• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
amazing old car

আচৰিত! 47 বছৰে গাড়ীখন এক ইঞ্চিও নলৰিল, এতিয়া গাড়ীখন চাবলৈ, চুবলৈ হেতা-ওপৰা পৰ্যটকৰ

4 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

7 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

7 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

9 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

9 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

10 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

11 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

11 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

12 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

12 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

13 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আচৰিত! 47 বছৰে গাড়ীখন এক ইঞ্চিও নলৰিল, এতিয়া গাড়ীখন চাবলৈ, চুবলৈ হেতা-ওপৰা পৰ্যটকৰ

editor by editor
December 20, 2021
in বিনোদন, বিবিধ, বিশ্ব
0
amazing old car

an-amazing-car-became-centre-of-attraction-for-the-tourists

0
SHARES
430
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্বৰ বিভিন্ন ঘটনা-পৰিঘটনাই বিভিন্ন সময়ত ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে বিভিন্নজনৰ মনত। কেতিয়াবা সৰু সৰু ঘটনায়ো পিছলৈ ৰূপ কথাৰ ৰূপ লৈ এক ডাঙৰ ঘটনাৰ ৰূপ পাই বিভিন্নজনৰ মনত। আজি সামান্য যেন লগা ঘটনাই পিছলৈ অসামান্য ঘটনা হৈ পৰাৰ বিভিন্ন উদাহৰণ আছে। ইটালীৰ সেই সময়ত তেনেই সৰু যেন লগা ঘটনা এটাই এতিয়া অৰ্ধশতিকাৰ পিছত এক বৃহৎ ঘটনাৰ ৰূপ পাইছে।

আপুনি দেখা ছবিখন এখন নতুন ছবি কিন্তু সেই বিশেষ গাড়ীখন আৰু সেই বিশেষ স্থানটো অতি পুৰণি। অতি পুৰণি মডেলৰ ইটালীৰ ‘Lancia Fulvia Berlina’ নামৰ এই গাড়ীখন এই স্থানতে পাৰ্কিং কৰা হৈছিল ১৯৭২ চনত। কিন্তু বৰ্তমান সময়লৈকে এই গাড়ীখনৰ সামান্যতমো লৰচৰ কৰা নাই গাড়ীখনৰ স্বতাধিকাৰীগৰাকীয়ে। একেটা ঠাইতে প্ৰায় অৰ্ধশতিকাধিক কাল ধৰি পৰি ৰোৱা এই গাড়ীখন এতিয়া ইটালীলৈ যোৱা পৰ্যটকৰ বাবে অন্যতম মুখ্য আৰ্কষণ।

প্ৰতিগৰাকী পৰ্যটকে একপি ফটো উঠাৰ ইচ্ছা কৰে এই পুৰণি গাড়ীখনৰ সৈতে। সেয়েহে আমাৰ চৌপাশৰ সৰু সৰু ঘটনাইয়ো কেতিয়াবা  ডাঙৰ ঘটনাৰ ৰূপ পায় পিছলৈ। সঁচাকৈ কাৰ লগত কেতিয়া কি ঘটিব পাৰে কোনেও নাজানে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amazing caramazing car accessoriesamazing carsamazing cars in the worldamazing storyasom live 24assam live 24axom live 24old car
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
‘১৭০ বছৰীয়া অস্বাভাৱিক বিলম্ব’,  ‘লালকিল্লা’ৰ উত্তৰাধিকাৰীৰ হাই ক’টত আৱেদন, চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী

‘১৭০ বছৰীয়া অস্বাভাৱিক বিলম্ব’,  ‘লালকিল্লা’ৰ উত্তৰাধিকাৰীৰ হাই ক’টত আৱেদন, চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী

অমিক্ৰণত আক্ৰান্ত ভাৰতৰ ২ শতাধিক লোক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি

অমিক্ৰণত আক্ৰান্ত ভাৰতৰ ২ শতাধিক লোক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.