• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

3 years ago
কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

1 hour ago
ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ

ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ

1 hour ago
বিশ্ববাসীৰ সন্মুখত লাজতে নাক কটা গ’ল আমেৰিকাৰ! ফুটবল বিশ্বকাপৰ মাজতে হ’ল এই ঘটনা

বিশ্ববাসীৰ সন্মুখত লাজতে নাক কটা গ’ল আমেৰিকাৰ! ফুটবল বিশ্বকাপৰ মাজতে হ’ল এই ঘটনা

2 hours ago
আমেৰিকাৰ ট্ৰাম্প চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, বিদেশীসকলৰ বাবে বন্ধ কৰিলে এই সুবিধা

আমেৰিকাৰ ট্ৰাম্প চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, বিদেশীসকলৰ বাবে বন্ধ কৰিলে এই সুবিধা

2 hours ago
অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

3 hours ago
সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব

সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব

4 hours ago
EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়

EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়

4 hours ago
মৃত্যুক জিনি ১৩ কোটি জনতাৰ ওঁঠত হাঁহি বিৰিঙোৱা মেক্সিকোৰ নায়ক ৰাউল জিমেনেজ

মৃত্যুক জিনি ১৩ কোটি জনতাৰ ওঁঠত হাঁহি বিৰিঙোৱা মেক্সিকোৰ নায়ক ৰাউল জিমেনেজ

6 hours ago
অসমীয়া চলচ্চিত্ৰৰ পুনৰুত্থানৰ ঐতিহাসিক সন্ধিক্ষণত ‘চুপা চুপি’, দৰ্শকৰ অভাৱনীয় সঁহাৰি

অসমীয়া চলচ্চিত্ৰৰ পুনৰুত্থানৰ ঐতিহাসিক সন্ধিক্ষণত ‘চুপা চুপি’, দৰ্শকৰ অভাৱনীয় সঁহাৰি

7 hours ago
ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!

ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!

8 hours ago
সপোনত বাৰে বাৰে গাড়ী দূৰ্ঘটনা দেখা, ই কিহৰ ইংগিত?

সপোনত বাৰে বাৰে গাড়ী দূৰ্ঘটনা দেখা, ই কিহৰ ইংগিত?

16 hours ago
Bollywood Actor Death: জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, বলীউডত শোকৰ ছাঁ!

Bollywood Actor Death: জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, বলীউডত শোকৰ ছাঁ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

editor by editor
December 17, 2022
in জীৱনশৈলী, ভাৰত, লেখা
0
কেনে যাব আপোনাৰ আজিৰ দিনটো?
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭ হাতলৈ ধন আহিব। ব্যৱসায়ত সমস্যা থাকিব। হাতত থকা মুল্যৱান বস্তু হেৰাব পাৰে। প্ৰতিকাৰ হিচাপে পুৱাই উঠি হনুমান চালিছা পাঠ কৰিব।

বৃষঃ শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৬। যান বাহন চলাওতে সাৱধান হ’ব। আজি আপোনাৰ দ্বাৰা আনৰ ক্ষতি হোৱাৰ আশংকা আছে। সন্তানৰ ভাল কৰ্মই গৌৰৱ বঢ়াব। প্ৰতিকাৰ- বাহন লক্ষ্মীৰ পূজা কৰিব।

মিথুনঃ শুভ ৰং নীলা। শুভ সংখ্যা ৬। আজিৰ দিনটো আপোনাৰ বাবে শুভ যদিও আৰ্থিক দিশত কিছু সমস্যা আহিব পাৰে। ব্যৱসায়ীসকলে বিচৰামতে ফল নাপাব। শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন নহয়। প্ৰতিকাৰ-সোঁহাতৰ আঙুলিত লোৰ আঙুঠি পিন্ধিব।

কৰ্কটঃ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৮। দূৰলৈ ভ্ৰমণ পাৰিলে নকৰা ভাল। ব্যৱসায়ীসকলৰ অৰ্থ হানি হ’ব পাৰে। আনৰ পৰা পাবলৈ থকা টকা ঘূৰাই পাব। সন্তানৰ শুভ। প্ৰতিকাৰ-আঁহত গছৰ পাত এটাৰ ওপৰত ঘিউৰ চাকি এগছ জ্বলাই ঘৰৰ উত্তৰ কোণত ৰাখিব।

সিংহঃ শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩। পৰিয়ালৰ লগত মতবিৰোধ হ’ব পাৰে। চাকৰিয়ালৰ পদোন্নতিৰ আশা দেখা যায়। সন্তানৰ ভুলৰ বাবে সন্মান হানি হ’ব পাৰে। প্ৰতিকাৰ-ভিক্ষাৰী এজনক কলা বস্ত্ৰ দান কৰক।

কন্যাঃ শুভ ৰং ৰঙা। শুভ সংখ্যা ৫। কৰ্মসংস্থাপন লাভ কৰিব পাৰে। আনৰ পৰা পোৱা সহায়ে আপোনাৰ জীৱনৰ ৰং সলনি কৰিব পাৰে।

