• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘১৭০ বছৰীয়া অস্বাভাৱিক বিলম্ব’,  ‘লালকিল্লা’ৰ উত্তৰাধিকাৰীৰ হাই ক’টত আৱেদন, চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী

‘১৭০ বছৰীয়া অস্বাভাৱিক বিলম্ব’,  ‘লালকিল্লা’ৰ উত্তৰাধিকাৰীৰ হাই ক’টত আৱেদন, চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী

4 years ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

5 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

6 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

6 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

6 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

7 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

7 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

7 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

8 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

8 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

8 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

9 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘১৭০ বছৰীয়া অস্বাভাৱিক বিলম্ব’,  ‘লালকিল্লা’ৰ উত্তৰাধিকাৰীৰ হাই ক’টত আৱেদন, চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী

editor by editor
December 21, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
‘১৭০ বছৰীয়া অস্বাভাৱিক বিলম্ব’,  ‘লালকিল্লা’ৰ উত্তৰাধিকাৰীৰ হাই ক’টত আৱেদন, চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে লালকিল্লাৰ উত্তৰাধিকাৰী সন্দৰ্ভত কৰা এগৰাকী মহিলাৰ আৱেদন৷ শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ আইনী উত্তৰসূৰী চুলতানা বেগম বুলি নিজকে দাবী মহিলাগৰাকীৰ৷

চৰকাৰৰ বিৰুদ্ধে লালকিল্লাৰ অবৈধ দখলৰ অভিযোগ তুলি চৰকাৰৰ পৰা ক্ষতিপূৰণ দাবী কৰাৰ লগতে তেওঁৰ নামত লালকিল্লা হস্তান্তৰৰ আহ্বান জনাই আৱেদন দাখিল কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ত৷ আৱেদনত উল্লেখ অনুসৰি, চুলতানা বেগম মোগল সম্ৰাটৰ আজো নাতি মহম্মদ বেদৰ বক্টৰ বিধবা পত্নী, আৰু বক্টক বাহাদুৰ শ্বাহ দ্বিতীয়ৰ উত্তৰাধিকাৰী হিচাপে ভাৰত চৰকাৰে স্বীকৃতি দিছিল ১৯৬০ চনত৷

আৰু স্বামীৰ মৃত্যুৰ পাছৰে পৰা মোগল শাসকৰ উত্তৰাধিকাৰীসূত্ৰে চুলতানাই চৰকাৰী পেঞ্চনো লাভ কৰি আহিছে বুলি আৱেদনত উল্লেখ৷ লেখ আৱেদনৰ উপৰি আদালতৰ দ্বাৰস্থ হৈ চুলতানা বেগমে সকলো ব্যাখ্যা কৰিছিল যদিও আদালতে প্ৰত্যাখ্যান কৰে মহিলাগৰাকীৰ যুক্তি৷ লগতে আৱেদনখনক ‘সময়ৰ চৰম অপচয়’ আৰু ‘অস্বাভাৱিক বিলম্ব’ৰ আখ্যা দি আদালতে খাৰিজ কৰে চুলতানা বেগমৰ আৱেদন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channeldelhi high courtred fort
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি
ভাৰত

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

June 6, 2026
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
Next Post
অমিক্ৰণত আক্ৰান্ত ভাৰতৰ ২ শতাধিক লোক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি

অমিক্ৰণত আক্ৰান্ত ভাৰতৰ ২ শতাধিক লোক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি

Skin Care Tips: শালমন আৰু Acne ৰ সমস্যাই মুখখনৰ উজ্জ্বলতা নাইকিয়া কৰিছে নেকি? ব্যৱহাৰ কৰক এইকেইটা ঘৰুৱা Tips

Skin Care Tips: শালমন আৰু Acne ৰ সমস্যাই মুখখনৰ উজ্জ্বলতা নাইকিয়া কৰিছে নেকি? ব্যৱহাৰ কৰক এইকেইটা ঘৰুৱা Tips

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.