• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

58 minutes ago
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

22 seconds ago
মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

2 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

2 hours ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

15 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

15 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

16 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

16 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

17 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

17 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

18 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

20 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

বন্যাৰ্তক উদ্দেশ্যি কি কলে আনন্দ মিশ্ৰই?

editor by editor
July 31, 2026
in অসম, চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা
0
SHARES
151
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ শেহতীয়া ভয়ংকৰ বানপানীয়ে ৰাজ্যখনৰ লাখ লাখ মানুহৰ জীৱন-জীৱিকা বিপৰ্যস্ত কৰি তুলিছে। বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ ফলত বহু পৰিয়ালে বাসস্থান হেৰুৱোৱাৰ লগতে কৃষিভূমি, পশুধন আৰু দৈনন্দিন জীৱনৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে। এই দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰ, বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লগতে দেশৰ বহু বিশিষ্ট ব্যক্তিত্বই বানাক্ৰান্তসকলৰ সহায়ত আগবাঢ়ি আহিছে।

উদ্যোগী তথা সমাজসেৱী অনন্যা বিৰলাই অসমৰ বানপীড়িতসকলৰ সহায়ৰ বাবে কেৱল আৰ্থিক সাহায্য আগবঢ়োৱাই নহয়, তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে সমগ্ৰ দেশৰ ৰাইজকো বানাক্ৰান্তসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

কেৱল টেলিভিশ্যন বা ছচিয়েল মিডিয়াযোগে বানাক্ৰান্তৰ খবৰ লোৱাই নহয় অনন্যা বিৰলাই বানাক্ৰান্তসকলৰ দুখ আৰু দুৰ্দশা উপলব্ধি কৰিবলৈ শিৱসাগৰ, চৰাইদেউৰ বন্যাৰ্তসকলৰ কাষতো উপস্থিত হয়। তেওঁৰ মতে, দুৰ্যোগৰ সময়ত একত্ৰিত মানৱীয় প্ৰচেষ্টাইহে অসহায় লোকসকলক নতুনকৈ জীৱন আৰম্ভ কৰাৰ শক্তি দিব পাৰে।

আনহাতে, বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানে অসমৰ বানপীড়িতসকলৰ বাবে ১ কোটি টকাৰ সাহায্য আগবঢ়াইছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ইতিমধ্যে অভিনেতাজনে এই ধন প্ৰেৰণ কৰিছে।

অভিনেতাজনৰ এই পদক্ষেপে মানৱীয় দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰে। তেওঁৰ এই সহায়ৰ খবৰে ৰাজ্যবাসীৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ অন্য বহু লোকো সাহায্যৰ বাবে উৎসাহিত কৰিছে।

ইফালে, বিহাৰৰ বিধায়ক তথা প্ৰাক্তন আইপিএছ বিষয়া আনন্দ মিশ্ৰয়ো অসমৰ দুৰ্যোগৰ সময়ত সহানুভূতিৰ হাত আগবঢ়াইছে। তেওঁ নিজৰ এমাহৰ দৰমহা অসমৰ বানাক্ৰান্ত ৰাইজৰ সাহায্যৰ বাবে প্ৰেৰণ কৰাৰ কথা সদৰী কৰে।

অসমৰ পৰিৱেশৰ লগত চিনাকি পূৰ্বৰ IPS বিষয়াজনে সামাজিক মাধ্যমযোগে ২ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। অসমৰ সৈতে তেওঁৰ আত্মিক সম্পৰ্কৰ কথা উল্লেখ কৰি আনন্দ মিশ্ৰই কয় যে, দুৰ্যোগৰ এই সময়ত অসমৰ জনসাধাৰণৰ কাষত থিয় দিয়াটো তেওঁৰ নৈতিক দায়িত্ব।

বানৰ দৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এনে মানৱীয় পদক্ষেপে কেৱল আৰ্থিক সহায়েই আগবঢ়োৱা নহয়, বিপদৰ সন্মুখীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক নতুন আশাও প্ৰদান কৰে। অনন্যা বিৰলা, কাৰ্তিক আৰিয়ান আৰু আনন্দ মিশ্ৰৰ দৰে ব্যক্তিত্বৰ এই সহায় আৰু ৰাইজলৈ জনোৱা আহ্বানে সমাজৰ আন বহু লোককো সহায়ৰ হাত আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ananya birlaasom live24assam floodbolywoodKartic Aryan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম
জীৱনশৈলী

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

July 31, 2026
মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!
বিশ্ব

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

July 31, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

July 31, 2026
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?
জীৱনশৈলী

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

July 30, 2026
Next Post
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে'ললৈ? জানক RBIৰ নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.