তুলাঃ শুভ ৰঙ আকাশী নীলা। সংখ্যা ২। শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ ভৱিষ্যতৰ বাবে কিবা স্থায়ী কাম সম্পন্ন হ’ব। ধনৰ স্থান শুভ। হাতলৈ পইচা আহিব। প্ৰতিকাৰ-ঘিউৰ চাকি জ্বলাই তাত এটা পানৰ পিপলি দি ৰাখিব।

বৃশ্চিকঃ শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯। চাকৰিৰ স্থানত সমস্যা আহিব পাৰে। কৰ্মসংস্থাপন বিচৰাসকলে ভালখবৰ পাব। আকস্মিক দূৰ্ঘটনাৰ যোগ দেখা যায়। সাৱধান হোৱা ভাল। প্ৰতিকাৰ-পূব দিশলৈ মুখ কৰি গা ধুব আৰু সূৰ্যপ্ৰণাম কৰি জল অৰ্পণ কৰিব।

ধনুঃ শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৮। টকা-পইছাৰ লেনদেন নিজ হাতেৰে কৰিব অন্যথা ক্ষতিৰ আশংকা আছে। অচিনাকী ব্যক্তিৰ দ্বাৰা অপদস্ত হোৱাৰ ভয়। আপুনি কৰা ভাল কামৰ বাবে সন্মান লাভ কৰিব। মুল্যৱান বস্তু হেৰাব পাৰে। প্ৰতিকাৰ-হনুমান মন্দিৰত মিঠা ফল দান কৰি হনুমান চালিছা পাঠ কৰিব।

মকৰঃ শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭। অৰ্থ লাভ। সন্মান লাভ। পুৰণি হেৰুৱা বস্তু উভতাই পাব। প্ৰেমত শুভ। পাৰিবাৰিক সমস্যা বৃদ্ধি পাব। পেটৰ অসুখত ভূগিব পাৰে। প্ৰতিকাৰ-দেৱী মন্দিৰত এহাল বগা পাৰ দান কৰক।

কুম্ভঃ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২। হ’বলগা কামৰ সুফল লাভ কৰিব। আপুনি কৰা কামৰ বাবে পুৰস্কৃত হ’ব। মূল্যৱান বস্তু হেৰাব পাৰে। সন্তানৰ শুভ। প্ৰতিকাৰ-শিৱ মন্দিৰত থকা ব্ৰাহ্মণ এজনক বগা বস্তু দান কৰক।

মীনঃ শুভ সংখ্যা ৰঙা। শুভ সংখ্যা ১। ঘৰুৱা ব্যক্তিৰ লগত মনোমালিন্য হোৱাৰ সম্ভাৱনা। বিপদকালত আনৰ পৰা আৰ্থিক সাহায্য পাব। চাকৰিয়ালে নিজৰ ভুলৰ বাবে বিপদত পৰিব পাৰে। প্ৰতিকাৰ-শিৱ মন্দিৰত থকা শিৱলিংগত গাখীৰ আৰু ধতুৰা ফুল অৰ্পন কৰি শিৱৰ ধ্যান কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো
বিনোদন

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

June 13, 2026
ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ
ভাৰত

ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ

June 13, 2026
বিশ্ববাসীৰ সন্মুখত লাজতে নাক কটা গ’ল আমেৰিকাৰ! ফুটবল বিশ্বকাপৰ মাজতে হ’ল এই ঘটনা
বিনোদন

বিশ্ববাসীৰ সন্মুখত লাজতে নাক কটা গ’ল আমেৰিকাৰ! ফুটবল বিশ্বকাপৰ মাজতে হ’ল এই ঘটনা

June 13, 2026
অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী
জীৱনশৈলী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

June 13, 2026
Next Post
২৩৯ যাত্ৰীক লৈ এখন বিমান নিখোজ হৈছিল আকাশতেই! ইচ্ছাকৃতভাৱেই এই দুৰ্ঘটনা কৰিছিল বিমান চালকে, কিয় এই দুৰ্ঘটনা ইতিহাসত অতি ভয়াৱহ বিমান দুৰ্ঘটনাৰূপে পৰিচিত?

২৩৯ যাত্ৰীক লৈ এখন বিমান নিখোজ হৈছিল আকাশতেই! ইচ্ছাকৃতভাৱেই এই দুৰ্ঘটনা কৰিছিল বিমান চালকে, কিয় এই দুৰ্ঘটনা ইতিহাসত অতি ভয়াৱহ বিমান দুৰ্ঘটনাৰূপে পৰিচিত?

মহানগৰবাসীলৈ বেয়া খবৰ! পাৰ্কিঙত গাড়ী থলেই ভৰিব লাগিব ধন

মহানগৰবাসীলৈ বেয়া খবৰ! পাৰ্কিঙত গাড়ী থলেই ভৰিব লাগিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.