• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Beautiful চাৰাক লৈ চিন্তিত শচীন তেণ্ডলকাৰ…

Beautiful চাৰাক লৈ চিন্তিত শচীন তেণ্ডলকাৰ…

3 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

14 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

14 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

15 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

15 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

16 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

16 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

17 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

18 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

19 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

20 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

20 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

Beautiful চাৰাক লৈ চিন্তিত শচীন তেণ্ডলকাৰ…

পিতৃ শচীন তেণ্ডলকাৰে বৃদ্ধি কৰিছে চাৰাৰ লগত থকা নিৰাপত্তাৰক্ষীৰ সংখ্যা

editor by editor
December 29, 2023
in বিনোদন
0
Beautiful চাৰাক লৈ চিন্তিত শচীন তেণ্ডলকাৰ…
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ভগৱানস্বৰূপ শচীন তেণ্ডলকাৰৰ দুহিতা চাৰা তেণ্ডুলকাৰ প্ৰায়ে সংবাদ শিৰোনামত থাকে। যুৱ ক্ৰিকেটাৰ শুভমন গীলৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা বুলি প্ৰায়ে চৰ্চাত থকা চাৰা তেণ্ডুলকাৰক লৈ এইবাৰ চিন্তিত হৈ পৰিছে পিতৃ শচীন তেণ্ডলকাৰ। চাৰাৰ শেহতীয়া জনপ্ৰিয়তাক লৈ চিন্তিত পিতৃ শচীন তেণ্ডলকাৰে বৃদ্ধি কৰিছে চাৰাৰ লগত থকা নিৰাপত্তাৰক্ষীৰ সংখ্যা।

এতিয়াৰে পৰা প্ৰতিমুৰ্হূততে চাৰা তেণ্ডলকাৰৰ সৈতে প্ৰায় ৪গৰাকীকৈ নিৰাপত্তাৰক্ষী। উল্লেখ কৰা প্ৰয়োজন যে, দিনক দিনে চাৰাৰ সামাজিক মাধ্যমতো অনুৰাগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। যেতিয়াই চাৰাই এখন ফটো আপলোড কৰে, তেতিয়াই লাখ লাখজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চাৰাৰ ফটোত।

Sara Tendulkar Turns Up The Heat With Black Sari and Backless Blouse Look - In Pics | News | Zee News

শেহতীয়াকৈ চাৰাৰ কেইখনমান বিশেষ ফটো অধিক ভাইৰেল হৈছে। কলা শাৰীৰে ফটোশ্বুট কৰা চাৰা তেণ্ডলকাৰ মোহময়ী ৰূপ দেখি বিভিন্ন জনে ভিন্ন কমেন্ট কৰিছে। বহুতে চাৰাৰ এই ৰূপ বিয়াৰ বাবে নেকি বুলিও প্ৰশ্ন কৰিছে!

Sara Tendulkar, Glossy In Saree - Pics

উল্লেখ কৰা প্ৰয়োজন যে,  চাৰা তেণ্ডলকাৰৰ বৰ্তমান বয়স ২৬বছৰ। ১৯৯৭চনৰ ১২ অক্টোবৰত জন্ম হৈছিল চাৰা।  লণ্ডনত শিক্ষা গ্ৰহণ কৰা চাৰা বৰ্তমান দেশতে ব্যৱসায়িক ভিন্ন কামত ব্যস্ত হৈ আছে।

Sara Tendulkar Turns Up The Heat With Black Sari and Backless Blouse Look - In Pics | News | Zee News

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

August 16, 2026
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
Next Post
এই তিনিটা কাম কৰক, আপোনাৰ সুখ-শান্তি-ধন সকলো আহিব…

এই তিনিটা কাম কৰক, আপোনাৰ সুখ-শান্তি-ধন সকলো আহিব…

তেওঁ সদায়েই মোৰ প্ৰিয়ঃ  EX বিপাশাক ১৬বছৰৰ পাছতো পাহৰিব পৰা নাই ডিন’ মৰিয়াই…

তেওঁ সদায়েই মোৰ প্ৰিয়ঃ EX বিপাশাক ১৬বছৰৰ পাছতো পাহৰিব পৰা নাই ডিন' মৰিয়াই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.