অসমক উন্নয়নৰ দিশলৈ নিবলৈ বিশেষ পদক্ষেপ ল’ব আঞ্চলিক গণ মৰ্চাই। কৃষি খণ্ড, চাহ বাগিচাৰ শ্ৰমিকক দিয়া হ’ব বিশেষ গুৰুত্ব। গঠন হ’ব স্বাধীন লোকপাল।