• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমিক্ৰণত আক্ৰান্ত ভাৰতৰ ২ শতাধিক লোক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি

অমিক্ৰণত আক্ৰান্ত ভাৰতৰ ২ শতাধিক লোক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি

5 years ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

31 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

1 hour ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

3 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

4 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

4 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

6 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

7 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

8 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

অমিক্ৰণত আক্ৰান্ত ভাৰতৰ ২ শতাধিক লোক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি

editor by editor
December 21, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
অমিক্ৰণত আক্ৰান্ত ভাৰতৰ ২ শতাধিক লোক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি
0
SHARES
980
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতত অমিক্ৰণৰ দ্ৰুত সংক্ৰমণ৷ বৰ্তমানলৈকে চিনাক্ত হৈছে ২০০টা সংক্ৰমণৰ ঘটনা৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে সদৰী কৰে এই কথা৷ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সংক্ৰমিত হৈছে অমিক্ৰন ভেৰিয়েণ্ট৷ ইয়াৰে মহাৰাষ্ট্ৰ আৰু দিল্লীত আক্ৰান্ত হৈছে সৰ্বাধিক লোক৷ বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৫৪টা সংক্ৰমণৰ ঘটনা৷ তেলেংগনাত ২০ টা আৰু কৰ্ণাটকত ১৯ টা ঘটনা পোহৰলৈ আহিছে৷ ইফালে অমিক্ৰণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ লকডাউনৰ দিশে আগবাঢ়িছে আমেৰিকা যুক্তৰাষ্ট্ৰ৷ বিশ্বৰ অন্যান্য প্ৰান্তৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক প্ৰাৰম্ভিক সতৰ্কতা অৱলম্বনৰ আহ্বান জনাইছে AIIMSৰ মুৰব্বী ৰণদ্বীপ গোলেৰিয়াই৷ বিশ্ব স্বাস্থ্য সংস্থাইও অমিক্ৰণৰ বিৰুদ্ধে প্ৰয়োজনীয় সতৰ্কতা গ্ৰহণৰ নিৰ্দেশ দিছে বিশ্ববাসীক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelomicron
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
Skin Care Tips: শালমন আৰু Acne ৰ সমস্যাই মুখখনৰ উজ্জ্বলতা নাইকিয়া কৰিছে নেকি? ব্যৱহাৰ কৰক এইকেইটা ঘৰুৱা Tips

Skin Care Tips: শালমন আৰু Acne ৰ সমস্যাই মুখখনৰ উজ্জ্বলতা নাইকিয়া কৰিছে নেকি? ব্যৱহাৰ কৰক এইকেইটা ঘৰুৱা Tips

আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ ব্যৱহাৰৰ কেইটামান কিটিপ, এই কিটিপ জানক আৰু বহি বহি ঘৰতেই ধন ঘটক অনলাইনৰ জৰিয়তে

আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ ব্যৱহাৰৰ কেইটামান কিটিপ, এই কিটিপ জানক আৰু বহি বহি ঘৰতেই ধন ঘটক অনলাইনৰ জৰিয়তে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.