• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজত মাথো কেইটামান দিন বাকি, কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি, সমীক্ষা প্ৰকাশ- ভাৰতীয় কমলা নে আমেৰিকান ট্ৰাম্প

মাজত মাথো কেইটামান দিন বাকি, কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি, সমীক্ষা প্ৰকাশ- ভাৰতীয় কমলা নে আমেৰিকান ট্ৰাম্প

2 years ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

2 hours ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

2 hours ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

3 hours ago
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

3 hours ago
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

4 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

5 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

6 hours ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

6 hours ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

6 hours ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

7 hours ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

8 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মাজত মাথো কেইটামান দিন বাকি, কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি, সমীক্ষা প্ৰকাশ- ভাৰতীয় কমলা নে আমেৰিকান ট্ৰাম্প

editor by editor
October 22, 2024
in Uncategorized
0
মাজত মাথো কেইটামান দিন বাকি, কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি, সমীক্ষা প্ৰকাশ- ভাৰতীয় কমলা নে আমেৰিকান ট্ৰাম্প
0
SHARES
61
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজত মাথো কেইটামান দিন বাকি, কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি, সমীক্ষা প্ৰকাশ- ভাৰতীয় কমলা নে আমেৰিকান ট্ৰাম্প

মাজত আৰু মাথো কেইটামান দিন বকি। অহা ৫ নৱেম্বৰত বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। যি নিৰ্বাচনত চকু থাকে সমগ্ৰ বিশ্বৰে। আমেৰিকাৰ সৈতে সম্পৰ্ক ভালে ৰখাৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে পৰৱৰ্তী ৰাষ্ট্ৰপতিলৈ। যি নিৰ্বাচনত ভাৰতৰো দৃষ্টি আৱদ্ধ। কিয়নো নিৰ্বাচনত প্ৰতিদ্বন্দিতা আমৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু আৰু ভাৰতীয় মূলৰ কমলা হেৰীছ।

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাথো দুসপ্তাহ বাকী থকা অৱস্থাত প্ৰকাশ পাইছে আন এক নতুন সমীক্ষা। যি সমীক্ষাক ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পতকৈ ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছে সামান্য অগ্ৰগতি লাভ কৰিছে। নিৰ্বাচনৰ ঠিক আগতে হেৰিছৰ এই নেতৃত্বই আমেৰিকাৰ ভোটাৰৰ পৰিৱৰ্তিত মেজাজৰ দিশলৈ আঙুলিয়াই দিয়ে।

ৰয়টাৰৰ এই সমীক্ষাত কমলা হেৰিছে ৪৫% ভোট পোৱাৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে ৪২% ভোট পোৱা দেখা গৈছে। এইদৰে হেৰিছে ট্ৰাম্পতকৈ ৩ শতাংশ সামান্য অগ্ৰগতি লাভ কৰিছে। এই সমীক্ষাৰ অন্ত পৰিল এই দেওবাৰে, সেয়েহে ইয়াক আটাইতকৈ নিকট সমীক্ষা বুলি গণ্য কৰা হয়।

অনুমান কৰা হৈছে যে কমলা হেৰিছক লৈ ভোটাৰসকল অতিশয় উৎসাহিত। হেৰিছে ট্ৰাম্পক যিদৰে লক্ষ্য কৰি লৈছে সেয়া ভোটাৰসকলে ভাল পাইছে। কমলা হেৰীছে প্ৰতিটো বিষয়তে কৰ্ণাৰ কৰি আছে ট্ৰাম্পক, গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে ট্ৰাম্পক, যিটো ভোটাৰসকলে ভাল পাইছে।

হেৰিছে এদিন পূৰ্বে পেনচিলভেনিয়াত কৈছিল যে ট্ৰাম্প একেবাৰেই গুৰুতৰ নহয়। প্ৰায়ে অপ্ৰীতিকৰ কথা কয়। এনে ব্যক্তি যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি হয় তেন্তে ইয়াৰ পৰিণতি অতি ভয়াৱহ হ’ব। নিৰ্বাচনৰ ধাৰা সলনি কৰি অহা সাতখন ডাঙৰ ৰাজ্যৰ ভিতৰত পেনচিলভেনিয়া অন্যতম।

অৱশ্যে প্ৰতিবাৰেই ট্ৰাম্পে প্ৰতিদ্বন্দি কমলা হেৰীছৰ কথা নাকচ কৰি আহিছে। কমলা হেৰিছৰ দৰে মানুহ আমেৰিকাৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি দাবী কৰক। এইবোৰৰ বাবেই মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে। ৰাছিয়া-ইউক্ৰেইনৰ সংকট গভীৰ হৈ আহিছে আৰু ক্ষমতাত থকাৰ পিছতো এই লোকসকলে একো কৰিব নোৱাৰিলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America electionDonald Trumpkamala herrisPresident ElectionSelection
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

April 16, 2026
Next Post
ভয়ংকৰ খবৰ, প্ৰৱল বৃষ্টিপাতৰ বাবে খহি পৰিল নিৰ্মাণাধীন অট্টালিকা, ১৭ শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা

ভয়ংকৰ খবৰ, প্ৰৱল বৃষ্টিপাতৰ বাবে খহি পৰিল নিৰ্মাণাধীন অট্টালিকা, ১৭ শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা

খোল খাব ভাগ্যৰ বন্ধ দৰ্জা, কাৰ্তিক কৃষ্ণা পক্ষৰ বাবে অহা ৩ দিনলৈ লাভেই লাভ ৫ ৰাশিৰ

খোল খাব ভাগ্যৰ বন্ধ দৰ্জা, কাৰ্তিক কৃষ্ণা পক্ষৰ বাবে অহা ৩ দিনলৈ লাভেই লাভ ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.