• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

1 year ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

9 minutes ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

47 minutes ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

13 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

14 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

14 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

15 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

16 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

17 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

17 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

18 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

18 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

editor by editor
June 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?
0
SHARES
805
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজা ৰঘুবংশীৰ নৃশংস হত্যাকাণ্ডৰ কেইসপ্তাহৰ পাছতেই অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুলত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে৷ বিয়াৰ এমাহ পাছতেই মৃতদেহ পোৱা গৈছে৷ মৃতদেহটো এটা খালৰ পৰা উদ্ধাৰ হৈছে৷ ঘটনাৰ বাবে তেওঁৰ সদ্য বিবাহিত পত্নী আৰু তেওঁৰ মাতৃক আটক কৰা হৈছে৷ তদন্ত ইতিমধ্যেই আৰম্ভ হৈছে৷ এই মৰ্মান্তিক ঘটনাই সম্প্ৰতি হানিমুন ট্ৰেজেডিক মনত পেলাই দিছে বহুজনক৷

সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ব্যক্তিগৰাকীৰ নাম তেজেশ্বৰ৷ ৩২ বছৰ বয়সীয়া তেজেশ্বৰ এগৰাকী বেচৰকাৰী ভূমি জৰিপকাৰী আৰু নৃত্য প্ৰশিক্ষক আছিল৷ ১৮ মেত তেওঁ বিয়া কৰাই৷ বিয়া কৰোৱাৰ ঠিক এমাহৰ পাছত ১৭ জুনত তেজেশ্বৰ নিখোঁজ হয়৷ তেজেশ্বৰৰ পৰিয়ালৰ অভিযোগ যে তেওঁৰ পত্নী ঐশ্বৰ্যই ষড়যন্ত্ৰ কৰি তেওঁৰ স্বামীক হত্যা কৰিছে৷ বিবাহ বহিৰ্ভূত সম্পৰ্কত থকা ঐশ্বৰ্য আৰু তেওঁৰ মাতৃ সুজাতাক আটক কৰিছে৷ সোধপোছ অব্যাহতও ৰাখিছে আৰক্ষীয়ে৷ অৱশ্যে এতিয়াও এই অভিযোগৰ কোনো প্ৰমাণ পোৱা নাই৷

ঐশ্বৰ্যৰ মাতৃ সুজাতা এগৰাকী বেংক কৰ্মকৰ্তা৷ সেই বেংকৰেই এজন কৰ্মীৰ সৈতে সম্পৰ্ক আছিল ঐশ্বৰ্যৰ বুলি দাবী তেজেশ্বৰৰ পৰিয়ালৰ৷ একেসময়তে তেজেশ্বৰৰ সৈতেও সম্পৰ্ক আছিল৷ ফেব্ৰুৱাৰীত দুয়োৰে বিবাহৰ কথা আছিল৷ কিন্তু ঐশ্বৰ্য নিখোঁজ হৈ পৰিছিল কিছুদিনৰ বাবে৷ যাৰবাবে দুয়োৰে বিবাহ স্থগিতও ৰখা হৈছিল৷ তাৰপিছতেই তেওঁ আকৌ উভতি আহে৷ তেজেশ্বৰৰ পৰিয়ালৰ অভিযোগ এই বিবাহত মন নাছিল তেজেশ্বৰৰ৷ ঐশ্বৰ্যৰ পৰিয়ালে জোৰকৈ এই বিবাহৰ বাবে সৈমান কৰাইছিল তেজেশ্বৰক৷ শেষত বিয়া কৰাই ঐশ্বৰ্য আৰু তেজেশ্বৰে৷ বিবাহৰ পাছতেই ঐশ্বৰ্য আৰু তেওঁৰ মাতৃ সুজাতাই মিলি হত্যা কৰাৰ অভিযোগ তুলিছে তেজেশ্বৰৰ পৰিয়ালে৷ এতিয়াও অৱশ্যে এই তথ্য প্ৰমাণিত হোৱা নাই৷ বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু
ভাৰত

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

October 24, 2026
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি
জীৱনশৈলী

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

October 24, 2026
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
Next Post
সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?

জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.