• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঞ্চভূতত বিলীন হ’ল শিৱনাথ বৰ্মন! বৰ্মনৰ মৃত্যুত পতা নহ’ব আদ্যশ্ৰাদ্ধ, কৰা নহ’ব কোনো বৈদিক নীতি নিয়ম…

3 years ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

31 minutes ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

2 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

11 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

12 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

13 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

14 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

15 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

16 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পঞ্চভূতত বিলীন হ’ল শিৱনাথ বৰ্মন! বৰ্মনৰ মৃত্যুত পতা নহ’ব আদ্যশ্ৰাদ্ধ, কৰা নহ’ব কোনো বৈদিক নীতি নিয়ম…

editor by editor
December 16, 2022
in অসম, জীৱনশৈলী, স্বাস্থ্য
0
পঞ্চভূতত বিলীন হ’ল শিৱনাথ বৰ্মন! বৰ্মনৰ মৃত্যুত পতা নহ’ব আদ্যশ্ৰাদ্ধ, কৰা নহ’ব কোনো বৈদিক নীতি নিয়ম…
0
SHARES
22.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক ড° শিৱনাথ বৰ্মনে বৃহস্পতিবাৰে বিয়লি ৫:৪০ বজাত শেষনিশ্বাস ত্যাগ কৰে৷ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাবটে শিক্ষাবিদগৰাকীয়ে৷

শুকুৰবাৰে নৱগ্ৰহ শ্মশানত বিশিষ্ট সাহিত্যিকগৰাকীৰ শেষকৃত সম্পন্ন হৈছে৷ শিৱনাথ বৰ্মনৰ মৃত্যুৰ পাছতেই শিৱনাথ বৰ্মনৰ জীৱনকালৰ বহু কথাই চৰ্চালৈ আহিছে৷ এগৰাকী সামাজিক মাধ্যম ইউজাৰকাৰীয়ে শিৱনাথ বৰ্মনৰ বিজ্ঞানমনস্কতাক লৈ লিখিছে বিশেষ কেইটিমান কথা৷

ইউজাৰকাৰীগৰাকীয়ে লিখিছে,‘কালি ৰাতি ডঃ শিৱনাথ বৰ্মন ছাৰৰ ঘৰত এজনে মৃতকৰ নীতি-নিয়মৰ কথা উলিয়াই আছিল৷ বাইদেৱে স্পষ্টকৈ কৈ দিলে, ‘তেখেতে তেনে নীতি-নিয়মৰ মাজত নাছিল৷ গতিকে সেইবোৰৰ প্ৰয়োজন নহ’ব৷ মাত্ৰ এনে এটা অনুষ্ঠান কৰিব লাগে, য’ত সকলো মানুহে অংশগ্ৰহণ কৰিব পাৰে৷’

ইপিনে শিৱনাথ বৰ্মনে জীৱনকালত প্ৰাপ্য সন্মান পাইছিলনে এই বিষয়টোও চৰ্চালৈ আহিছে৷ ইউজাৰকাৰীগৰাকীয়ে এই সন্দৰ্ভত লিখিছে, ‘এয়াই বিজ্ঞানমনস্ক পৰিয়াল! বহুতে আক্ষেপ কৰি আছে যে বৰ্মন ছাৰে প্ৰাপ্য মৰ্যাদা নাপালে৷ ‘প্ৰাপ্য মৰ্যাদা’ মানে আপোচৰ ৰাস্তা! যিসকল বুদ্ধিজীৱীয়ে জীৱিত কালতে সকলো ধৰণৰ মৰ্যাদা পাই গৈছে, আপুনি নিশ্চিত থাকক যে আপোনাৰ অজ্ঞাতে তেখেতে সকলো পক্ষৰ লগতেই আপোচ কৰি গৈছে৷ কিন্তু মৃত্যুৰ পিছতো বৰ্মন ছাৰৰ পৰিয়ালে ছাৰৰ জীৱন-দৰ্শনক ‘প্ৰাপ্য মৰ্যাদা’ ই দিছে৷ বেছিভাগ বুদ্ধিজীৱীয়ে লৈ ফুৰা তথাকথিত সেই মৰ্যাদা ছাৰে বিচৰাও নাছিল৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?
ভাৰত

May 4, 2026
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?
অসম

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

May 4, 2026
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়
জীৱনশৈলী

May 3, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

Next Post
২৪ ঘণ্টাত ৩০ টাকৈ শৱদেহৰ মৰোণোত্তৰ পৰীক্ষা কৰিছে তেওঁ, চৰ্চাত কিয় আহিছে বিহাৰৰ ৰাজেশ ঠাকুৰ?

ভুলতে বিষাক্ত সুৰাপান কৰিলে কি কৰিব? বিষাক্ত সুৰাপান কৰাৰ আৰম্ভণিৰ ৪ ঘণ্টা কিয় বিপজ্জনক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন