• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়া সঁচাকৈয়ে উত্তৰণেই নে? গৱেষণাগাৰতেই তৈয়াৰ হ’ব হাজাৰ হাজাৰ শিশু, জন্মৰ পুৰ্বেই জানিব গাৰ বৰণ, বুদ্ধিমত্তা…

এয়া সঁচাকৈয়ে উত্তৰণেই নে? গৱেষণাগাৰতেই তৈয়াৰ হ’ব হাজাৰ হাজাৰ শিশু, জন্মৰ পুৰ্বেই জানিব গাৰ বৰণ, বুদ্ধিমত্তা…

3 years ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

8 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

9 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

10 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

11 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

12 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

12 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

13 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

14 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

14 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

15 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়া সঁচাকৈয়ে উত্তৰণেই নে? গৱেষণাগাৰতেই তৈয়াৰ হ’ব হাজাৰ হাজাৰ শিশু, জন্মৰ পুৰ্বেই জানিব গাৰ বৰণ, বুদ্ধিমত্তা…

editor by editor
December 16, 2022
in জীৱনশৈলী, বিজ্ঞান, বিশ্ব
0
এয়া সঁচাকৈয়ে উত্তৰণেই নে? গৱেষণাগাৰতেই তৈয়াৰ হ’ব হাজাৰ হাজাৰ শিশু, জন্মৰ পুৰ্বেই জানিব গাৰ বৰণ, বুদ্ধিমত্তা…
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এখন বিশাল গৱেষণাগাৰ। গৱেষণাগাৰটোত আছে হাজাৰ হাজাৰ কাঁচৰ গোলকৰ দৰে যন্ত্ৰ। তাৰ ভিতৰতেই তৈয়াৰ হৈছে একোটাকৈ মানৱ শিশু। এনে এক ভৱিষ্যত আমাৰ বাবে কেৱলমাত্ৰ অলৌকিক সপোন যদিও সেয়া অচিৰেই বাস্তৱ কৰি তুলিবলৈ সাজু হৈছে বিজ্ঞানীমহল। বিজ্ঞান গৱেষণাগাৰ হাছেম এনিমেছনে নিৰ্মাণ কৰা ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছতেই বিশ্বজুৰি এই গৱেষণাগাৰটোৰেই চৰ্চা।

হাছেমে তেওঁৰ কল্পনাৰ গৱেষণাগাৰটোৰ নাম দিছে এক্টোলাইফ। এই গৱেষণাগাৰৰ ভিতৰত আছে মুঠ ৭৫ টা কক্ষ। প্ৰতিটো কক্ষতেই থাকিব ৪০০টা কৃত্ৰিম গৰ্ভ। অৰ্থাৎ সকলো মিলি গৱেষণাগাৰটোত একেলগে ৩ হাজাৰ শিশুৰ জন্ম দিয়া সম্ভৱ হৈ উঠিব। কাঁচৰ গোলকৰ দৰে এই যন্ত্ৰবিধত ভিতৰতেই বিকশিত হ’ব শিশুটি। মাতৃৰ গৰ্ভৰ দৰেই শিশুটো তাত পালিত হ’ব। এই কৃত্ৰিম গৰ্ভ বা গ্ৰোথপডত আইভিএফ পদ্ধতিৰে শুক্ৰাণু আৰু ডিম্বানুৰ মিলন ঘটাই ভ্ৰূণ নিৰ্মাণ কৰিব পাৰিব। এই ভ্ৰূণ কৃত্ৰিম গৰ্ভতেই ডাঙৰ দীঘল হ’ব। জন্মৰ আগলৈকে কোনো কাৰণতেই এই কৃত্ৰিম গৰ্ভৰ পৰা শিশুটিক উলিয়াই অনা সম্ভৱ নহয়। ইয়াৰোপৰি শিশুটোৰ জন্মৰ পূৰ্বে যেনেকৈ মাতৃ গৰ্ভতেই সকলো জোখা হয় তেনেদৰে এই কৃত্ৰিম গৰ্ভৰ ভিতৰতেই সকলো টেষ্ট কৰা হ’ব বুলিও জনাইছে বিজ্ঞানীমহলে।

