
0
হঠাতেই কিয় এনে সিদ্ধান্ত? মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদ দি গুজৰাট মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰ পদত্যাগ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুজৰাট বিজেপি শাসিত ৰাজ্য৷ মোদীৰ ৰাজ্য৷ সেই ৰাজ্যতেই মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদি দি বাকী সকলো মন্ত্ৰীয়েই পদত্যাগ কৰিছে৷ সৰ্বভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই খবৰ৷ স্বাভাৱিকভাৱেই এই খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশৰ ৰাজনীতিত৷ কিন্তু কি কাৰণে সকলো মন্ত্ৰীয়েই পদত্যাগ কৰিছে? বহুতে কৈছে গোষ্ঠী দ্বন্দ্ব? বহুতে কৈছে নেপালৰ দৰেই শীৰ্ষ পদাধিকাৰীৰ ওপৰৰ পৰা আস্থা হেৰুৱাইছে কেবিনেটৰ বাকী সদস্যসকলে৷ এই পদত্যাগৰ কাৰণ এইসমূহ নহয়৷ ইয়াৰ নেপথ্যত আছে অন্য কাৰণহে৷

কাৰণ কি?

জনা গৈছে যে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ কেবিনেট অৰ্থাৎ গুজৰাট মন্ত্ৰীসভাৰ ৰদবদল হ’ব, বা মন্ত্ৰীসভা সম্প্ৰসাৰণ হব৷ কাইলৈ অৰ্থাৎ শুকুৰবাৰে সেই সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে৷ গেৰুৱা শিৱিৰৰ সূত্ৰৰ খবৰ অনুসৰি প্ৰায় ১০ জন নতুন মন্ত্ৰীক মন্ত্ৰিসভাত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে৷ বৰ্তমান মন্ত্ৰীসকলৰ প্ৰায় অৰ্ধেকৰ বেছি সংখ্যক মন্ত্ৰীকেই আকৌ নতুন মন্ত্ৰীসভাত স্থান দিয়া হ’ব৷ ৰদবদলৰ পূৰ্বে সেয়ে মুখ্যমন্ত্ৰীক বাদ দি বাকী সকলো মন্ত্ৰীয়েই পদত্যাগ কৰিছে৷

সৰ্বভাৰতীয় সংবাদ সংস্থা সূত্ৰৰ খবৰ অনুসৰি সেই ৰাজ্যৰ চৰকাৰী এক বিজ্ঞাপ্তিত জনোৱা হৈছে, শুকুৰবাৰে পুৱা ১১.৩০ মিনিটত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ মন্ত্ৰীসভা সম্প্ৰসাৰিত হ’ব৷ আজি অৰ্থাৎ বৃহস্পতিবাৰে সেয়ে মন্ত্ৰীসকলৰ পদত্যাগপত্ৰ গ্ৰহণ কৰাৰ পাছত ভূপেন্দ্ৰ পেটেলে সেই ৰাজ্যৰ ৰাজ্যপান আচাৰ্য দেৱব্ৰতৰ সৈতে দেখা কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?
জীৱনশৈলী

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

March 17, 2026
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ
জীৱনশৈলী

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

March 17, 2026
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ
জীৱনশৈলী

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

March 17, 2026
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

March 17, 2026
Next Post
দিল্লীৰ ছিকিউৰিটি গাৰ্ডৰ পৰা ৪০০ কোটি টকাৰ মালিক, বিহাৰত নজৰ কাঢ়িছে এইগৰাকী প্ৰাৰ্থীয়ে, কোন এই ব্যক্তি?

দিল্লীৰ ছিকিউৰিটি গাৰ্ডৰ পৰা ৪০০ কোটি টকাৰ মালিক, বিহাৰত নজৰ কাঢ়িছে এইগৰাকী প্ৰাৰ্থীয়ে, কোন এই ব্যক্তি?

শুক্ৰৰ প্ৰিয় এই ২ ৰাশি খুবেই লাকি! জীৱনত গাড়ী, ঘৰ সকলো সম্পদ লাভ কৰে এওঁলোকে

শুক্ৰৰ প্ৰিয় এই ২ ৰাশি খুবেই লাকি! জীৱনত গাড়ী, ঘৰ সকলো সম্পদ লাভ কৰে এওঁলোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.