• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

2 months ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

12 minutes ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

57 minutes ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

1 hour ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

3 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

3 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

4 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

5 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

5 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

পশুধনৰ বিউটী পাৰ্লাৰত কি কি সুবিধা আছে?

editor by editor
July 31, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ, ভাৰত
0
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি
0
SHARES
163
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহৰ বাবে চেলুন বা বিউটী পাৰ্লাৰ দেশৰ চুকে-কোণে, অলিয়ে-গলিয়ে আছে। সেয়া একেবাৰে সাধাৰণ কথা, কিন্তু ম’হ, গো-ধন আৰু অন্যান্য দুগ্ধজাত জীৱ-জন্তুৰ মেকআপ আৰু গ্ৰুমিঙৰ ব্যৱস্থা কৰা পাৰ্লাৰৰ কথা কেতিয়াবা শুনিছেনে? হাৰিয়ানাৰ কাইথাল জিলাত মুকলি হৈছে এনে এখন অনন্য বিউটী পাৰ্লাৰ। যিয়ে সম্প্ৰতি সমগ্ৰ দেশ আৰু ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে।

এই অনন্য বিউটী পাৰ্লাৰখন মুকলি কৰিছে কৈথাল বাসিন্দা সন্দীপ জাখোলিয়ে। সন্দীপৰ মতে, মানুহে যেনেকৈ ঘৰতে নিজৰ কুকুৰ-মেকুৰীৰ গ্ৰুমিঙৰ যত্ন লয়, তেনেকৈয়ে দুগ্ধজাত জীৱ-জন্তুৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ৰক্ষণাবেক্ষণ সমানেই গুৰুত্বপূৰ্ণ। বিউটী পাৰ্লাৰখন খোলাৰ লগে লগে কাষৰ অঞ্চলৰ পৰা পশুধনৰ গৰাকীয়ে নিজৰ জীৱ-জন্তুবোৰৰ সৌন্দৰ্য্যবৰ্ধন কৰিবলৈ অহৰহ এই অভিনৱ গ্ৰুমিং সেৱাত ভিৰ কৰিছে।

এই পাৰ্লাৰত জীৱ-জন্তুৰ বাবে বিভিন্ন ধৰণৰ বিশেষ গ্ৰুমিং সেৱা আগবঢ়োৱা হয়। জীৱ-জন্তুৰ শিং পৰিষ্কাৰ আৰু পলিচ কৰিবলৈ বিশেষ সঁজুলি ব্যৱহাৰ কৰা হয়, যাৰ ফলত পশুধনবোৰক আৰু অধিক আকৰ্ষণীয় দেখা যায় বুলি মন্তব্য কৰিছে পশুধনৰ গৰাকীসকলে। গৰাকীয়ে বিচাৰিলে পশুধনৰ শিংবোৰৰো আকৃতি দিয়া হয়। পশুধনৰ মালিকসকলে প্ৰায়ে ম’হ আৰু ম’হৰ দীঘল নোমবোৰ ট্ৰিম কৰে। ইয়াৰ ফলত গৰমৰ পৰা সকাহ পোৱা যায় বুলি মন্তব্য কৰিছে বিউটী পাৰ্লাৰখনৰ স্বত্বাধিকাৰী সন্দীপে। লগতে ইয়াৰ ফলত পশুধনসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকে আৰু বেমাৰৰ পৰা ৰক্ষা পৰে। পশু মেলা আৰু প্ৰতিযোগিতালৈ নিয়াৰ আগতে পশুধনৰ মালিকে ইয়ালৈ আনি বিশেষ ৰূপ দিয়ে।

নান্দনিকতাৰ উপৰিও এই পাৰ্লাৰত পশুধনৰ স্বাস্থ্যৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি দিয়া হয়। বিশেষজ্ঞসকলে জীৱ-জন্তুৰ খুৰা পৰিষ্কাৰ কৰি ট্ৰিম কৰে, যাৰ ফলত পশুধনৰ খোজ কঢ়াত সহজ হয় আৰু খুৰাৰ ৰোগৰ সংক্ৰমণ ৰোধ হয়। কোনো দুৰ্ঘটনাত যদি কোনো পশুধনৰ শিং ভাঙি যায় বা ক্ষতিগ্ৰস্ত হয়, তেন্তে কৃত্ৰিম শিং লগোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24beauty parlour
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
Next Post
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ'ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.