• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীত শান্তি চুক্তিঃ আজিৰ পৰা অসম সন্ত্ৰাসবাদমুক্ত!

দিল্লীত শান্তি চুক্তিঃ আজিৰ পৰা অসম সন্ত্ৰাসবাদমুক্ত!

2 years ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

11 minutes ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

46 minutes ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

12 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

13 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

14 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

15 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

15 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

16 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

17 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

18 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

19 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দিল্লীত শান্তি চুক্তিঃ আজিৰ পৰা অসম সন্ত্ৰাসবাদমুক্ত!

দিল্লীত স্বাক্ষৰিত হ'ল ঐতিহাসিক শান্তি চুক্তি

editor by editor
December 29, 2023
in অসম
0
দিল্লীত শান্তি চুক্তিঃ আজিৰ পৰা অসম সন্ত্ৰাসবাদমুক্ত!
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ দিল্লীত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰে শান্তি চুক্তি স্বাক্ষৰিত হ’ল আলফাৰ। বহুদিনীয়া অপেক্ষাৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত দিল্লীত স্বাক্ষৰিত হ’ল ঐতিহাসিক শান্তি চুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আলফাৰ আলোচনাপন্থী গোটৰ প্ৰায় সকলো শীৰ্ষ নেতা উপস্থিত থাকিল এই শান্তি চুক্তি অনুষ্ঠানত।

শান্তি চুক্তিত স্বাক্ষৰ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, এয়া মোৰ বাবে অতিকৈ গৌৰৱৰ ক্ষণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্ত্ৰাসবাদমুক্ত এখন ভাৰত গঢ়াৰ বাবে যি অহোপুৰুষাৰ্থ প্ৰচেষ্টা চলাই আছে। সেই প্ৰচেষ্টাৰে এয়া ফল। আজিৰে পৰা অসম তথা উত্তৰ-পূবত সন্ত্ৰাসবামুক্ত বুলি ক’ব পাৰি। এই সমগ্ৰ প্ৰক্ৰিয়াত জড়িত হৈ থকা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই চুক্তিৰ জৰিয়তে অসমত বৃহত অনুদানৰ পেকেজ ঘোষণা কৰা হব। আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আমি কথা দিছো যে, চুক্তিত থকা ফুল ষ্ট আৰু ডাড়িৰ লৈকে আমি প্ৰতিশ্ৰুতি পালন কৰিম। তেওঁ লগতে কয়, ৫বছৰত ৯খন চুক্তি অসমত স্বাক্ষৰ কৰা হৈছে। ৮হাজাৰৰতকৈ অধিক যুৱক-যুৱতী মূলসুতিঁলৈ ঘুৰি আহিছে। অসম তথা উত্তৰ-পূবত এই উন্নয়নৰ ধাৰা অব্যাহত থাকিব।”

চুক্তি সমাপন কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, এয়া হৈছে এখন ঐতিহাসিক দলিল। অসম তথা অসমবাসীৰ বাবে এই চুক্তিয়ে শান্তি আৰু প্ৰগতিৰ ধাৰা বোৱাই আনিব। এই দীঘলীয়া সংগ্ৰামকালত নিৰুদিষ্ট হৈ থকা আলফাৰ প্ৰতিটো পৰিয়ালক সংস্থাপন প্ৰদান কৰা হব।” মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই দীঘলীয়া কালচোৱাত সকলোৰে সহায়-সহযোগিতাক কৃতজ্ঞতা জ্ঞাপন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
Next Post
কংগ্ৰেছৰ দিন ‘ভোগালী’ কৰিবলৈ আহি আছে ৰাহুল…

কংগ্ৰেছৰ দিন 'ভোগালী' কৰিবলৈ আহি আছে ৰাহুল...

Beautiful চাৰাক লৈ চিন্তিত শচীন তেণ্ডলকাৰ…

Beautiful চাৰাক লৈ চিন্তিত শচীন তেণ্ডলকাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.