বিজ্ঞানীয়ে দাবী কৰা মতে প্ৰতি বছৰেই পৃথিৱীত সন্তান প্ৰসৱৰ মাতৃৰ গুণ আছেনে, কেনেকুৱা হৈছে সন্তানটি, স্বাস্থ্য কেনেকুৱা এই সকলোবোৰ জন্মৰ পূৰ্বেই জানিব পাৰিব পিতৃ-মাতৃয়ে। কৃত্ৰিমভাৱে হ’লেও জিনগত পৰিবৰ্তনৰ পৰা আৰম্ভ কৰি সন্তানৰ গাৰ বৰণ, উচ্চতা. শাৰীৰিক গঠন, বুদ্ধিমত্তা সকলোবোৰেই পূৰ্বেই জানিব পাৰিব পিতৃ-মাতৃয়ে। কৃত্ৰিমভাৱে জন্ম হোৱা শিশুৰ জিনগত ৰোগ থাকিলে জন্মৰ পূৰ্বেই ইয়াক নিৰ্মূল কৰিব পৰা যাব। শাৰীৰিক অসুস্থতাৰ বাবে যিসমূূহ দম্পত্তিয়ে সন্তান জন্ম দিব নোৱাৰে, বা যিসমূহ দেশত জনসংখ্য কমি যোৱাৰ সমস্য হৈছে সেইসকলৰ বাবে এয়া অত্যন্ত উপকাৰী হৈ পৰিব বুলি আশাবাদী বিজ্ঞানীমহল।

উল্লেখ্য যে সমগ্ৰ বিষয়টো ভাইৰেল হৈ থকাৰ মাজতেই বহুতেই ইয়াক কল্পবিজ্ঞানৰহে অংশ বুলি দাবী কৰিছে। বাস্তৱত এয়া কেনেকৈ সম্ভৱ? কিন্তু বিজ্ঞানীয়ে দাবী কৰিছে এয়া অচিৰেই সম্ভৱ। প্ৰযুক্তি এতিয়া হাতৰ মুঠিত। কেৱল মাত্ৰ অনুমতিৰ অপেক্ষাতহে ৰৈ আছে বিজ্ঞানী। কৃত্ৰিমভাৱে মানৱ শিশু জন্ম দিয়াটো ইমান সহজ কথাও নহয়। বহুতেই এই গৱেষণাগাৰৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতেই বহুতৰে আছে আপত্তিও। জন্মৰ পূৰ্বেই মানুহক গৱেষণাগাৰৰ বস্তু কৰি তোলাটোক লৈ আপত্তিও আছে বহুজনৰ। এনেদৰে কৃত্ৰিমভাৱে জন্ম দিলে মানুহৰ বিৱৰ্তন প্ৰক্ৰিয়াতেই সালসলনি আহিব। এই বিষয়টো কেতিয়াও আইনসন্মত হ’ব নোৱাৰে। আইনে সন্মতি নিদিয়া পৰ্যন্ত বিজ্ঞানীসকল সফল হ’লেও কৃত্ৰিম সন্তান জন্ম দিয়া সম্ভৱ নহয় বুলি জনাইছে বিজ্ঞানীৰ দলটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

May 2, 2026
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

May 2, 2026
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

May 2, 2026
Next Post
পঞ্চভূতত বিলীন হ’ল শিৱনাথ বৰ্মন! বৰ্মনৰ মৃত্যুত পতা নহ’ব আদ্যশ্ৰাদ্ধ, কৰা নহ’ব কোনো বৈদিক নীতি নিয়ম…

পঞ্চভূতত বিলীন হ’ল শিৱনাথ বৰ্মন! বৰ্মনৰ মৃত্যুত পতা নহ’ব আদ্যশ্ৰাদ্ধ, কৰা নহ’ব কোনো বৈদিক নীতি নিয়ম...

২৪ ঘণ্টাত ৩০ টাকৈ শৱদেহৰ মৰোণোত্তৰ পৰীক্ষা কৰিছে তেওঁ, চৰ্চাত কিয় আহিছে বিহাৰৰ ৰাজেশ ঠাকুৰ?

২৪ ঘণ্টাত ৩০ টাকৈ শৱদেহৰ মৰোণোত্তৰ পৰীক্ষা কৰিছে তেওঁ, চৰ্চাত কিয় আহিছে বিহাৰৰ ৰাজেশ ঠাকুৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.