• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি স্কুল বাহনত হঠাতে গুলিচালনাৰ লগতে শিল নিক্ষেপ, হাহাকাৰ

ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি স্কুল বাহনত হঠাতে গুলিচালনাৰ লগতে শিল নিক্ষেপ, হাহাকাৰ

1 year ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

2 minutes ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

20 minutes ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

9 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

10 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

10 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

11 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

12 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

12 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

13 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

13 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

14 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি স্কুল বাহনত হঠাতে গুলিচালনাৰ লগতে শিল নিক্ষেপ, হাহাকাৰ

editor by editor
October 25, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি স্কুল বাহনত হঠাতে গুলিচালনাৰ লগতে শিল নিক্ষেপ, হাহাকাৰ
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি স্কুল বাহনত হঠাতে গুলিচালনাৰ লগতে শিল নিক্ষেপ, হাহাকাৰ

আজি উত্তৰ প্ৰদেশৰ আমৰোহাত এখন স্কুল ভেনক লক্ষ্য কৰি হঠাকে গুলীচালনা আৰু শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হয়। ৪ জন অচিনাকি যুৱকে এইদৰে আতংক বিয়পাই। ঘটনাৰ সময়ত ভেন খনত কন কন ছাত্ৰ-ছাত্ৰী আছিল।

গুলীচালনা আৰু শিল নিক্ষেপ হোৱা দেখি ভেনখনত গৈ থকা স্কুলীয়া ছাত্ৰ-ছাত্ৰীবোৰৰ মাজত হাহাকাৰ পৰিস্থিতি হৈ পৰে। ভয়তে বিতত হৈ ছাত্ৰ-ছাত্ৰী সকলে চিঞৰ বাখৰ কৰিবলৈ ধৰে।

আক্ৰমণ সংঘটিত হোৱা দেখি চালকজনে সকলো ছাত্ৰ-ছাত্ৰীকে সুৰক্ষিতভাৱে সেই স্থানৰ পৰা ভেন লৈ কোনোমতে পলাই সাৰে। দুৰ্ঘটনাৰ সময়ত ভেনখনত যাত্ৰা কৰি আছিল চতুৰ্থ শ্ৰেণীৰ ২৮ টি কন কন শিশু।

অতৰ্কীতে হোৱা এই আক্ৰমণত বিতত নহৈ ছাত্ৰ-ছাত্ৰী সকলৰ কথা ভাৱি বাছ চালকজনে বুদ্ধি দেখুৱাই গুলীচালনা কৰা লোকসকলৰ মাজৰ পৰা ভেনখন চলাই বিদ্যালয়লৈ লৈ গৈ কন-কন ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰাণ ৰক্ষা কৰে।

এখন স্কুল বাছত গুলীচালনাৰ খবৰ বিয়পি পৰাৰ লগে লগে মহানগৰীখনত আতংকৰ সৃষ্টি হৈছে। গুলীচালনাৰ খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষীৰ দল আৰু শীৰ্ষ বিষয়া। গজৰৌলা থানাৰ অন্তৰ্গত অঞ্চলটোত মুকলি কৰা এছ আৰ এছ ইণ্টাৰনেশ্যনেল স্কুলত সংঘটিত হৈছে এই ঘটনা।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি স্কুল ভেনখন বিজেপি নেতাৰ বুলি কোৱা হৈছে, য’ত বাইক চলাই অহা ৪ যুৱকে হঠাতে আক্ৰমণ চলাইছিল। ঘটনাৰ ফলত শিশুৰ মাজত ভয় আৰু আতংক বিয়পি পৰিছে। অভিভাৱক সকলো চিন্তাত পৰিছে এই ঘটনাৰ বাবে।।

যদিও গুলীচালনা আৰু শিলগুটি নিক্ষেপ কৰে হঠাতে, তথাপি কোনো শিশু আহত হোৱাৰ খবৰ পোৱা নাই যদিও ভেনখনৰ ক্ষতিসাধন হৈছে। গুলীচালনা সংঘটিত হোৱা অঞ্চলত স্থাপন কৰা চিচিটিভি কেমেৰা পৰীক্ষা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentFiringroad accidentSchool Bus Accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ
জীৱনশৈলী

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

April 10, 2026
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
Next Post
দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ, ২৮ অক্টোবৰতেই পাব দৰমহা, লগতে….

দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ, ২৮ অক্টোবৰতেই পাব দৰমহা, লগতে....

কিয় দীপাৱলীত মা লক্ষ্মীৰ লগত একেলগতে গণেশৰ পূজা কৰা হয়, পাৰ্ৱতীৰ পুত্ৰ হৈয়ো কিয় লক্ষ্মীৰ পুত্ৰ গণেশ

কিয় দীপাৱলীত মা লক্ষ্মীৰ লগত একেলগতে গণেশৰ পূজা কৰা হয়, পাৰ্ৱতীৰ পুত্ৰ হৈয়ো কিয় লক্ষ্মীৰ পুত্ৰ গণেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.