• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভুলতে বিষাক্ত সুৰাপান কৰিলে কি কৰিব? বিষাক্ত সুৰাপান কৰাৰ আৰম্ভণিৰ ৪ ঘণ্টা কিয় বিপজ্জনক?

ভুলতে বিষাক্ত সুৰাপান কৰিলে কি কৰিব? বিষাক্ত সুৰাপান কৰাৰ আৰম্ভণিৰ ৪ ঘণ্টা কিয় বিপজ্জনক?

4 years ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

16 minutes ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

1 hour ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

2 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

3 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

3 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

4 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

6 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

6 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

7 hours ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

8 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ভুলতে বিষাক্ত সুৰাপান কৰিলে কি কৰিব? বিষাক্ত সুৰাপান কৰাৰ আৰম্ভণিৰ ৪ ঘণ্টা কিয় বিপজ্জনক?

editor by editor
December 16, 2022
in খাদ্য, জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
ভুলতে বিষাক্ত সুৰাপান কৰিলে কি কৰিব? বিষাক্ত সুৰাপান কৰাৰ আৰম্ভণিৰ ৪ ঘণ্টা কিয় বিপজ্জনক?
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিহাৰৰ ছাপৰা জিলাত বিষাক্ত সুৰাপান কৰি মৃত্যু হৈছে প্ৰায় ৫৫ জনতকৈয়ো অধিক লোকৰ। বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যাই অভিলেখ গঢ়াৰ সময়তে চৰ্চা হৈছে, যদি ভুলবশত কেতিয়াবা বিষাক্ত সুৰাপান কৰে তেন্তে মৃত্যু অনিবাৰ্যই নেকি? সুৰাপান কৰোতে কোনবোৰ দিশ নজৰ ৰখাটো জৰুৰী? সাধাৰণতে ভুলবশত বিষাক্ত সুৰাপান কৰিলে কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণকেইটাই দেখা দিলেই তাৎক্ষণিকভাৱে কেইটামান উপায় গ্ৰহণ কৰিলেই সুস্থ হৈ উঠিব পাৰিব বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

কোনবোৰ লক্ষণলৈ নজৰ দিব?
জয়প্ৰকাশ নাৰায়ণ হাস্পতালৰ চিকিৎসকে প্ৰকাশ কৰা মতে বিষাক্ত সুৰাত মিথানল মিহলি হৈ থাকে। এই মিথানল সেৱন কৰাৰ পাছতেই বমি, মূৰ ঘূৰণি আদি লক্ষণে দেখা দিয়ে। বমি, মূৰ ঘূৰণি হ’লেও লগে লগেই কিন্তু মিথানলে শৰীৰত ক্ৰিয়া নকৰে। মিথানলে কাম কৰিবলৈ আৰম্ভ কৰে ৪-৫ ঘণ্টাৰ পাছতহে। চিকিৎসকে প্ৰকাশ কৰামতে সুৰা তৈয়াৰ কৰোতে মেটাপলিজম, ফৰ্মেলডিহাইডো ব্যৱহাৰ কৰে। এই ফৰ্মেলডিহাইডে পোনে পোনেই শৰীৰক প্ৰভাৱিত কৰে। ব্ৰেইনৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰ, লিভাৰ, কিডনী বিকল কৰে ফৰ্মেলডিহাইডে। এনেদৰে বিষাক্ত সুৰাপান কৰা প্ৰায়সংখ্যকৰেই মৃত্যু হয় কিন্তু উপযুক্ত সময়ত চিকিৎসা লাভ কৰি কোনোবা যদি জীয়াইয়ো থাকে তেন্তে তেওঁৰ দৃষ্টিশক্তি চিৰদিনৰ বাবে হেৰুৱাৰ সম্ভাৱনা থাকে।

বিষাক্ত সুৰাপান কৰিলে কিয় উশাহ ছুটি হৈ আহে?

বিষাক্ত সুৰাপান কৰা ব্যক্তিৰ প্ৰায়সংখ্যকৰেই উশাহ ছুটি হৈ আহে। উশাহ-নিশাহ লোৱাত কষ্ট পায়। যদি সুৰাখিনি বিষাক্ত হয় তেন্তে হৃদস্পন্দনত প্ৰভাৱ পৰে। ইয়াৰোপৰি সুৰাপায়ীজনৰ হৃযদযন্ত্ৰও হঠাতে বিকল হোৱাৰ সম্ভাৱনা থাকে।

শৰীৰৰ ৰং সলনি হয়
বিষাক্ত সুৰাপান কৰা ব্যক্তি এজনৰ শৰীৰৰ ৰং সলনি হ’ব ধৰে। শৰীৰৰ ৰং নীলা হৈ পৰে। শৰীৰৰ তাপমাত্ৰা কমি আহে। এনেদৰে শৰীৰৰ তাপমাত্ৰা কমি আহিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ
জীৱনশৈলী

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

September 1, 2026
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা
ভাৰত

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

September 1, 2026
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়
বিনোদন

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

September 1, 2026
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?
বিনোদন

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

September 1, 2026
Next Post
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

২৩৯ যাত্ৰীক লৈ এখন বিমান নিখোজ হৈছিল আকাশতেই! ইচ্ছাকৃতভাৱেই এই দুৰ্ঘটনা কৰিছিল বিমান চালকে, কিয় এই দুৰ্ঘটনা ইতিহাসত অতি ভয়াৱহ বিমান দুৰ্ঘটনাৰূপে পৰিচিত?

২৩৯ যাত্ৰীক লৈ এখন বিমান নিখোজ হৈছিল আকাশতেই! ইচ্ছাকৃতভাৱেই এই দুৰ্ঘটনা কৰিছিল বিমান চালকে, কিয় এই দুৰ্ঘটনা ইতিহাসত অতি ভয়াৱহ বিমান দুৰ্ঘটনাৰূপে পৰিচিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.